ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Karbi Anglong Day 2026: কাৰ্বি আংলং দিৱসৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি,সাফল্যৰ ৭৫ বছৰীয়া যাত্ৰাক স্মৰণ কৰি ডিফুত বৰ্ণাঢ্য আয়োজন

ষ্টাফ ৰি'পৰ্টাৰঃ

ASSAM TIMES POST by ASSAM TIMES POST
November 16, 2026
Reading Time: 1 min read
A A
0
Karbi Anglong Day 2026: কাৰ্বি আংলং দিৱসৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি,সাফল্যৰ ৭৫ বছৰীয়া যাত্ৰাক স্মৰণ কৰি ডিফুত বৰ্ণাঢ্য আয়োজন

RELATED POSTS

Assam Honours 5 Tribal Champions With Janjatiya Gaurav Awards 2026

ডিফুত উলহ-মালহেৰে ছট পূজা উদযাপন

Hamren rape case । হামৰেণত শিক্ষক-কৰ্মচাৰীৰ কামনাৰ বলি অষ্টম শ্ৰেণীৰ ছাত্ৰী

New Logo Smal 1 | ASSAM TIMES POST

কাৰ্বি আংলং দিৱসৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি। গৌৰৱ, ঐতিহ্য আৰু সাফল্যৰ ৭৫ বছৰীয়া যাত্ৰাক স্মৰণ কৰি ডিফুত বৰ্ণাঢ্য আয়োজন। ডিফুস্থিত কাৰ্বি পিপলছ হ’ল, তাৰালাংছ’ আৰু কাচা ষ্টেডিয়ামত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে।কাৰ্বি আংলং দিৱস হৈছে অসমৰ কাৰ্বি আংলং জিলাৰ প্ৰতিষ্ঠা দিৱস।প্ৰতি বছৰে ১৭ নৱেম্বৰ তাৰিখে এই দিৱস পালন কৰা হয়। ১৯৫১ চনৰ ১৭ নৱেম্বৰত মিকিৰ পাহাৰক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত চৰকাৰীভাৱে এটা সুকীয়া জিলা হিচাপে স্বীকৃতি দিয়া হৈছিল।

কাৰ্বি আংলং দিৱসৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি
কাৰ্বি আংলং দিৱসৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি

খৰছিং তেৰাং, ছেমছনছিং ইংতি, লাংকুং হাবে (ছাৰছিং ইংলেং), জয়ছিং দলৈ আদি বহু মহান ব্যক্তিত্বৰ নেতৃত্বত ১৯৫১ চনৰ ১৭ নৱেম্বৰত গঠন হৈছিল বৰ্তমানৰ কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাক লৈ গঠিত সংযুক্ত মিকিৰ পাহাৰ জিলা।

907584889 29558674277089630 683876900240194370 n | ASSAM TIMES POST১৯৫৩ চনৰ ২৩ জুনত গঠন হয় বৰ্তমানৰ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ, তদানীন্তন কাৰ্বি আংলং জিলা পৰিষদ।জিলা গঠনৰ দিনটোৰ পৰাই কাৰ্বি আংলং দিৱস পালন কৰি অহা হৈছে। প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কাৰ্যকালত ১৯৯৬ চনমানত বৃহত্তৰ অসমৰ প্ৰতিষ্ঠাপক স্বৰ্গদেউ চাওলুং চুকাফাৰ স্মৃতিত ২ ডিচেম্বৰত অসম দিৱসৰ শুভাৰম্ভ কৰাৰ পিছত ৰাজ্যৰ প্ৰতিখন জিলাতে জিলা গঠনৰ দিনটোক স্মৰণ কৰি জিলা দিৱস পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।

ইয়াৰ পিছৰে পৰা প্ৰতিখন জিলাতে নিজস্বভাৱে জিলা দিৱস পালন কৰি অহা হৈছে যদিও কাৰ্বি আংলং দিৱসৰ ইতিহাস বহু পুৰণি।প্ৰাপ্ত তথ্য অনুসৰি, ১৯৮২ চনত গুৱাহাটীত প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং দিৱস উদযাপন কৰা হৈছিল। তদানীন্তন অসম চৰকাৰৰ মন্ত্ৰী প্ৰয়াত ছামছিং হানছেৰ নেতৃত্বত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল।

905745423 2607204899705056 6796436696051819521 n 1 | ASSAM TIMES POSTপ্ৰথমবাৰৰ এই উদযাপনৰ পিছত দীৰ্ঘ ৩৪ বছৰৰ বিৰতি ঘটে। মাজতে ২০০৬ চনত স্বায়ত্তশাসিত পৰিষদৰ তদানীন্তন মুখ্য কাৰ্যবাহী সদস্য প্ৰয়াত ছুম ৰংহাঙৰ কাৰ্যকালতো কাৰ্বি আংলং দিৱস পালন কৰা হৈছিল বুলি জানিব পৰা গৈছে। ইয়াৰ পিছত ২০১৬ চনৰ ৬ আগষ্টত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত দ্বিতীয় কাৰ্বি আংলং দিৱস পুনৰ উদযাপনৰ জৰিয়তে এই অনুষ্ঠানক নতুনকৈ পুনৰুজ্জীৱিত কৰা হয়।

ইয়াৰ পিছৰে পৰা প্ৰতি বছৰে ১৭ নৱেম্বৰৰ দিনটোত কাৰ্বি আংলং দিৱস পালন কৰি অহা হৈছে। এইবাৰ এই দিৱসে গৌৰৱোজ্জ্বল প্লেটিনাম জয়ন্তী বৰ্ষত ভৰি দিছে। ৭৫সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে প্ৰায় ১৫,০০০ শিল্পীয়ে পৰম্পৰাগত কাৰ্বি লোকনৃত্য আৰু সংগীত প্ৰদৰ্শন কৰি গিনিছ ৱৰ্ল্ড ৰেকৰ্ড গঢ়াৰ প্ৰয়াস কৰিব।এই বছৰ ১৫ ৰ পৰা ১৭ নৱেম্বৰলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে এই দিৱস উদযাপন কৰা হব।

 

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: কাৰ্বি আংলং দিৱসকাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সচিবালয়খৰছিং তেৰাংগিনিছ ৱৰ্ল্ড ৰেকৰ্ড কাৰ্বি লোকনৃত্যছেমছনছিং ইংতিমিকিৰ পাহাৰ জিলাশ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ৰূপালী জয়ন্তী১৭ নৱেম্বৰ কাৰ্বি আংলং দিৱস১৯৫১ চনৰ ১৭ নৱেম্বৰ কাৰ্বি আংলং জিলা গঠন৭৫ সংখ্যক কাৰ্বি আংলং দিৱস
Share4Tweet3Send

Related Posts

Assam Honours 5 Tribal Champions With Janjatiya Gaurav Awards 2026
Assam

Assam Honours 5 Tribal Champions With Janjatiya Gaurav Awards 2026

by News Desk
November 15, 2026
50
ডিফুত উলহ-মালহেৰে ছট পূজা উদযাপন
KARBI ANGLONG

ডিফুত উলহ-মালহেৰে ছট পূজা উদযাপন

by News Desk
November 15, 2026
50
Sarupathar rape case : সৰুপথাৰত পঞ্চাশোৰ্ধ্বৰ মহিলাক ধৰ্ষণ, অভিযুক্তক গ্ৰেপ্তাৰ
KARBI ANGLONG

Hamren rape case । হামৰেণত শিক্ষক-কৰ্মচাৰীৰ কামনাৰ বলি অষ্টম শ্ৰেণীৰ ছাত্ৰী

by News Desk
November 14, 2026
61
Man attack for fishing । পুখুৰীত মাছ ধৰাত বাধা দিয়াৰ বাবে নিৰ্মম প্ৰহাৰ, জীৱন-মৃত্যুৰে যুঁজিছে ৭০ বছৰীয়া শংকৰ চাহুৱে
KARBI ANGLONG

Man attack for fishing । পুখুৰীত মাছ ধৰাত বাধা দিয়াৰ বাবে নিৰ্মম প্ৰহাৰ, জীৱন-মৃত্যুৰে যুঁজিছে ৭০ বছৰীয়া শংকৰ চাহুৱে

by News Desk
November 14, 2026
55
ডংকামুকাম পৌৰ ব’ৰ্ডৰ অধ্যক্ষ তথা চিইএম তুলিৰাম ৰংহাঙৰ জ্যেষ্ঠ ভাতৃ তেলিছৰাম ৰংহাঙৰ দেহাৱসান
KARBI ANGLONG

ডংকামুকাম পৌৰ ব’ৰ্ডৰ অধ্যক্ষ তথা চিইএম তুলিৰাম ৰংহাঙৰ জ্যেষ্ঠ ভাতৃ তেলিছৰাম ৰংহাঙৰ দেহাৱসান

by News Desk
November 14, 2026
50
Manipur violence : মণিপুৰত নগা নেতাৰ কনভয়ত উগ্ৰপন্থীৰ আক্ৰমণত চাৰিজন নিহত, এজন নিৰুদ্দেশ
KARBI ANGLONG

Manipur violence । মণিপুৰত পুনৰ ৰক্তক্ষয়ী হিংসা, ৰাষ্ট্ৰীয় ঘাইপথত গুলীচালনাত নিহত ৪

by News Desk
November 14, 2026
50
ADVERTISEMENT
Karbi Anglong Day 2026: কাৰ্বি আংলং দিৱসৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি,সাফল্যৰ ৭৫ বছৰীয়া যাত্ৰাক স্মৰণ কৰি ডিফুত বৰ্ণাঢ্য আয়োজন
KARBI ANGLONG

Karbi Anglong Day 2026: কাৰ্বি আংলং দিৱসৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি,সাফল্যৰ ৭৫ বছৰীয়া যাত্ৰাক স্মৰণ কৰি ডিফুত বৰ্ণাঢ্য আয়োজন

November 16, 2026
50
IndiGo Flight : দিল্লী অভিমুখী ইণ্ডিগ’ বিমানত মাজআকাশত ইঞ্জিন বিভ্ৰান্তি, গোৱাত জৰুৰী অৱতৰণ
National-International

IndiGo I ইণ্ডিগোত কৰ্মৰত যুৱতীৰ ৰক্তাক্ত মৃতদেহ অৰণ্যত উদ্ধাৰ, ঘৰলৈ অহাৰ সময়ত মৃত্যুক লৈ ৰহস্য

November 16, 2026
50
সনাতন ধৰ্ম ভাৰতৰ ৰাষ্ট্ৰীয় ধৰ্ম, সকলোৱে ইয়াক সন্মান কৰা উচিত : আদিত্যনাথে
National-International

Yogi Adityanath I নিৰ্বাচনৰ পূৰ্বে যুৱ ভোটাৰৰ হৃদয় জয়ৰ চেষ্টা আদিত্যনাথৰ, উত্তৰ প্ৰদেশত বিনামূলীয়া টেবলেট বিতৰণ

November 16, 2026
50
Anti Maoist operation I মাওবাদী শেষ, বস্তাৰৰ পৰা চিআৰপিএফ বাহিনী মণিপুৰলৈ প্ৰেৰণ
National-International

Anti Maoist operation I মাওবাদী শেষ, বস্তাৰৰ পৰা চিআৰপিএফ বাহিনী মণিপুৰলৈ প্ৰেৰণ

November 16, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong Day 2026: কাৰ্বি আংলং দিৱসৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি,সাফল্যৰ ৭৫ বছৰীয়া যাত্ৰাক স্মৰণ কৰি ডিফুত বৰ্ণাঢ্য আয়োজন

Karbi Anglong Day 2026: কাৰ্বি আংলং দিৱসৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি,সাফল্যৰ ৭৫ বছৰীয়া যাত্ৰাক স্মৰণ কৰি ডিফুত বৰ্ণাঢ্য আয়োজন

November 16, 2026
IndiGo Flight : দিল্লী অভিমুখী ইণ্ডিগ’ বিমানত মাজআকাশত ইঞ্জিন বিভ্ৰান্তি, গোৱাত জৰুৰী অৱতৰণ

IndiGo I ইণ্ডিগোত কৰ্মৰত যুৱতীৰ ৰক্তাক্ত মৃতদেহ অৰণ্যত উদ্ধাৰ, ঘৰলৈ অহাৰ সময়ত মৃত্যুক লৈ ৰহস্য

November 16, 2026
সনাতন ধৰ্ম ভাৰতৰ ৰাষ্ট্ৰীয় ধৰ্ম, সকলোৱে ইয়াক সন্মান কৰা উচিত : আদিত্যনাথে

Yogi Adityanath I নিৰ্বাচনৰ পূৰ্বে যুৱ ভোটাৰৰ হৃদয় জয়ৰ চেষ্টা আদিত্যনাথৰ, উত্তৰ প্ৰদেশত বিনামূলীয়া টেবলেট বিতৰণ

November 16, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d