ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

ডংকামুকাম পৌৰ ব’ৰ্ডৰ অধ্যক্ষ তথা চিইএম তুলিৰাম ৰংহাঙৰ জ্যেষ্ঠ ভাতৃ তেলিছৰাম ৰংহাঙৰ দেহাৱসান

News Desk by News Desk
November 14, 2026
Reading Time: 1 min read
A A
0
ডংকামুকাম পৌৰ ব’ৰ্ডৰ অধ্যক্ষ তথা চিইএম তুলিৰাম ৰংহাঙৰ জ্যেষ্ঠ ভাতৃ তেলিছৰাম ৰংহাঙৰ দেহাৱসান

RELATED POSTS

Manipur violence । মণিপুৰত পুনৰ ৰক্তক্ষয়ী হিংসা, ৰাষ্ট্ৰীয় ঘাইপথত গুলীচালনাত নিহত ৪

Karbi Anglong Day 2026 : বিশ্ব অভিলেখৰ লক্ষ্যৰে ১৫ হাজাৰ জনজাতীয় নৃত্যশিল্পীৰ আখৰা

Railway eviction । বোকাজানত ৰে’ল বিভাগৰ উচ্ছেদ অভিযান

New Logo Smal 1 | ASSAM TIMES POST

ডিফু, ১৪ নৱেম্বৰঃ প্ৰায় এমাহ পূৰ্বে পিতৃক হেৰুওৱাৰ পিছত আজি জ্যেষ্ঠ ভাতৃকো হেৰুৱালে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। আজি পুৱা প্ৰায় ৪.৩০ বজাত নতুন দিল্লীত শেষ নিশ্বাস ত্যাগ কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙৰ জ্যেষ্ঠ ভাতৃ তথা ডংকামুকাম পৌৰ ব’ৰ্ডৰ অধ্যক্ষ তেলিশৰাম ৰংহাঙে।

তুলিৰাম ৰংহাঙৰ জ্যেষ্ঠ ভাতৃ তেলিছৰাম ৰংহাঙৰ দেহাৱসান
তুলিৰাম ৰংহাঙৰ জ্যেষ্ঠ ভাতৃ তেলিছৰাম ৰংহাঙৰ দেহাৱসান:

জ্যেষ্ঠ ভাতৃৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি বিধায়ক তথা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সামাজিক মাধ্যমযোগে লিখিছে, “মোৰ জ্যেষ্ঠ ভাতৃ তথা ডংকামুকাম পৌৰ ব’ৰ্ডৰ অধ্যক্ষ তেলিছৰাম ৰংহাঙৰ অকাল বিয়োগৰ খবৰ জনাই আমি গভীৰভাৱে শোকাহত। দীৰ্ঘদিন ধৰি অসুস্থতাৰ সৈতে যুঁজি আজি পুৱা ৪.০৫ বজাত নতুন দিল্লীৰ এখন ব্যক্তিগত চিকিৎসালয়ত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। কাৰ্বি আংলং দিৱসৰ কাৰ্যসূচীৰ প্ৰতি লক্ষ্য ৰাখি কাইলৈ তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ’ব।”

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: চিইএম তুলিৰাম ৰংহাঙৰজ্যেষ্ঠ ভাতৃ তেলিছৰাম ৰংহাঙৰ দেহাৱসানডংকামুকাম পৌৰ ব’ৰ্ডৰ অধ্যক্ষ তথা
Share4Tweet3Send

Related Posts

Manipur violence : মণিপুৰত নগা নেতাৰ কনভয়ত উগ্ৰপন্থীৰ আক্ৰমণত চাৰিজন নিহত, এজন নিৰুদ্দেশ
KARBI ANGLONG

Manipur violence । মণিপুৰত পুনৰ ৰক্তক্ষয়ী হিংসা, ৰাষ্ট্ৰীয় ঘাইপথত গুলীচালনাত নিহত ৪

by News Desk
November 14, 2026
50
Karbi Anglong Day 2026 : বিশ্ব অভিলেখৰ লক্ষ্যৰে ১৫ হাজাৰ জনজাতীয় নৃত্যশিল্পীৰ আখৰা
KARBI ANGLONG

Karbi Anglong Day 2026 : বিশ্ব অভিলেখৰ লক্ষ্যৰে ১৫ হাজাৰ জনজাতীয় নৃত্যশিল্পীৰ আখৰা

by ASSAM TIMES POST
November 13, 2026
55
Railway eviction । বোকাজানত ৰে’ল বিভাগৰ উচ্ছেদ অভিযান
KARBI ANGLONG

Railway eviction । বোকাজানত ৰে’ল বিভাগৰ উচ্ছেদ অভিযান

by News Desk
November 12, 2026
59
Karbi Anglong Day 2026 I কাৰ্বি আংলং দিৱসৰ প্লেটিনাম জুবিলী, ১৫ হাজাৰ শিল্পীৰ লোকনৃত্যৰে বিশ্ব অভিলেখ গঢ়াৰ প্ৰয়াস
KARBI ANGLONG

Karbi Anglong Day 2026 I কাৰ্বি আংলং দিৱসৰ প্লেটিনাম জুবিলী, ১৫ হাজাৰ শিল্পীৰ লোকনৃত্যৰে বিশ্ব অভিলেখ গঢ়াৰ প্ৰয়াস

by News Desk
November 12, 2026
62
দীপাৱলীৰ আনন্দৰ মাজতে অঘটন:ডিফুত জুইত ভস্মীভূত অল্ট’ গাড়ী, স্কুটি
KARBI ANGLONG

দীপাৱলীৰ আনন্দৰ মাজতে অঘটন:ডিফুত জুইত ভস্মীভূত অল্ট’ গাড়ী, স্কুটি

by ASSAM TIMES POST
November 8, 2026
62
BJP Rally : ডিফুত বিজেপিৰ বিশাল পদযাত্ৰা
KARBI ANGLONG

BJP Rally : ডিফুত বিজেপিৰ বিশাল পদযাত্ৰা

by News Desk
November 7, 2026
54
ADVERTISEMENT
ডংকামুকাম পৌৰ ব’ৰ্ডৰ অধ্যক্ষ তথা চিইএম তুলিৰাম ৰংহাঙৰ জ্যেষ্ঠ ভাতৃ তেলিছৰাম ৰংহাঙৰ দেহাৱসান
KARBI ANGLONG

ডংকামুকাম পৌৰ ব’ৰ্ডৰ অধ্যক্ষ তথা চিইএম তুলিৰাম ৰংহাঙৰ জ্যেষ্ঠ ভাতৃ তেলিছৰাম ৰংহাঙৰ দেহাৱসান

November 14, 2026
50
Delhi rape case : ১৭ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণৰ পিছত হত্যা, পথৰ কুকুৰে খালে মৃতদেহ; তিনি নাবালককে ধৰি চাৰিজনক গ্ৰেপ্তাৰ
National-International

MLA rape accuse I জনজাতীয় যুৱতীক ধৰ্ষণ কৰি হত্যাৰ ভাবুকিৰ অভিযোগ কংগ্ৰেছ বিধায়কৰ বিৰুদ্ধে

November 14, 2026
50
Cracker blast I চকলেট বুলি ভাবি মুখত ভৰালে পপ-পপ ফটকা, বিস্ফোৰণ হৈ দুবছৰীয়া শিশুৰ মৃত্যু
National-International

Cracker blast I চকলেট বুলি ভাবি মুখত ভৰালে পপ-পপ ফটকা, বিস্ফোৰণ হৈ দুবছৰীয়া শিশুৰ মৃত্যু

November 14, 2026
50
Rahul Gandhi : মোদীক কওক, জ্ঞানেশক আঁতৰাই দিয়ক, ৩০ ছেকেণ্ডত শেষ হ’ব প্ৰতিবাদ; দিল্লীৰ উদ্বিগ্ন ব্যৱসায়ীলৈ ৰাহুল গান্ধীৰ বাৰ্তা
National-International

Rahul Gandhi I এইবাৰ মোদীয়ে ফোন টেপ কৰাৰ দাবী ৰাহুল গান্ধীৰ, পুনৰ মুখামুখি বিতৰ্কৰ প্ৰত্যাহ্বান

November 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

ডংকামুকাম পৌৰ ব’ৰ্ডৰ অধ্যক্ষ তথা চিইএম তুলিৰাম ৰংহাঙৰ জ্যেষ্ঠ ভাতৃ তেলিছৰাম ৰংহাঙৰ দেহাৱসান

ডংকামুকাম পৌৰ ব’ৰ্ডৰ অধ্যক্ষ তথা চিইএম তুলিৰাম ৰংহাঙৰ জ্যেষ্ঠ ভাতৃ তেলিছৰাম ৰংহাঙৰ দেহাৱসান

November 14, 2026
Delhi rape case : ১৭ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণৰ পিছত হত্যা, পথৰ কুকুৰে খালে মৃতদেহ; তিনি নাবালককে ধৰি চাৰিজনক গ্ৰেপ্তাৰ

MLA rape accuse I জনজাতীয় যুৱতীক ধৰ্ষণ কৰি হত্যাৰ ভাবুকিৰ অভিযোগ কংগ্ৰেছ বিধায়কৰ বিৰুদ্ধে

November 14, 2026
Cracker blast I চকলেট বুলি ভাবি মুখত ভৰালে পপ-পপ ফটকা, বিস্ফোৰণ হৈ দুবছৰীয়া শিশুৰ মৃত্যু

Cracker blast I চকলেট বুলি ভাবি মুখত ভৰালে পপ-পপ ফটকা, বিস্ফোৰণ হৈ দুবছৰীয়া শিশুৰ মৃত্যু

November 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d