ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ৰেড জনৰ বাহিৰে সমগ্ৰ দেশত আজিৰে পৰা মুকলি হব দোকান সমূহ:বন্ধ থাকিব জিম, শ্বপিং মল-কম্পেলেক্স

ASSAM TIMES POST by ASSAM TIMES POST
April 25, 2020
Reading Time: 1 min read
A A
0
বৈঠালাংছ’ত বনৰীয়া হাতীৰ গচকত এজনৰ মৃত্যু

0 1 e1574345654996 6 1 2 2 10 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case

নিউজ ডেস্ক:

লকডাউনৰ মাজতে আহিছে এক ভাল খবৰ।লকডাউনৰ ৩১ দিন পিছত বহু ক্ষেত্ৰত নিয়মৰ সলনি কৰিছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় গৃহ মন্ত্ৰনালয়ৰ নির্দেশনা অনুসৰি আজিৰে পৰা অৰ্থাৎ শনিবাৰৰ পৰা দেশত মুকলি কৰিব পাৰিব দোকান সমূহ।

grocery getty e1587797224166 | ASSAM TIMES POST25 04 2020 shops e copy 20220277 e1587797344286 | ASSAM TIMES POST

শুকুৰবাৰে নিশা দেশৰ গৃহমন্ত্ৰণালয়ে জাৰি কৰা নিৰ্দেশনাত স্পষ্ট ভাৱে উল্লেখ আছে ” শনিবাৰে পুৱাৰে পৰা দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত প্ৰদেশত পঞ্জীয়নভুক্ত সকলো দোকান খুলিব পাৰিব।কিন্তু শ্বপিং মল, জিম অথবা শ্বপিং কমপ্লেস্ক আদি প্ৰতিষ্ঠানসমূহ লকডাউন শেষ নোহোৱা পৰ্যন্ত বন্ধ ৰাখিব লাগিব”।

ইফালে গৃহ মন্ত্ৰণালয়ে জাৰি কৰা নির্দেশনাটোত মুকলি কৰিব লগা দোকান সমূহক বান্ধি দিছে কেইটামান কঠোৰ নিৰ্দেশনা।সেই অনুসৰি দোকানী সকলে দোকান সমূহত ৰাখিব লাগিব ৫০শতাংশ কৰ্মচাৰীৰ।লগতে পালন কৰিব লাগিব সামাজিক দুৰত্বৰ।গ্ৰাহক আৰু দোকানী তথা কৰ্মচাৰী সকলোৱে মাস্ক পৰিধান কৰাটো জৰুৰী।কেন্দ্ৰীয় নিৰ্দেশনাত উল্লেখ আছে।

তাপৰ্য পূৰ্ণ কথা এই যে দোকান সমূহ খুলি দিয়া হৈছে যদিও বজাৰ সমূহ সম্পূৰ্ন ৰূপে বন্ধ থাকিব।গতিকে ৩মে’ পৰ্যন্ত দেশত যাতে কোনো বজাৰ নবহে তাৰ প্ৰতি প্ৰশাসনে চকু ৰাখিবলৈ প্ৰশাসনক নিৰ্দেশনা প্ৰদান কৰিছে।

ইফালে সমগ্ৰ দেশতে দোকান সমূহ মুকলি কৰা হৈছে যদিও ক’ৰনা সংক্ৰমণৰ কেন্দ্ৰ তথা ৰে’ডজন তালিকাত অন্তভুক্ত কৰা হৈছে, তেনে অঞ্চলত কোনো দোকান পোহাৰ খোলাৰ অনুমতি প্ৰদান কৰা হোৱা নাই বুলি নিৰ্দেশনা টোত উল্লেখ আছে। গুৰুত্বপূৰ্ণ কথা এই যে যোৱা ২৪মার্চ পৰা সমগ্ৰ দেশত বন্ধ হৈ আছে দোকান সমূহ।

আজিৰে পৰা পুনৰ খোলা হ’ব সকলো দোকান

শুকুৰবাৰে মাজনিশা কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰিছে এই নতুন নিৰ্দেশনা।
নতুন নিৰ্দেশনা অনুযায়ী ২৫ এপ্ৰিল অৰ্থাৎ শনিবাৰৰ পৰা খোলা হ’ব এইসমূহ দোকান :

# অত্যাৱশ্যকীয় সামগ্ৰীৰ বাহিৰেও অন্যান্য দোকানসমূহো খোলা থাকিব।

# অৱশ্যে শ্বপিং কম্প্লেক্স, মল আদি বন্ধ থাকিব।

# গ্ৰামাঞ্চল, চহৰীয়া উপকণ্ঠ, অবাসীক অঞ্চলৰ সকলো দোকান, ক্ষুদ্ৰ ব্যৱসায় খোলা থাকিব।

# কিন্তু দোকানসমূহত ৫০ শতাংশৰ ওপৰত কৰ্মচাৰী থাকিব নোৱাৰিব।# সামাজিক ব্যৱধান আৰু মাস্ক পৰিধান বাধ্যতামূলক।

# স্থানীয় চেলুন আৰু পাৰ্লাৰসমূহ শনিবাৰৰ পৰা খুলিব পাৰিব।
ডাঙৰ দোকান/ব্ৰেণ্ডিং দোকান/বজাৰ এলেকাসমূহ বন্ধ থাকিব।

# সংশ্লিষ্ট ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ shops and establishment আইনৰ অধীনত পঞ্জীয়নভুক্ত দোকানসমূহ খোলা থাকিব।

# এই আইনত নপৰা বাবে নিৰ্দেশনাত সুৰাৰ বিপনী খোলাৰ কথা উল্লেখ কৰা হোৱা নাই।

# পৌৰ আৰু পৌৰ নিগমসমূহৰ সীমাৰ বাহিৰৰ মাৰ্কেট কম্প্লেক্সসমূহ খোলা থাকিব।

# Red zone এলেকাত পূৰ্বৰ দৰেই সকলো বন্ধ থাকিব।

# বজাৰ সংলগ্ন যিসমূহ দোকান, পৌৰ বা পৌৰ নিগমৰ বাহিৰে সকলো দোকান খোলা থাকিব।

Tags: Featured
Share5Tweet3Send

Related Posts

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ
National-International

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

by News Desk
July 21, 2026
50
Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ
National-International

Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

by News Desk
July 21, 2026
50
SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case
National-International

SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case

by News Desk
July 21, 2026
50
PM Modi on Protest : যুৱসকলক উচটনি নিদিব, সঠিক পথ দেখুৱাওক; নীট প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত অৱশেষত মুখ খুলিলে মোদীয়ে
National-International

PM Modi on Protest : যুৱসকলক উচটনি নিদিব, সঠিক পথ দেখুৱাওক; নীট প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত অৱশেষত মুখ খুলিলে মোদীয়ে

by News Desk
July 21, 2026
50
Engineer suicide : ৫০ বাৰ চেষ্টা কৰিও চৰকাৰী চাকৰি নাপাই আত্মহত্যা স্বৰ্ণ পদক বিজয়ী অভিযন্তাৰ
National-International

Engineer suicide : ৫০ বাৰ চেষ্টা কৰিও চৰকাৰী চাকৰি নাপাই আত্মহত্যা স্বৰ্ণ পদক বিজয়ী অভিযন্তাৰ

by News Desk
July 21, 2026
50
Sikkim canel tragedy I ছিকিম সুৰংগ দুৰ্যোগত মৃত্যুৰ সংখ্যা ৯ জনলৈ বৃদ্ধি, এতিয়াও ভিতৰত আবদ্ধ বহু লোক
National-International

Sikkim canel tragedy I ছিকিম সুৰংগ দুৰ্যোগত মৃত্যুৰ সংখ্যা ৯ জনলৈ বৃদ্ধি, এতিয়াও ভিতৰত আবদ্ধ বহু লোক

by Staff Reporter
July 21, 2026
50
ADVERTISEMENT
Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ
National-International

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

July 21, 2026
50
Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ
National-International

Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

July 21, 2026
50
Rare pangolin rescued in Diphu
DIPHU

Diphu Pangolin recovered : ডিফুতে দুষ্প্রাপ্য বনৰৌ উদ্ধাৰ

July 21, 2026
50
Rare pangolin rescued in Diphu
DIPHU

Rare pangolin rescued in Diphu

July 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

July 21, 2026
Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

July 21, 2026
Rare pangolin rescued in Diphu

Diphu Pangolin recovered : ডিফুতে দুষ্প্রাপ্য বনৰৌ উদ্ধাৰ

July 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx