ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home DIPHU

Diphu Pangolin recovered : ডিফুতে দুষ্প্রাপ্য বনৰৌ উদ্ধাৰ

ষ্টাফ ৰিপ'ৰ্টাৰঃ ডিফু :

News Desk by News Desk
July 21, 2026
Reading Time: 1 min read
A A
0
Rare pangolin rescued in Diphu

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Rare pangolin rescued in Diphu

Karbi Anglong Sports Association : কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

PGR-VGR Controversy : পিজিআৰ-ভিজিআৰ ভূমিত উচ্ছেদৰ দাবীৰে ডিফুত অৱস্থান ধৰ্মঘট

ডিফু (Diphu) চহৰৰ শীতলাবাৰীৰ এখন ঘৰৰ পৰা উদ্ধাৰ দুষ্প্রাপ্য প্রজাতিৰ বনৰৌ (Pangolin)। বিগত দুদিন ধৰি এই বনৰৌটো শিতলাবাৰী অঞ্চলত ঘূৰি ফুৰা দেখা গৈছিল যদিও কোনেও ধৰিব পৰা নাছিল। কিন্তু মঙলবাৰে নিশা শিতলাবাৰীৰ এঘৰ লোকৰ ঘৰত বনৰৌটো জোপোকা মাৰি বহি থকা প্ৰত্যক্ষ কৰে। ইয়াৰ পিছত স্থানীয় কিছু যুৱকৰ সহায়ত বনৰৌটোক এটা বস্তাৰ ভিতৰত বন্দী কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছত আজি পুৱা তেওঁলোকে বন বিভাগৰ পাণবাৰীস্থিত ৰেঞ্জ অফিচৰ কাষত হস্তান্তৰ কৰাৰ পিছত বন বিভাগে বনাঞ্চলৰ সুৰক্ষিত স্থানত বনৰৌটোক মুকলি কৰি দিয়ে।

Pen | ASSAM TIMES POST
ডিফুতে দুষ্প্রাপ্য বনৰৌ উদ্ধাৰ

আনহাতে, বনৰৌটো উদ্ধাৰ কৰা স্থানীয় যুৱকসকলে দুষ্প্রাপ্য প্রজাতিৰ যিকোনো প্রজাতিক ৰাক্ষা কৰাৰ বাবে আহ্বান জনাইছে। উল্লেখ্য যে অঞ্চলটোত দুষ্প্রাপ্য বনৰৌ এইবাৰে প্রথম দেখা গৈছে। উল্লেখ্য যে বনৰৌ হৈছে এক অনন্য নিশাচৰ স্তন্যপায়ী প্রাণী। ই পৃথিৱীৰ একমাত্র স্তন্যপায়ী প্রাণী হিচাপে বিখ্যাত, যাৰ সম্পূৰ্ণ শৰীৰটো কঠিন আঁহেৰে আবৃত।

Tags: DiphuPangolinrecovered
Share4Tweet3Send

Related Posts

Rare pangolin rescued in Diphu
DIPHU

Rare pangolin rescued in Diphu

by News Desk
July 21, 2026
50
Karbi Anglong Sports Association : কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ
DIPHU

Karbi Anglong Sports Association : কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

by News Desk
July 18, 2026
50
PGR-VGR Controversy : পিজিআৰ-ভিজিআৰ ভূমিত উচ্ছেদৰ দাবীৰে ডিফুত অৱস্থান ধৰ্মঘট
DIPHU

PGR-VGR Controversy : পিজিআৰ-ভিজিআৰ ভূমিত উচ্ছেদৰ দাবীৰে ডিফুত অৱস্থান ধৰ্মঘট

by News Desk
July 6, 2026
50
Review meeting : ডিফুত জনসংযোগ বিভাগৰ কাৰ্যকলাপ পৰ্যালোচনা ই.এম. মধুৰাম লেখথেৰ
DIPHU

Review meeting : ডিফুত জনসংযোগ বিভাগৰ কাৰ্যকলাপ পৰ্যালোচনা ই.এম. মধুৰাম লেখথেৰ

by News Desk
July 2, 2026
50
KAAC Foundation day : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱস, ডিফুত উলহ-মালহেৰে উদযাপন
DIPHU

KAAC Foundation day : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱস, ডিফুত উলহ-মালহেৰে উদযাপন

by News Desk
June 23, 2026
50
Karbi Anglong teachers appointment : নিয়মীয়াকৰণ কৰা শিক্ষকক চিইএম তুলিৰাম ৰংহাঙৰ নিযুক্তি-পত্ৰ বিতৰণ
DIPHU

Karbi Anglong teachers appointment : নিয়মীয়াকৰণ কৰা শিক্ষকক চিইএম তুলিৰাম ৰংহাঙৰ নিযুক্তি-পত্ৰ বিতৰণ

by News Desk
June 19, 2026
50
ADVERTISEMENT
Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ
National-International

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

July 21, 2026
50
Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ
National-International

Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

July 21, 2026
50
Rare pangolin rescued in Diphu
DIPHU

Diphu Pangolin recovered : ডিফুতে দুষ্প্রাপ্য বনৰৌ উদ্ধাৰ

July 21, 2026
50
Rare pangolin rescued in Diphu
DIPHU

Rare pangolin rescued in Diphu

July 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

July 21, 2026
Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

July 21, 2026
Rare pangolin rescued in Diphu

Diphu Pangolin recovered : ডিফুতে দুষ্প্রাপ্য বনৰৌ উদ্ধাৰ

July 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx