ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ক’ৰ’ণাৰ সংক্ৰমণ নকমিলে ২০২১ চনত বাতিল হ’ব অলিম্পিকঃ টকীঅ’ অলিম্পিক কমিটিৰ প্ৰধান ইয়োছিৰো মোৰি

ASSAM TIMES POST by ASSAM TIMES POST
April 29, 2020
Reading Time: 1 min read
A A
0
ক’ৰ’ণাৰ সংক্ৰমণ নকমিলে ২০২১ চনত বাতিল হ’ব অলিম্পিকঃ টকীঅ’ অলিম্পিক কমিটিৰ প্ৰধান ইয়োছিৰো মোৰি

0 1 e1574345654996 6 1 2 2 14 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Christiano Ronaldo I ভেনিজুৱেলা ভূমিকম্পত ভৰি হেৰুওৱা অনুৰাগীৰলৈ ভিডিঅ’ বাৰ্তা প্ৰেৰণ ৰোনাল্ডোৰ, স্বাক্ষৰিত জাৰ্চি প্ৰেৰণ

Ayatollah Khamenei funeral । অশ্ৰুসিক্ত নয়নেৰে খামেইনীক অন্তিম বিদায় ইৰাণৰ; পাক প্ৰধানমন্ত্ৰী-সেনাপ্ৰধান, দিল্লীৰ দুই প্ৰতিনিধি উপস্থিত

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

নিউজ ডেস্ক:

ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ যদি নকমে তেন্তে অহা বছৰ আয়োজন হ’ব লগা অলিম্পিক বাতিল হ’ব পাৰে৷ এই আশংকাৰ কথা শুনালে টকীঅ’ অলিম্পিক কমিটিৰ প্ৰধান ইয়োছিৰো মোৰিয়ে৷ উল্লেখ্য যে চলিত বছৰৰ জুলাইত আৰম্ভ হোৱাৰ কথা আছিল এই অলিম্পিক৷

কিন্তু ক’ৰ’ণা মহামাৰীৰ বাবে এবছৰলৈ বাতিল কৰা হয়৷ অহা বছৰৰ ২১ জুলাইত এই অলিম্পিক অনুষ্ঠিত হোৱাৰ কথা৷ কিন্তু ক’ৰ’ণাৰ প্ৰকোপ যদি নকমে তেন্তে অলিম্পিক বাতিল হৈ যাব৷ মোৰিয়ে স্পষ্টকৈ কয়, অলিম্পিক পিছুৱাই ২০২২ চনলৈ যোৱাৰ কোনো প্ৰশ্ন নাহে৷ যদি ২০২১ চনত আয়োজনৰ সম্ভৱ নহয়, তেনে বাতিল হৈ যাব অলিম্পিক৷

মোৰিয়ে কয়, পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিলে অহা বছৰ গ্ৰীষ্মত অলিম্পিক অনুষ্ঠিত হ’ব৷ কিন্তু ক’ৰ’ণাৰ প্ৰকোপ নকমিলে অলিম্পিক বাতিল হৈ যাব৷ জাপান মেডিকেল সংস্থাই কোৱা মতে ক’ৰ’ণাৰ প্ৰতিষেধক আবিষ্কাৰ নকৰিলে অহা বছৰ অলিম্পিক আয়োজনত চৰম অনিশ্চয়তা আহি পৰিছে৷

যি পৰিস্থিতি হৈছে তাৰ প্ৰতি লক্ষ্য কৰিলে অলিম্পিক অহা বছৰত আয়োজন কৰা অতি কঠিন৷ তাৰ পাছতে টকীঅ’ অলিম্পিক কমিটিৰ প্ৰধান ইয়োছিৰো মোৰিয়ে উল্লেখিত কথা প্ৰকাশ কৰে৷

Tags: featured3
Share4Tweet3Send

Related Posts

মাৰাডোনাৰ পূৰ্বৰ ক্লাবত যোগদান কৰিব ৰোনাল্ডোৱে!
National-International

Christiano Ronaldo I ভেনিজুৱেলা ভূমিকম্পত ভৰি হেৰুওৱা অনুৰাগীৰলৈ ভিডিঅ’ বাৰ্তা প্ৰেৰণ ৰোনাল্ডোৰ, স্বাক্ষৰিত জাৰ্চি প্ৰেৰণ

by Staff Reporter
July 4, 2026
50
Ayatollah Khamenei Funeral I খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতৰ আৰু কোন কোন নেতা উপস্থিত থাকিব?
National-International

Ayatollah Khamenei funeral । অশ্ৰুসিক্ত নয়নেৰে খামেইনীক অন্তিম বিদায় ইৰাণৰ; পাক প্ৰধানমন্ত্ৰী-সেনাপ্ৰধান, দিল্লীৰ দুই প্ৰতিনিধি উপস্থিত

by Staff Reporter
July 4, 2026
50
Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত
National-International

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

by News Desk
July 3, 2026
50
Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

Bombay High Court : মহাৰাষ্ট্ৰৰ ৰাজনীতিক লৈ মন্তব্য বোম্বে উচ্চ ন্যায়ালয়ৰ : ৰাজ্যত মুকলি হৰ্ছ ট্ৰেডিং, এজাহাৰ পৰিলেই দল সলনি কৰিলেই হ’ল, এটা উৎকৃষ্ট ৱাছিং মেচিন আছে

ADVERTISEMENT
মাৰাডোনাৰ পূৰ্বৰ ক্লাবত যোগদান কৰিব ৰোনাল্ডোৱে!
National-International

Christiano Ronaldo I ভেনিজুৱেলা ভূমিকম্পত ভৰি হেৰুওৱা অনুৰাগীৰলৈ ভিডিঅ’ বাৰ্তা প্ৰেৰণ ৰোনাল্ডোৰ, স্বাক্ষৰিত জাৰ্চি প্ৰেৰণ

July 4, 2026
50
Ayatollah Khamenei Funeral I খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতৰ আৰু কোন কোন নেতা উপস্থিত থাকিব?
National-International

Ayatollah Khamenei funeral । অশ্ৰুসিক্ত নয়নেৰে খামেইনীক অন্তিম বিদায় ইৰাণৰ; পাক প্ৰধানমন্ত্ৰী-সেনাপ্ৰধান, দিল্লীৰ দুই প্ৰতিনিধি উপস্থিত

July 4, 2026
50
Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত
National-International

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

July 3, 2026
50
Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ
National-International

Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

July 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

মাৰাডোনাৰ পূৰ্বৰ ক্লাবত যোগদান কৰিব ৰোনাল্ডোৱে!

Christiano Ronaldo I ভেনিজুৱেলা ভূমিকম্পত ভৰি হেৰুওৱা অনুৰাগীৰলৈ ভিডিঅ’ বাৰ্তা প্ৰেৰণ ৰোনাল্ডোৰ, স্বাক্ষৰিত জাৰ্চি প্ৰেৰণ

July 4, 2026
Ayatollah Khamenei Funeral I খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতৰ আৰু কোন কোন নেতা উপস্থিত থাকিব?

Ayatollah Khamenei funeral । অশ্ৰুসিক্ত নয়নেৰে খামেইনীক অন্তিম বিদায় ইৰাণৰ; পাক প্ৰধানমন্ত্ৰী-সেনাপ্ৰধান, দিল্লীৰ দুই প্ৰতিনিধি উপস্থিত

July 4, 2026
Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

July 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT