ASSAM TIMES POST
নিউজ ডেস্ক :
দেশত বন্ধ হৈ আছে স্কুল-কলেজৰ পাঠদান। যোৱা ১৬ মাৰ্চৰ পৰাই বন্ধ হৈ আছে সকলো শিক্ষা প্ৰতিষ্ঠান। তেনেক্ষেত্ৰত আজি বিশ্ববিদ্যালয় অনুদান আয়োগে ঘোষণা কৰিছে নতুন শিক্ষাবৰ্ষৰ তাৰিখ।
UGC-এ ঘোষণা কৰা মতে অহা ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব মহাবিদ্যালয়সমূহৰ নতুন শিক্ষবৰ্ষ। আনহাতে, চলিত শ8শিক্ষাবর্ষৰ পাঠদান অহা আগষ্ট মাহৰ পৰা পুনৰ আৰম্ভ হ’ব।










