ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বাংগালোৰত মানুহে মানুহৰ বাবে দেখুৱালে অনন্য নিদৰ্শন

ASSAM TIMES POST by ASSAM TIMES POST
May 24, 2020
Reading Time: 1 min read
A A
0
বাংগালোৰত মানুহে মানুহৰ বাবে দেখুৱালে অনন্য নিদৰ্শন

0 1 e1574345654996 6 1 2 2 14 10 2 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

 বাংগালোৰ বড়ো ৱেলফাৰ এছ’চিয়েচন আৰু এবছু কেন্দ্ৰীয় সমিতিৰ মহানুভৱতা
 ৫ খন বাছেৰে ১৫৫ যাত্ৰীক বাংগালোৰৰ পৰা গৃহভূমি অসমলৈ ৰাওনা

ষ্টাফ ৰিপ’ৰ্টাৰ,ডিফু

মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে ভাবিব কোনেনো কোৱা “ — বিশ্বৰত্ন ভূপেনদাৰ এই কালজয়ী গীতটেকে যেন সৰোগত কৰি বাংগালোৰত এজাক সুহৃদয়ৱান মানুহ থিয় দিছে দুৰ্গতজনৰ কাষত ।

কভিড – 19 বিশ্বজুৰি সৃষ্টি কৰা ত্ৰাসৰ ফলত দেশত চলি আছে ল’কডাউন আৰু এই লকডাউনৰ ফলত বহু লোক আবদ্ধ হৈ আছে বহি-ৰাজ্যত । বাংগালোৰৰ পৰা অসমলৈ ১৫৫ জন অসমৰ বিভিন্ন জিলাৰ ছাত্ৰ-শ্ৰমিকক লৈ গুৱাহাটীলৈ যাত্ৰা কৰিলে ৫ খন বাছে ।

WhatsApp Image 2020 05 24 at 6.10.49 AM | ASSAM TIMES POST WhatsApp Image 2020 05 24 at 6.10.47 AM | ASSAM TIMES POST

এই ছাত্ৰ- শ্ৰমিক সকলক কোনো চৰকাৰে সহায় কৰা নাই । বৰঞ্চ বাংগালোৰ বড়ো ৱেলফাৰ এছ’চিয়েচন আৰু এবছু কেন্দ্ৰীয় সমিতিৰ জৰিয়তে সহায় কৰা হৈছে । বাংগালোৰৰ জিগিণি নামৰ ঠাইৰ পৰা যাত্ৰা কৰা বাছ কিখনত আছে কাৰ্বি আংলংৰ ৫৯ জন, ধেমাজিৰ ৩৪ জন, শোণিতপুৰৰ ১৫ জন, ওদালগুৰিৰ ১৩ জন, কোকৰাঝাৰৰ ১০ জন, বাক্সা জিলাৰ ৭ জন, গোলাঘাটৰ ৫ জন, বিশ্বনাথৰ ৪ জন, যোৰহাটৰ ৩ জন, চিৰাং জিলাৰ ২ জন, ডিব্ৰুগড়ৰ ২ জন, আৰু মাজুলীৰ ১ জন বুলি জানিব পৰা গৈছে।

এওঁলোকক সহায়ৰ হাত আগবঢ়াই মানৱতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে বাংগালোৰ বড়ো এছ’চিয়েচন আৰু এবছু কেন্দ্ৰীয় সমিতিৰ কান্তেশ্বৰ বসুমতাৰী, হৰি ব্ৰহ্ম, ৰঞ্জিত বসুমতাৰী, আৰু এন্থনী নাৰ্জাৰীয়ে ।

Tags: Featured2
Share10Tweet3Send

Related Posts

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত
KARBI ANGLONG

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

by Staff Reporter
July 7, 2026
50
Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On
Assam

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On

by Staff Reporter
July 6, 2026
50
Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar
Assam

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

by News Desk
July 4, 2026
50
Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক
KARBI ANGLONG

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

by News Desk
July 4, 2026
50
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

by News Desk
July 3, 2026
50
বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:
KARBI ANGLONG

বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:

by ASSAM TIMES POST
July 1, 2026
50
ADVERTISEMENT
Hamas : নিশ্চিহ্ন হৈ যাব হামাছ, কঠোৰ সতৰ্কবাণী জাৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ
National-International

Hamas I  দুটা দশকৰ শাসনৰ অন্ত, গাজাৰ শাসন ত্যাগ হামাছৰ

July 7, 2026
50
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
National-International

FIFA Trump controversy I ট্ৰাম্পে ফোন কৰাটো স্বীকাৰ ফিফাৰ সভাপতিৰ, ৰঙা কাৰ্ড বিতৰ্ক সন্দৰ্ভতো ব্যাখ্যা

July 7, 2026
50
Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত
KARBI ANGLONG

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

July 7, 2026
50
Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ
National-International

Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ

July 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Hamas : নিশ্চিহ্ন হৈ যাব হামাছ, কঠোৰ সতৰ্কবাণী জাৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ

Hamas I  দুটা দশকৰ শাসনৰ অন্ত, গাজাৰ শাসন ত্যাগ হামাছৰ

July 7, 2026
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

FIFA Trump controversy I ট্ৰাম্পে ফোন কৰাটো স্বীকাৰ ফিফাৰ সভাপতিৰ, ৰঙা কাৰ্ড বিতৰ্ক সন্দৰ্ভতো ব্যাখ্যা

July 7, 2026
Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

July 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx