ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

সহজে বিয়পি নাযায় ক’ৰোনা ভাইৰাছ : পৃষ্ঠতলৰ পৰা সংক্ৰমণ অতি কম

ASSAM TIMES POST by ASSAM TIMES POST
June 14, 2020
Reading Time: 1 min read
A A
0
সহজে বিয়পি নাযায় ক’ৰোনা ভাইৰাছ : পৃষ্ঠতলৰ পৰা সংক্ৰমণ অতি কম

0 1 e1574345654996 6 1 2 2 14 6 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Bombay High Court : মহাৰাষ্ট্ৰৰ ৰাজনীতিক লৈ মন্তব্য বোম্বে উচ্চ ন্যায়ালয়ৰ : ৰাজ্যত মুকলি হৰ্ছ ট্ৰেডিং, এজাহাৰ পৰিলেই দল সলনি কৰিলেই হ’ল, এটা উৎকৃষ্ট ৱাছিং মেচিন আছে

Centre on Telegram App : ৱাটছএপৰ পিছত এইবাৰ কেন্দ্ৰৰ লক্ষ্যত টেলিগ্ৰাম আৰু ছিগনেল, ‘ইউজাৰনেম’ সন্দৰ্ভত জাননী প্ৰেৰণ

Trump’s company : ভাৰতৰ পৰা বৃহৎ উপাৰ্জন ট্ৰাম্পৰ কোম্পানীৰ : ধনৰ খনিত পৰিণত গুৰুগ্ৰাম

বিশেষ প্ৰতিবেদন:

প্ৰাথমিকভাৱে ক’ৰোনা ভাইৰাছ এজন ব্যক্তিৰ পৰা আন এজনলৈ সংক্ৰমিত হয়৷ কিন্তু দূষিত পৃষ্ঠৰ পৰা সহজে সংক্ৰমিত নহয়৷ ‘কিদৰে ক’ভিড-১৯ বিয়পে’ তাৰ তথ্য চেণ্টাৰ ফৰ ডিজিজ কন্ট্ৰল এণ্ড প্ৰিভেনছন নামৰ প্ৰতিষ্ঠানটোৱে জনাইছে৷

সংশোধিত নির্দেশিকাত শিৰোনামা আকাৰে জনাইছে ভাইৰাছটো মানুহৰ মাজত সহজে বিয়পি পৰে৷ ইয়াৰ লগতে উল্লেখ কৰিছে যে ক’ৰোনা ভাইৰাছ ৰোগৰ কাৰণ হ’ল মানুহৰ মাজত অতি সহজে আৰু বহনক্ষমতাৰে বেৰি পেলায়৷ মাৰ্কিন চৰকাৰৰ ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰই ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ কথা প্ৰকাশ কৰিছে৷

সেই মতে পৃষ্ঠতলৰ পৰা সংক্ৰমণৰ বিপদ অতি কম৷ আনহাতে বাহিৰৰ কামৰ পৰাও সংক্ৰমৰ বিপদ অতি কম৷ কাৰ্যালয়ত ঠাইতে সমবেত হোৱাটো বিপদজনক৷ তদুপৰি ধৰ্মীয় ঠাই, চিনেমা বা থিয়েটাৰ হল বিপদজনক৷ পৰিস্থিতি সাপেক্ষে প্ৰয়োজনীয় ব্যৱস্থা ল’ব লাগে৷ পৃষ্ঠতল সংক্রমণ সম্পর্কত আতংক হ্ৰাস কৰাৰ সময় আৰু কাৰ্যালয়লৈ পুনৰ ঘুৰি যোৱাত আগ্ৰহী হোৱাৰ সময় নহয়৷

কি কৰিব লাগে:

আপোনাক সংক্ৰমিত কৰোতে ভাইৰাছটোৰ এটা ড’জৰ প্ৰয়োজন : ১০০০ ভাইৰেল কণা (ভিপি)৷
কাৰ্যক্ৰমৰ পৰিৱেশগত বিয়পাৰ বৈশিষ্ট্য :
শ্বাস প্ৰশ্বাস : ২০ ভিপি/মিনিট
কথা কোৱাত : ২০০ ভিপি/মিনিট
কাঁহ : ২০০ মিলিয়ন ভিপি
হাঁচি : ২০০ মিলিয়ন ভিপি

সূত্ৰ
সফল সংক্রমণ = ভাইৰাছৰ এক্সপ’জাৰ * সময়
পৰিস্থিতি
কাৰোবাৰ ওচৰত থকা (৬ ফুট দূৰত্ব) : যদি ৪৫ মিনিটৰ কম থাকে বিপদ কম৷
কাৰোবাৰ মুখামুখি হোৱা (মাস্কসহ) : ৪ মিনিটতকৈ কম সময়ত বিপদ কম৷
কোনোবাই খোজকঢ়া/জগিং/চাইকেল চলালে : বিপদ কম
দূৰত্বসহ ভাল-বায়ুচলাচলকাৰী স্থান : কম বিপদ (সীমা সময়কাল)
গেলামালৰ বজাৰ : মধ্যমীয়া বিপদ
বন্ধ ঠাইত : সৰ্বাধিক বিপদ
ৰাজহুৱা স্নানাগাৰ/সাধাৰণ এলেকা : উচ্চ/পৃষ্ঠৰ পৰা সংক্ৰমণ
ৰেস্তোৰেণ্ট : উচ্চ বিপদ
খোজকঢ়া ঠাই/বিদ্যালয় : অতি বেছি বিপদ
পাৰ্টি/বিবাহ : অতি বেছি বিপদ
ব্যৱসায় নেটৱৰ্ক/কনফাৰেঞ্চ : অতি বেছি বিপদ
এৰেনা/কনচাৰ্ট/চিনেমা : অতি বেছি বিপদ

বিপদৰ কাৰণ:

আপুনি বিপদৰ গণনা কৰোতে আপুনি তলৰ শাৰিৰ কাৰণবোৰ ব্যৱহাৰ কৰিব পাৰে :
ইনড’ৰ বনাম আউটডৰ
সৰু ঠাই বনাম ডাঙৰ
বেছি মানুহৰ ঘনত্ব বনাম কম মানুহৰ ঘনত্ব
দীঘলীয়া এক্সপ’জাৰ বনাম চমু এক্সপ’জাৰ
আগৰ পৰিস্থিতিৰ বাবে বিপদ বেছি হ’ব৷

Tags: featured3
Share4Tweet3Send

Related Posts

Bombay High Court : মহাৰাষ্ট্ৰৰ ৰাজনীতিক লৈ মন্তব্য বোম্বে উচ্চ ন্যায়ালয়ৰ : ৰাজ্যত মুকলি হৰ্ছ ট্ৰেডিং, এজাহাৰ পৰিলেই দল সলনি কৰিলেই হ’ল, এটা উৎকৃষ্ট ৱাছিং মেচিন আছে
National-International

by News Desk
July 3, 2026
50
Centre on Telegram App : ৱাটছএপৰ পিছত এইবাৰ কেন্দ্ৰৰ লক্ষ্যত টেলিগ্ৰাম আৰু ছিগনেল, ‘ইউজাৰনেম’ সন্দৰ্ভত জাননী প্ৰেৰণ
National-International

Centre on Telegram App : ৱাটছএপৰ পিছত এইবাৰ কেন্দ্ৰৰ লক্ষ্যত টেলিগ্ৰাম আৰু ছিগনেল, ‘ইউজাৰনেম’ সন্দৰ্ভত জাননী প্ৰেৰণ

by News Desk
July 3, 2026
50
Trump’s company : ভাৰতৰ পৰা বৃহৎ উপাৰ্জন ট্ৰাম্পৰ কোম্পানীৰ : ধনৰ খনিত পৰিণত গুৰুগ্ৰাম
National-International

Trump’s company : ভাৰতৰ পৰা বৃহৎ উপাৰ্জন ট্ৰাম্পৰ কোম্পানীৰ : ধনৰ খনিত পৰিণত গুৰুগ্ৰাম

by News Desk
July 3, 2026
50
Earthquake in Venezuela : ভেনিজুৱেলাৰ বিধ্বংসী ভূমিকম্পৰ ৮ দিনৰ পাছত ধ্বংসস্তুপৰ পৰা ওলাল জীয়াই থকা ব্যক্তি

Bus accident in Pakistan : পাকিস্তানত খাদত বাগৰি পৰিল যাত্ৰীবাহী বাছ, মৃত্যু ৪০

Ram Mandir pran pratistha : সোমবাৰে খোল খাব ৰাম মন্দিৰৰ দুৱাৰ, কি কি কাৰ্যসূচী থাকিব
National-International

Ram Mandir controversy I ৰাম মন্দিৰৰ ধন চুৰি গোচৰত প্ৰাক্তন ট্ৰাষ্ট মুৰব্বীৰ বিৰুদ্ধে এজাহাৰ দাখিল

by Staff Reporter
July 3, 2026
50
ADVERTISEMENT
Bombay High Court : মহাৰাষ্ট্ৰৰ ৰাজনীতিক লৈ মন্তব্য বোম্বে উচ্চ ন্যায়ালয়ৰ : ৰাজ্যত মুকলি হৰ্ছ ট্ৰেডিং, এজাহাৰ পৰিলেই দল সলনি কৰিলেই হ’ল, এটা উৎকৃষ্ট ৱাছিং মেচিন আছে
National-International

Bombay High Court : মহাৰাষ্ট্ৰৰ ৰাজনীতিক লৈ মন্তব্য বোম্বে উচ্চ ন্যায়ালয়ৰ : ৰাজ্যত মুকলি হৰ্ছ ট্ৰেডিং, এজাহাৰ পৰিলেই দল সলনি কৰিলেই হ’ল, এটা উৎকৃষ্ট ৱাছিং মেচিন আছে

July 3, 2026
50
Centre on Telegram App : ৱাটছএপৰ পিছত এইবাৰ কেন্দ্ৰৰ লক্ষ্যত টেলিগ্ৰাম আৰু ছিগনেল, ‘ইউজাৰনেম’ সন্দৰ্ভত জাননী প্ৰেৰণ
National-International

Centre on Telegram App : ৱাটছএপৰ পিছত এইবাৰ কেন্দ্ৰৰ লক্ষ্যত টেলিগ্ৰাম আৰু ছিগনেল, ‘ইউজাৰনেম’ সন্দৰ্ভত জাননী প্ৰেৰণ

July 3, 2026
50
Trump’s company : ভাৰতৰ পৰা বৃহৎ উপাৰ্জন ট্ৰাম্পৰ কোম্পানীৰ : ধনৰ খনিত পৰিণত গুৰুগ্ৰাম
National-International

Trump’s company : ভাৰতৰ পৰা বৃহৎ উপাৰ্জন ট্ৰাম্পৰ কোম্পানীৰ : ধনৰ খনিত পৰিণত গুৰুগ্ৰাম

July 3, 2026
50
Earthquake in Venezuela : ভেনিজুৱেলাৰ বিধ্বংসী ভূমিকম্পৰ ৮ দিনৰ পাছত ধ্বংসস্তুপৰ পৰা ওলাল জীয়াই থকা ব্যক্তি
National-International

Earthquake in Venezuela : ভেনিজুৱেলাৰ বিধ্বংসী ভূমিকম্পৰ ৮ দিনৰ পাছত ধ্বংসস্তুপৰ পৰা ওলাল জীয়াই থকা ব্যক্তি

July 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Bombay High Court : মহাৰাষ্ট্ৰৰ ৰাজনীতিক লৈ মন্তব্য বোম্বে উচ্চ ন্যায়ালয়ৰ : ৰাজ্যত মুকলি হৰ্ছ ট্ৰেডিং, এজাহাৰ পৰিলেই দল সলনি কৰিলেই হ’ল, এটা উৎকৃষ্ট ৱাছিং মেচিন আছে

Bombay High Court : মহাৰাষ্ট্ৰৰ ৰাজনীতিক লৈ মন্তব্য বোম্বে উচ্চ ন্যায়ালয়ৰ : ৰাজ্যত মুকলি হৰ্ছ ট্ৰেডিং, এজাহাৰ পৰিলেই দল সলনি কৰিলেই হ’ল, এটা উৎকৃষ্ট ৱাছিং মেচিন আছে

July 3, 2026
Centre on Telegram App : ৱাটছএপৰ পিছত এইবাৰ কেন্দ্ৰৰ লক্ষ্যত টেলিগ্ৰাম আৰু ছিগনেল, ‘ইউজাৰনেম’ সন্দৰ্ভত জাননী প্ৰেৰণ

Centre on Telegram App : ৱাটছএপৰ পিছত এইবাৰ কেন্দ্ৰৰ লক্ষ্যত টেলিগ্ৰাম আৰু ছিগনেল, ‘ইউজাৰনেম’ সন্দৰ্ভত জাননী প্ৰেৰণ

July 3, 2026
Trump’s company : ভাৰতৰ পৰা বৃহৎ উপাৰ্জন ট্ৰাম্পৰ কোম্পানীৰ : ধনৰ খনিত পৰিণত গুৰুগ্ৰাম

Trump’s company : ভাৰতৰ পৰা বৃহৎ উপাৰ্জন ট্ৰাম্পৰ কোম্পানীৰ : ধনৰ খনিত পৰিণত গুৰুগ্ৰাম

July 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT