![]()
নিউজ ডেক্স:
আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে প্ৰথমবাৰৰ বাবে মুখত মাস্ক পিন্ধিলে৷ যি সময়ত ক’ভিড-১৯ সংক্ৰমণৰ পৰা ৰক্ষা পাবৰ বাবে মানুহে মাস্ক পৰিধান কৰি আছে সেই সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতিজনে পৰিধান নকৰাকৈ আছিল৷
কিন্তু শনিবাৰে তেওঁ সিনাৰ এখন চিকিৎসালয় পৰিদৰ্শন কৰিবৰ বাবে ৱাশ্বিংটনৰ বাহিৰলৈ যায়৷ তেতিয়া ট্ৰাম্পে প্ৰথমবাৰৰ বাবে মাস্ক পৰিধান কৰে৷ ট্ৰাম্পে মেৰীলেণ্ডৰ বিদাছহাত সেনা আৰু স্বাস্থ্য কৰ্মীক সাক্ষাৎ কৰে৷ ট্ৰাম্পে সেই সময়ত ক’লা ৰঙৰ এখন মাস্ক পৰিধান কৰিছিল৷












