নিউজ ডেক্স:
আজিকালি ভিডিঅ’ সমূহ ছ’চিয়েল মেডিয়াত ভাইৰেল হোৱাৰ বাবে কোনো সময় নালাগে ৷ সম্প্রতি, এটা এটা বান্দৰে এটুকুৰা কেকলৈ পলাই যোৱাৰ এটা ভিডিঅ’ ভাইৰেল হৈছেল, আৰু এতিয়া এটা হাতিৰ ভিডিঅ’ ভাইৰেল (viral video) হৈছে তাকলৈ ছ’চিয়েল মেডিয়াত আলোড়ন সৃষ্টি হৈছে ৷ ভিডিঅ’টোত দেখা গৈছে অতি সুন্দৰ ৰূপত আছে হাতী এটা ৷
ভাৰতীয় বনদপ্তৰ বিষয়া সুশান্ত নন্দই নিজৰ ছ’ চিয়েল মিডিয়া একাউন্টত একাধিক ফটো আৰু ভিডিঅ’ ভাগ- বতৰা কৰিছে ৷ কেমাৰাত প্রাণী ও চৰাই বন্দী কৰা তেওঁলোকৰ দ্বিতীয় বিনোদন হিছাবে পৰিণত হৈছে । সম্প্রতি,তেওঁ নিজৰ ছ’চিয়েল মেডিয়া একাউন্টত এটা হাতীৰ ভিডিঅ শেয়াৰ কৰিছে ।
কোনোবাই জংঘলত হাতীটোক দোলনাত দোলাই দিয়ীৰ চেষ্টা কৰিছিল ৷ এই ভিডিঅটো চাই , এটি স্পষ্ট যে, দেখাত এই হাতীটো তাৰ নিজৰ আপোন ইচ্ছাত এনেদৰে হাত- ভৰি দোলাইছে আচলতে , সি গছৰ মাজত কৰবাত আৱদ্ধ হৈ পৰিছিল ৷ আৰু শৰীৰ গধুৰ হোৱাৰ বাবে গছৰ চেঁপাৰ পৰা ওলাই অহাত হাতীটোৰ বাবে বহু কষ্টকৰ মূহুৰ্ত আছিল ৷ চাওক, সেই ভিডিঅ’ …
Too heavy for the swing😊😊 pic.twitter.com/dk9u1cKi06
— Susanta Nanda (@susantananda3) July 10, 2020
কি সুন্দৰবাবে দুলিব ধৰিছে তাৰ ভৰি, হাতীৰ ভিডিঅ’ টো ছ’চিয়েল মেডিয়াত যথেষ্ট ভাইৰেল হৈছে । এই ভিডিঅ’ টো চাই জানিব পৰা গ’লযে, হাতীৰ ভৰি কাঠৰ সৈতে আৱদ্ধ হৈ আছে আৰু নিজকে তাৰ পৰা মুক্ত কৰাৰ বাবে চেষ্টা কৰিছে ৷ ভিডিঅ’ত এইটো স্পষ্ট হৈ পৰিছে যে, কিদৰে কাঠৰ চেঁপাৰ পৰা নিজৰ ভৰি মুক্ত কৰি আনিবলৈ হাতীটোৱে চেষ্টা কৰিছে ৷
এই ভিডিঅ’টো শেয়াৰ কৰি সুশান্ত নন্দ কাপশনে লিখিছে, “শৰীৰ খুব দুলিছে”। এই ভিডিঅ’টো এই পর্যন্ত টুইটাৰত ৩২ হাজাৰতকৈও অধিকবাৰ অনুসৰণ কৰা দেখা গৈছে ৷ কেৱল তেনে নহয়, , এই ভিডিঅ’টো ২০০ বাৰতকৈও অধিকবাৰ পুণঃ টুইট কৰা হৈছে ৷