![]()
নিউজ ডেক্স:
এসপ্তাহৰ আগতে দিয়া ইংগিত মতে মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে মন্ত্ৰীসভাত ২৮ জন মন্ত্ৰীৰ দপ্তৰ বিতৰণ কৰে৷ বিতৰণ কৰা মন্ত্ৰীসকলৰ দপ্তৰ হ’ল:
* নৰোত্তম মিশ্ৰক গৃহ, ৰাজনৈতিক পৰিক্ৰমা, আইন আৰু ন্যায়, কাৰাগাৰ দপ্তৰ
* যশোধৰা ৰাজে সিন্ধিয়াক ক্ৰীড়া আৰু যুৱ কল্যাণ, কাৰিকৰী শিক্ষা, দক্ষতা বিকাশ আৰু নিয়োগ
* জনস্বাস্থ্য, কুটীৰ আৰু গ্ৰামোদ্যোগ মন্ত্ৰীৰ দায়িত্ব গোপাল ভাৰ্গৱক
* তুলসী ৰাম ছিলভাক জলসম্পদ, মস্য কল্যাণ আৰু মস্য উন্নয়ন
* বিজয় চাহাক বন
* জগদীশ দেউৰাক বাণিজ্যিক কৰ, বিত্ত, অৰ্থনৈতিক আৰু পৰিসংখ্যা পৰিকল্পনা
* বিষ্ণু লাল সিঙক অসামৰিক খাদ্য যোগান আৰু গ্ৰাহক সুৰক্ষা
* ভূপেন্দ্ৰ সিঙক গ্ৰাম্য উন্নয়ন আৰু আবাস মন্ত্ৰী
* মীনা সিং মন্দৱেক আদিম জাতিৰ কল্যাণ, অনুসূচিত জাতি কল্যাণ মন্ত্ৰী
* কমল পেটেলক কৃষক কল্যাণ আৰু কৃষি উন্নয়ন
* আদিল সিং খানশ্বাহানক জনস্বাস্থ্য কৰিকৰী মন্ত্ৰী
* গোবিন্দ সিং ৰাজপুতক ৰাজহ, পৰিবহণ
* বীজেন্দ্ৰ প্ৰতাপ সিঙক খনিসম্পদ, শ্ৰম
* বিশ্ব ছাৰাঙক চিকিৎসা শিক্ষা, ভূপাল গেছ দুৰ্ঘটনাৰ সাহায্য আৰু পুনসংস্থাপন
* ইন্দিৰা দেৱীক মহিলা আৰু শিশু উন্নয়ন
* প্ৰভুৰাম চৌধুৰীক জনস্বাস্থ্য আৰু পৰিয়াল কল্যাণ
* মহেন্দ্ৰ সিং ছিছ’দিয়াক পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন
* প্ৰদ্যোন্ম সিং টোমাৰক শক্তি
* প্ৰেম সিং পেটেলক পশুপালন, সামাজিক ন্যায় আৰু প্ৰতিবন্ধী কল্যাণ
* ওম প্ৰকাশ ছাকলেভাক অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ, বিজ্ঞান আৰু প্ৰযুক্তি
* উষা ঠাকুৰক পৰ্যটন, কৃষ্টি, আধ্যাত্মিক মন্ত্ৰী * অৰবিন্দ ভদৰিয়াক সমবায়, হ্ৰদ সেৱা পৰিচালনা
* মোহন যাদৱক উচ্চ শিক্ষা
* হৰদীপ সিং ডুঙক নতুন আৰু নবীকৰণীয় শক্তি, পৰিৱেশ
* ৰাজৱান্ধন সিং প্ৰেম দাত্তিগাঁৱক উদ্যোগ নীতি আৰু বিনিয়োগ প্ৰচাৰ
* ভাৰত সিং খুচৱাহক উদ্যান শস্য আৰু খাদ্য প্রক্রিয়াকৰণ (স্বতন্ত্ৰ), নৰ্দমা উপত্যকা উন্নয়ন
* ইন্দ্ৰ সিং পাৰমাৰক বিদ্যালয় শিক্ষা (স্বতন্ত্ৰ), সাধাৰণ প্ৰশাসন
* ৰামখেলাভান পেটেলক পিছপৰা শ্ৰেণী আৰু সংখ্যালঘু কল্যাণ আৰু চিহ্নিত যাযাবৰ আৰু আধা যাযাবৰ জাতিৰ কল্যাণ (স্বতন্ত্ৰ), পঞ্চায়ত আৰু গ্ৰামোন্নয়ন
* ৰাম কিশোৰ (নানু) খানৱাৰেক আয়ুস (স্বতন্ত্ৰ), জলসম্পদ
* বীজেন্দ্ৰ সিং যাদৱক জনস্বাস্থ্য কাৰিকৰী
* গিৰিৰাজ দন্দটেক কৃষক কল্যাণ আৰু কৃষি উন্নয়ন
* সুৰেশ ধকাদক গড়কাপ্তানী
* অ’পিএছ ভাদাউৰিক নগৰ প্ৰশাসন আৰু উন্নয়ন মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে৷












