ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

৩০ বছৰ খোজকাঢ়ি চিঠি বিলোৱা ‘চিৰ তৰুণ’ পোষ্টমেনগৰাকী!

ASSAM TIMES POST by ASSAM TIMES POST
July 14, 2020
Reading Time: 1 min read
A A
0
৩০ বছৰ খোজকাঢ়ি চিঠি বিলোৱা ‘চিৰ তৰুণ’ পোষ্টমেনগৰাকী!

logo new 2 5 | ASSAM TIMES POST

বিশেষ প্ৰতিবেদন:

তামিলনাডুৰ এক অখ্যাত ব্যক্তি ডি শিবন। প্ৰায় ৩০ বছৰ ধৰি নীলগিৰি পাহাৰৰ পথেৰে প্রতিদিনে ১৫ কিলোমিটাৰ খোজকাঢ়ি বিলাই আহিছে খবৰ। হাতীৰ পৰা ভালুক- বহু বিপদৰ সন্মুখত পৰিছে কিন্তু কর্তব্যত অবিচল থাকি একেই নিয়মমাফিক খবৰ বিলাই আহিছে চাকৰি জীৱনৰ প্রতিটো দিন। অৱশেষত যেন তেওঁৰ যাত্ৰাৰ যতি পৰিল। কিয়নো অৱসৰ ল’লে পোষ্টমেন কে শিবনে।EcZB1a UYAAkxCi e1594719789480 | ASSAM TIMES POST

যৌৱনত যেতিয়া চাকৰিত যোগ দিছিল তাৰ পিছৰ পৰাই বহু সময় পাৰ হৈ গৈছে। কালৰ নিয়মত দেহলৈ আহে বার্ধক্য। তথাপি পকা চুলিৰ এই ‘চিৰ যুৱক’ৰ প্রাণশক্তিত যেন গতিৰোধক লগাব পৰা নাই বয়সে। ঘন সেউজীয়াই আৱৰা অৰণ্যৰ মাজৰ পথ খোজকাঢ়ি প্রতিদিনে ৩০ কিলোমিটাৰ পাৰ কৰিছে এইগৰাকী পোষ্টমেনে। সংশ্লিষ্ট কর্তৃপক্ষৰ কোনেও ভাবি উলিয়াব নোৱাৰিব কেতিয়া তেওঁ অনুপস্থিত আছিল।

Postman D. Sivan walked 15 kms everyday through thick forests to deliver mail in inaccessible areas in Coonoor.Chased by wild elephants,bears, gaurs,crossing slippery streams&waterfalls he did his duty with utmost dedication for 30 years till he retired last week-Dinamalar,Hindu pic.twitter.com/YY1fIoB2jj

— Supriya Sahu IAS (@supriyasahuias) July 8, 2020

RELATED POSTS

AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়

Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

Punjab election : হাত শিবিৰৰ ঐক্য : পঞ্জাৱ দখলৰ প্ৰস্তুতি কংগ্ৰেছৰ

সম্প্রতি আইপিএছ সুপ্রিয়া চাহুই তেওঁৰ অৱসৰৰ পিছত তেওঁক লৈ এটি পোষ্ট কৰে। কেপচনত তেওঁ লিখে, “পোষ্টমেন ডি শিবনে দৈনিক ১৫ কিলোমিটাৰ খোজকাঢ়ি দুর্গম কুনুৰত চিঠি দি আহে। হাতীৰ আক্ৰমণ, ভালুকৰ বিভীষিকাৰ পৰা বাচি নিজৰা পাৰ হৈ পিছল পথেৰে ৩০ বছৰ এই কাম কৰিছে তেওঁ। বিগত সপ্তাহত তেওঁ অৱসৰ লয়।” সামাজিক মাধ্যমত তেওঁৰ সম্পর্কে পোষ্টটি ভাইৰেল হৈ যায় মুহূর্তৰ ভিতৰতে।

Tags: featured3
Share4Tweet3Send

Related Posts

AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়
National-International

by News Desk
July 2, 2026
50
Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ
National-International

Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

by News Desk
July 2, 2026
50
Punjab election : হাত শিবিৰৰ ঐক্য : পঞ্জাৱ দখলৰ প্ৰস্তুতি কংগ্ৰেছৰ
National-International

Punjab election : হাত শিবিৰৰ ঐক্য : পঞ্জাৱ দখলৰ প্ৰস্তুতি কংগ্ৰেছৰ

by News Desk
July 2, 2026
50
china spray water : চীনত অট্টালিকাৰ পৰা বৰষুণ দিয়াই বৰ্ধিত গৰমক পৰাভূত
National-International

china spray water : চীনত অট্টালিকাৰ পৰা বৰষুণ দিয়াই বৰ্ধিত গৰমক পৰাভূত

by News Desk
July 2, 2026
50
Modi-Takaichi : মোডী-টাকাইচি আলোচনা : ভাৰত আৰু জাপানৰ মাজত কৃত্ৰিম বুদ্ধিমত্তা, ধাতু আৰু শক্তিৰ ওপৰত চুক্তি স্বাক্ষৰ
National-International

Modi-Takaichi : মোডী-টাকাইচি আলোচনা : ভাৰত আৰু জাপানৰ মাজত কৃত্ৰিম বুদ্ধিমত্তা, ধাতু আৰু শক্তিৰ ওপৰত চুক্তি স্বাক্ষৰ

by News Desk
July 2, 2026
50
Spain Heatwave I ভয়ংকৰ গ্ৰীষ্মপ্ৰবাহত স্পেইন, এমাহতে মৃত্যুৰ সংখ্যা হাজাৰ অতিক্ৰম
National-International

Spain Heatwave I ভয়ংকৰ গ্ৰীষ্মপ্ৰবাহত স্পেইন, এমাহতে মৃত্যুৰ সংখ্যা হাজাৰ অতিক্ৰম

by Staff Reporter
July 2, 2026
50
ADVERTISEMENT
Review meeting : ডিফুত জনসংযোগ বিভাগৰ কাৰ্যকলাপ পৰ্যালোচনা ই.এম. মধুৰাম লেখথেৰ
DIPHU

Review meeting : ডিফুত জনসংযোগ বিভাগৰ কাৰ্যকলাপ পৰ্যালোচনা ই.এম. মধুৰাম লেখথেৰ

July 2, 2026
50
AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়
National-International

AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়

July 2, 2026
50
Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ
National-International

Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

July 2, 2026
50
Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade
NORTHEAST

Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade

July 2, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Review meeting : ডিফুত জনসংযোগ বিভাগৰ কাৰ্যকলাপ পৰ্যালোচনা ই.এম. মধুৰাম লেখথেৰ

Review meeting : ডিফুত জনসংযোগ বিভাগৰ কাৰ্যকলাপ পৰ্যালোচনা ই.এম. মধুৰাম লেখথেৰ

July 2, 2026
AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়

AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়

July 2, 2026
Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

July 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT