ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

গাদী গ’লেও প্ৰভুত্ব যোৱা নাই লালুৰ! হস্পিটেলৰ ১৮টা কোঠা লালুৰ বাবে :

ঘূৰাই পঠায় ক'ৰোনা ৰোগীক

ASSAM TIMES POST by ASSAM TIMES POST
July 26, 2020
Reading Time: 1 min read
A A
0
গাদী গ’লেও প্ৰভুত্ব যোৱা নাই লালুৰ! হস্পিটেলৰ ১৮টা কোঠা লালুৰ বাবে :

logo new 2 9 | ASSAM TIMES POST
নিউজ ডেস্ক:

RELATED POSTS

AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়

Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

Punjab election : হাত শিবিৰৰ ঐক্য : পঞ্জাৱ দখলৰ প্ৰস্তুতি কংগ্ৰেছৰ

ৰাচিৰ আৰআইএমএছ হস্পিটেলত পশুখাদ্য দুর্নীতি গোচৰত দোষী সাব্যস্ত ৰাষ্ট্রীয় জনতা দলৰ সভাপতি লালু প্রসাদ যাদবে প্রভাৱ খটুৱাই আছে। তেওঁ যদিও ৰাচিৰ জেলত শাস্তি ভোগ কৰি আছে, কিন্তু তেওঁৰ দখলত ‘ৰিমছ’ৰ ১৮টা পেয়িং ৱার্ড আছে। শুনা মতে, লালুক ক’ৰোনাৰ পৰা বচাবলৈ ৰিমছত ভিভিআইপি ব্যৱস্থা কৰা হৈছে।

755478 lalu prasad yadav pti | ASSAM TIMES POST

উল্লেখ্য, ঝাড়খণ্ডত ৰাষ্ট্রীয় জনতা দল মহাজোটৰ চৰকাৰৰ সৈতে আছে। আনহাতে, হস্পিটেলত বেড নথকাৰ অজুহাত দেখুৱাই কৰোনা সংক্রমিত ৰোগীসকলক অন্য হস্পিটেললৈ স্থানান্তৰ কৰোৱা হৈছে। উল্লেখযোগ্য যে, লালু প্রসাদ যাদব ৰাচিৰ জেলত বন্দী হৈ থাকিলেও, তেওঁ প্রথমৰ পৰাই চিকিৎসাৰ অজুহাতত ৰিমছ হস্পিটেলত আছে। শাস্তি ঘোষণাৰ পিছতেই তেওঁৰ দেহত বহু ৰোগ পোৱা যায়, আৰু সেই কাৰণে তেওঁ হস্পিটেলত চিকিৎসাৰত।

Lalu Prasad | ASSAM TIMES POSTs92iel5g lalu yadav 625x300 04 September 18 | ASSAM TIMES POST

ইফালে ঝাড়খণ্ডত ক’ৰোনাৰ ঘটনা দিনক দিনে বাঢ়ি আছে, আৰু হস্পিটেলত বেড নথকাৰ বাবে ৰোগীসকলক বাধ্যতামূলক মাটিত বিছনা পাতি চিকিৎসা কৰা হৈছে। আৰু এই সঙ্কটৰ সময়ত বিৰোধী দলসমূহে প্রশ্ন তুলিছে যে, এই মহামাৰিৰ সময়ত পশুখাদ্য দুর্নীতি গোচৰত দোষী সাব্যস্ত লালু প্রসাদ যাদব যদি শাসক দলৰ জোটৰ সৈতে যুক্ত ন’হৈ কোনো সাধাৰণ বন্দী হ’লহেঁতেন, তেতিয়াহ’লেও ৰিমছত তেওঁৰ এনেধৰণৰেই চিকিৎসা হ’লহেঁতেন নে?

images 9898 | ASSAM TIMES POST

কিন্তু এই মহামাৰীৰ সময়ত হেমন্ত চোৰেন চৰকাৰে অকাৰণত হস্পিটেলৰ ১৮টা কোঠা দখল কৰি ৰাখি দিছে। বিজেপিৰ নেতা তথা প্রাক্তন মুখ্যমন্ত্রী বাবুলাল মাৰান্দীয়ে এই বিষয়ত ৰাজ্যৰ মুখ্যমন্ত্রী হেমন্ত চোৰেনক এখন পত্ৰও দিছে।

Tags: featured3
Share4Tweet3Send

Related Posts

AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়
National-International

by News Desk
July 2, 2026
50
Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ
National-International

Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

by News Desk
July 2, 2026
50
Punjab election : হাত শিবিৰৰ ঐক্য : পঞ্জাৱ দখলৰ প্ৰস্তুতি কংগ্ৰেছৰ
National-International

Punjab election : হাত শিবিৰৰ ঐক্য : পঞ্জাৱ দখলৰ প্ৰস্তুতি কংগ্ৰেছৰ

by News Desk
July 2, 2026
50
china spray water : চীনত অট্টালিকাৰ পৰা বৰষুণ দিয়াই বৰ্ধিত গৰমক পৰাভূত
National-International

china spray water : চীনত অট্টালিকাৰ পৰা বৰষুণ দিয়াই বৰ্ধিত গৰমক পৰাভূত

by News Desk
July 2, 2026
50
Modi-Takaichi : মোডী-টাকাইচি আলোচনা : ভাৰত আৰু জাপানৰ মাজত কৃত্ৰিম বুদ্ধিমত্তা, ধাতু আৰু শক্তিৰ ওপৰত চুক্তি স্বাক্ষৰ
National-International

Modi-Takaichi : মোডী-টাকাইচি আলোচনা : ভাৰত আৰু জাপানৰ মাজত কৃত্ৰিম বুদ্ধিমত্তা, ধাতু আৰু শক্তিৰ ওপৰত চুক্তি স্বাক্ষৰ

by News Desk
July 2, 2026
50
Spain Heatwave I ভয়ংকৰ গ্ৰীষ্মপ্ৰবাহত স্পেইন, এমাহতে মৃত্যুৰ সংখ্যা হাজাৰ অতিক্ৰম
National-International

Spain Heatwave I ভয়ংকৰ গ্ৰীষ্মপ্ৰবাহত স্পেইন, এমাহতে মৃত্যুৰ সংখ্যা হাজাৰ অতিক্ৰম

by Staff Reporter
July 2, 2026
50
ADVERTISEMENT
Review meeting : ডিফুত জনসংযোগ বিভাগৰ কাৰ্যকলাপ পৰ্যালোচনা ই.এম. মধুৰাম লেখথেৰ
DIPHU

Review meeting : ডিফুত জনসংযোগ বিভাগৰ কাৰ্যকলাপ পৰ্যালোচনা ই.এম. মধুৰাম লেখথেৰ

July 2, 2026
50
AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়
National-International

AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়

July 2, 2026
50
Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ
National-International

Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

July 2, 2026
50
Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade
NORTHEAST

Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade

July 2, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Review meeting : ডিফুত জনসংযোগ বিভাগৰ কাৰ্যকলাপ পৰ্যালোচনা ই.এম. মধুৰাম লেখথেৰ

Review meeting : ডিফুত জনসংযোগ বিভাগৰ কাৰ্যকলাপ পৰ্যালোচনা ই.এম. মধুৰাম লেখথেৰ

July 2, 2026
AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়

AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়

July 2, 2026
Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

July 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT