ষ্টাফ ৰিপ’ৰ্টাৰ:
অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত ভয়ংকৰ অঘটন।হিন্দুস্তান শ্বিপয়াৰ্ড লিমিটেডত এখন ক্ৰেন বাগৰি পৰাৰ ফলত ১০গৰাকী লোকৰ মৃত্যু।
আনহাতে এই ঘটনাত ১গৰাকী লোক গুৰুতৰভাৱে আহত হৈছে।সম্পূৰ্ণ ঘটনাৰ ওপৰত তদন্তৰ ঘোষণা কৰিছে প্ৰশাসনে।

© 2020 Assam Times Post. | Powered By Webx