ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ক’ৰোনাৰ লগত জলযন্ত্রণা ! প্ৰবল বৃষ্টিপাতত বিপর্যস্ত মুম্বাই, ৰেড এলাৰ্ট জাৰি

ASSAM TIMES POST by ASSAM TIMES POST
August 4, 2020
Reading Time: 1 min read
A A
0
ক’ৰোনাৰ লগত জলযন্ত্রণা ! প্ৰবল বৃষ্টিপাতত বিপর্যস্ত মুম্বাই, ৰেড এলাৰ্ট জাৰি

logo new 2 | ASSAM TIMES POST
নিউজ ডেস্কঃ

RELATED POSTS

AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়

Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

Punjab election : হাত শিবিৰৰ ঐক্য : পঞ্জাৱ দখলৰ প্ৰস্তুতি কংগ্ৰেছৰ

ক’ৰোনা আছেই, তাৰ লগতে ভূতৰ ওপৰত দানহ পৰা দি মুম্বাইৰ জনজীৱনত যোগ দিলে নিয়ম মাফিক জলযন্ত্রণা। ওৰে নিশা চলা প্ৰবল বৃষ্টিপাতত বন্যাত ভাহিল বাণিজ্য নগৰী। যাৰ ফলত চহৰখনৰ সকলো কাৰ্যালয় বন্ধ কৰি দিয়া হৈছে। বন্ধ প্ৰায় সকলো যান-বাহন। অধিক বৃষ্টিৰ পূর্বাভাসৰ ফলত মুম্বাইসহ কেইবাখনো জিলাত মঙ্গলবাৰ আৰু বুধবাৰে জাৰি কৰা হৈছে ৰেড এলাৰ্ট।

pjimage 32 1596514010 | ASSAM TIMES POST

বৃহত্ৰ মুম্বাই মিউনিচিপাল কর্পৰেচন (বিএমচি)ৰ তৰফৰ পৰা সকলো কাৰ্যালয় বন্ধ ৰখাৰ ঘোষণা কৰা হৈছে। টুইট কৰি চহৰবাসীক জনাই দিয়া হৈছে, ‘‘ওৰে নিশা হোৱা প্ৰবল বৃষ্টিপাতৰ কাৰণে আৰু বতৰ বিজ্ঞান কেন্দ্ৰই অধিক বৃষ্টিৰ পূর্বাভাস দিয়াত জৰুৰী সেৱা বাদ দি চহৰৰ সকলো কাৰ্যালয় মঙ্গলবাৰে বন্ধ থাকিব।

917258 mumbai rains 1 | ASSAM TIMES POST

পৌৰসভা সূত্রে জনোৱা মতে, মুম্বাইৰ প্ৰায় ২৬টা স্থান জলমগ্ন। বুকু পৰ্যন্ত পানী জমা হৈছে ঠাই বিশেষে। গোড়েগাঁও, কিং চার্কোল, হিন্দমাতা, দাদৰ, শিৱাজী চক, শেষ কলোনা, কুৰলা বাছ ডিপো, বান্দ্রা টকিজ, চিঅন ৰোডৰ দৰে এলেকা পানীৰ তলত।

ইয়াৰ উপৰি চহৰতলিৰ কান্দিভেলি এলেকাত ৱেস্টার্ন এক্সপ্রেছ হাইৱেত মঙ্গলবাৰে পুৱা ভূমিস্খলন হয়। ফলত পশ্চিম চহৰতলিৰ পৰা দক্ষিণ মুম্বাইলৈ যোৱা পথত যান-বাহন চলাচলত সমস্যা সৃষ্টি হয়।

ইফালে বতৰ বিজ্ঞান বিভাগে মঙ্গলবাৰে পুৱাৰ পূর্বাভাসত আৰু প্ৰায় ২৪ ঘণ্টা দুর্যোগ চলিব বুলিও পূর্বাভাস দিছে। ফলত থানে, পুণে, ৰায়গড় আৰু ৰত্নগিৰি জিলাতো ৰোড এলাৰ্ট জাৰি কৰিছে প্রশাসনে।

Tags: featured3
Share4Tweet3Send

Related Posts

AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়
National-International

by News Desk
July 2, 2026
50
Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ
National-International

Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

by News Desk
July 2, 2026
50
Punjab election : হাত শিবিৰৰ ঐক্য : পঞ্জাৱ দখলৰ প্ৰস্তুতি কংগ্ৰেছৰ
National-International

Punjab election : হাত শিবিৰৰ ঐক্য : পঞ্জাৱ দখলৰ প্ৰস্তুতি কংগ্ৰেছৰ

by News Desk
July 2, 2026
50
china spray water : চীনত অট্টালিকাৰ পৰা বৰষুণ দিয়াই বৰ্ধিত গৰমক পৰাভূত
National-International

china spray water : চীনত অট্টালিকাৰ পৰা বৰষুণ দিয়াই বৰ্ধিত গৰমক পৰাভূত

by News Desk
July 2, 2026
50
Modi-Takaichi : মোডী-টাকাইচি আলোচনা : ভাৰত আৰু জাপানৰ মাজত কৃত্ৰিম বুদ্ধিমত্তা, ধাতু আৰু শক্তিৰ ওপৰত চুক্তি স্বাক্ষৰ
National-International

Modi-Takaichi : মোডী-টাকাইচি আলোচনা : ভাৰত আৰু জাপানৰ মাজত কৃত্ৰিম বুদ্ধিমত্তা, ধাতু আৰু শক্তিৰ ওপৰত চুক্তি স্বাক্ষৰ

by News Desk
July 2, 2026
50
Spain Heatwave I ভয়ংকৰ গ্ৰীষ্মপ্ৰবাহত স্পেইন, এমাহতে মৃত্যুৰ সংখ্যা হাজাৰ অতিক্ৰম
National-International

Spain Heatwave I ভয়ংকৰ গ্ৰীষ্মপ্ৰবাহত স্পেইন, এমাহতে মৃত্যুৰ সংখ্যা হাজাৰ অতিক্ৰম

by Staff Reporter
July 2, 2026
50
ADVERTISEMENT
AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়
National-International

AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়

July 2, 2026
50
Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ
National-International

Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

July 2, 2026
50
Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade
NORTHEAST

Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade

July 2, 2026
50
Fifa world cup : পোহৰলৈ আহিছে বাংলাদেশৰ বুকুত অদ্ভুত আৰু চিন্তনীয় ছবি : নেতিবাচক প্ৰভাৱ পেলাব অসম, পশ্চিম বংগৰ দৰে সীমান্তৱৰ্তী ৰাজ্যত
Sports News

Assam Times Post is an Online Assamese and English News Portal from Assam.

AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়

AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়

July 2, 2026
Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

July 2, 2026
Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade

Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade

July 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT