ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

সঞ্জয় দত্তৰ অসুস্থতাক লৈ অৱশেষত মুখ খুলিলে পত্নী মান্যতা দত্তই:

ASSAM TIMES POST by ASSAM TIMES POST
August 12, 2020
Reading Time: 1 min read
A A
0
সঞ্জয় দত্তৰ অসুস্থতাক লৈ অৱশেষত মুখ খুলিলে পত্নী মান্যতা দত্তই:

logo new 2 1 | ASSAM TIMES POST
নিউজ ডেস্ক:

RELATED POSTS

WhatsApp । ৱাটছএপত‘ইউজাৰনেম’ ফিচাৰ বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ কেন্দ্ৰৰ

Summer Season Parliament : ২০ জুলাইৰ পৰা সংসদৰ বাৰিষা অধিৱেশন : ৩০ দিন ধৰি জিম্মাত থকা মন্ত্ৰী, মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীক স্বয়ংক্ৰিয়ভাৱে অপসাৰণ কৰাৰ বিধেয়ক উত্থাপনৰ সম্ভাৱনা

Indian Student : আমেৰিকাত আকস্মিক বানত ভাৰতীয় তথ্য প্ৰযুক্তি পেছাদাৰী-ছাত্ৰৰ মৃত্যু

মঙ্গলবাৰে নিশা হঠাৎ আহে অপ্রত্যাশিত দুঃসংবাদটো। ষ্টেজ ৩ হাওঁফাওঁৰ কেন্সাৰত আক্রান্ত অভিনেতা সঞ্জয় দত্ত। কেইবাটাও সংবাদ মাধ্যমে আকৌ ‘সঞ্জু বাবা’ ষ্টেজ ৪ কেন্সাৰত আক্রান্ত বুলিও প্ৰকাশ কৰিছে।

এই ৰিপোর্ট অহাৰ লগে লগেই বলিউডত পুনৰ আৰু এটা ডাঙৰ আঘাত লাগে। কিছুদিন পূৰ্বে সামান্য শ্বাসকষ্ট লৈ হস্পিটেলত ভর্তি হৈছিল সঞ্জয় দত্ত। কিন্তু তাৰ ফলাফল যে এনেকুৱা হ’বলৈ গৈছে তাক বোধহয় দুঃস্বপ্নতো কল্পনা কৰিবলৈ পৰা নাই কোনোৱে।

মুম্বাইৰ লীলাবতী হস্পিটেলত যোৱা সপ্তাহৰ শেষত ভর্তি আছিল তেওঁ। যোৱা সোমবাৰে তেওঁক হস্পিটেলৰ পৰা যাবলৈও দিয়া হয়। এতিয়া যিমান পাৰি সোনকালে সঞ্জুক আমেৰিকালৈ নি চিকিৎসা কৰোৱাৰ কথা চলিছে।

এই মুহূর্তত অৱশ্যে সঞ্জয় দত্তৰ ওচৰত নাইই তেওঁৰ পত্নী মান্যতা দত্ত। দুই যমজ সন্তানৰ লগত তেওঁ এই মুহূর্তত ডুবাইত আছে। স্বাভাবিকতেই এই অৱস্থাত দুশ্চিন্তাত পৰিছে তেওঁ। সৰু সৰু দুই সন্তান আৰু মান্যতাৰ বাবে চিন্তা কৰিছে সঞ্জয় দত্তইও।

কিন্তু এই মুহূর্তত যাতে কোনো ধৰণৰ বিভ্রান্তমূলক খবৰ বা গুজব কোনেও নৰটে, তাক লৈ সচেতন মান্যতা। এক বিবৃতিতে সেই সম্পর্কে স্পষ্টভাবেই সকলোকে সাৱধান কৰিছে তেওঁ। মান্যতাই কয়, ‘‘মই সকলোকে ধন্যবাদ জনাইছো যিসকলে সঞ্জুৰ বাবে প্রার্থনা আৰু আৰোগ্যবার্তা পঠাইছে।

আমি এই পৰিস্থিতি পাৰ কৰিবলৈ সকলোৰে প্রার্থনাৰ শক্তিত ভৰসা ৰাখিছোঁ। এই পৰিয়ালটো অতীতত বহু যুদ্ধৰ মাজেৰে আহিছে। কিন্তু আমি আশাবাদী, এই যুদ্ধও আমি জয় কৰিম। সকলোৰে ওচৰত আমি হাত জোৰ কৰি এটাই অনুৰোধ জনাইছো, কোনো ধৰণৰ গুজব বা অনুমানভিত্তিক খবৰ যেন নিবিয়পায়।

কেৱল আপোনালোকৰ ভালপোৱাৰে আমাক আগুৱাই যাবলৈ সহায় কৰক। সঞ্জু সকলো সময়তে এজন যোদ্ধা আছিল, আমাৰ পৰিয়ালো। ঈশ্বৰে এইবাৰ আমাক বাছি লৈছে আৰু এটা কঠিন পৰীক্ষাৰ বাবে। আপোনালোকৰ ভালপোৱা আৰু প্রার্থনাই আমাক এই যুদ্ধ জয় কৰাত সহায় কৰিবে।’’

Tags: featured3
Share4Tweet3Send

Related Posts

Whatsapp account ban : নিষিদ্ধ ৭০ লাখ ৱাটছএপ একাউণ্ট, নিয়ম নামানিলে আপোনাৰো হ’ব বিপদ
National-International

WhatsApp । ৱাটছএপত‘ইউজাৰনেম’ ফিচাৰ বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ কেন্দ্ৰৰ

by Staff Reporter
July 2, 2026
50
Summer Season Parliament : ২০ জুলাইৰ পৰা সংসদৰ বাৰিষা অধিৱেশন : ৩০ দিন ধৰি জিম্মাত থকা মন্ত্ৰী, মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীক স্বয়ংক্ৰিয়ভাৱে অপসাৰণ কৰাৰ বিধেয়ক উত্থাপনৰ সম্ভাৱনা
National-International

Summer Season Parliament : ২০ জুলাইৰ পৰা সংসদৰ বাৰিষা অধিৱেশন : ৩০ দিন ধৰি জিম্মাত থকা মন্ত্ৰী, মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীক স্বয়ংক্ৰিয়ভাৱে অপসাৰণ কৰাৰ বিধেয়ক উত্থাপনৰ সম্ভাৱনা

by News Desk
July 1, 2026
50
Indian Student : আমেৰিকাত আকস্মিক বানত ভাৰতীয় তথ্য প্ৰযুক্তি পেছাদাৰী-ছাত্ৰৰ মৃত্যু
National-International

Indian Student : আমেৰিকাত আকস্মিক বানত ভাৰতীয় তথ্য প্ৰযুক্তি পেছাদাৰী-ছাত্ৰৰ মৃত্যু

by News Desk
July 1, 2026
50
Europe Heatwave : গৰমত গলিছে ইউৰোপৰ ৰাস্তা, কিন্তু কিয়

TVK government : তামিলনাডুত ভিয়েৰ নেতৃত্বাধীন টিভিকে চৰকাৰক উৎখাত কৰাৰ ষড়যন্ত্ৰ!

Cow Slaughter : গো-হত্যা নিষিদ্ধকৰণৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ তামিলনাডু চৰকাৰ

ADVERTISEMENT
Whatsapp account ban : নিষিদ্ধ ৭০ লাখ ৱাটছএপ একাউণ্ট, নিয়ম নামানিলে আপোনাৰো হ’ব বিপদ
National-International

WhatsApp । ৱাটছএপত‘ইউজাৰনেম’ ফিচাৰ বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ কেন্দ্ৰৰ

July 2, 2026
50
Summer Season Parliament : ২০ জুলাইৰ পৰা সংসদৰ বাৰিষা অধিৱেশন : ৩০ দিন ধৰি জিম্মাত থকা মন্ত্ৰী, মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীক স্বয়ংক্ৰিয়ভাৱে অপসাৰণ কৰাৰ বিধেয়ক উত্থাপনৰ সম্ভাৱনা
National-International

Summer Season Parliament : ২০ জুলাইৰ পৰা সংসদৰ বাৰিষা অধিৱেশন : ৩০ দিন ধৰি জিম্মাত থকা মন্ত্ৰী, মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীক স্বয়ংক্ৰিয়ভাৱে অপসাৰণ কৰাৰ বিধেয়ক উত্থাপনৰ সম্ভাৱনা

July 1, 2026
50
Indian Student : আমেৰিকাত আকস্মিক বানত ভাৰতীয় তথ্য প্ৰযুক্তি পেছাদাৰী-ছাত্ৰৰ মৃত্যু
National-International

Indian Student : আমেৰিকাত আকস্মিক বানত ভাৰতীয় তথ্য প্ৰযুক্তি পেছাদাৰী-ছাত্ৰৰ মৃত্যু

July 1, 2026
50
Europe Heatwave : গৰমত গলিছে ইউৰোপৰ ৰাস্তা, কিন্তু কিয়
National-International

Europe Heatwave : গৰমত গলিছে ইউৰোপৰ ৰাস্তা, কিন্তু কিয়

July 1, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Whatsapp account ban : নিষিদ্ধ ৭০ লাখ ৱাটছএপ একাউণ্ট, নিয়ম নামানিলে আপোনাৰো হ’ব বিপদ

WhatsApp । ৱাটছএপত‘ইউজাৰনেম’ ফিচাৰ বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ কেন্দ্ৰৰ

July 2, 2026
Summer Season Parliament : ২০ জুলাইৰ পৰা সংসদৰ বাৰিষা অধিৱেশন : ৩০ দিন ধৰি জিম্মাত থকা মন্ত্ৰী, মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীক স্বয়ংক্ৰিয়ভাৱে অপসাৰণ কৰাৰ বিধেয়ক উত্থাপনৰ সম্ভাৱনা

Summer Season Parliament : ২০ জুলাইৰ পৰা সংসদৰ বাৰিষা অধিৱেশন : ৩০ দিন ধৰি জিম্মাত থকা মন্ত্ৰী, মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীক স্বয়ংক্ৰিয়ভাৱে অপসাৰণ কৰাৰ বিধেয়ক উত্থাপনৰ সম্ভাৱনা

July 1, 2026
Indian Student : আমেৰিকাত আকস্মিক বানত ভাৰতীয় তথ্য প্ৰযুক্তি পেছাদাৰী-ছাত্ৰৰ মৃত্যু

Indian Student : আমেৰিকাত আকস্মিক বানত ভাৰতীয় তথ্য প্ৰযুক্তি পেছাদাৰী-ছাত্ৰৰ মৃত্যু

July 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT