ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Europe Heatwave : গৰমত গলিছে ইউৰোপৰ ৰাস্তা, কিন্তু কিয়

নিউজ ডেস্কঃ

News Desk by News Desk
July 1, 2026
Reading Time: 1 min read
A A
0
Europe Heatwave : গৰমত গলিছে ইউৰোপৰ ৰাস্তা, কিন্তু কিয়

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Summer Season Parliament : ২০ জুলাইৰ পৰা সংসদৰ বাৰিষা অধিৱেশন : ৩০ দিন ধৰি জিম্মাত থকা মন্ত্ৰী, মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীক স্বয়ংক্ৰিয়ভাৱে অপসাৰণ কৰাৰ বিধেয়ক উত্থাপনৰ সম্ভাৱনা

Indian Student : আমেৰিকাত আকস্মিক বানত ভাৰতীয় তথ্য প্ৰযুক্তি পেছাদাৰী-ছাত্ৰৰ মৃত্যু

TVK government : তামিলনাডুত ভিয়েৰ নেতৃত্বাধীন টিভিকে চৰকাৰক উৎখাত কৰাৰ ষড়যন্ত্ৰ!

সমগ্ৰ ইউৰোপ এইবাৰ অভূতপূৰ্ব উত্তাপৰ (Europe Heatwave) সন্মুখীন হৈছে। তীব্ৰ গৰমৰ বাবে মহাদেশখনৰ বিভিন্ন প্ৰান্তৰ পথসমূহ গলিবলৈ আৰম্ভ কৰিছে। কিন্তু ভাৰততো গৰমৰ দিনত পাৰাস্তম্ভই কেতিয়াবা ৪৫ ডিগ্ৰী চেলছিয়াছতকৈও অধিক হয় যদিও ৰাস্তাবোৰ অক্ষত অৱস্থাত আছে। এনে বিপৰ্যয়জনক পৰিস্থিতি দেখা নাযায়। ফলত স্বাভাৱিকতে সকলোৰে মনত প্ৰশ্ন উত্থাপন হৈছে, ভাৰত আৰু ইউৰোপৰ মাজত এই বৃহৎ পাৰ্থক্য কিয়?

সংবাদ মাধ্যমত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, এই পাৰ্থক্যৰ কাৰণ এনে নহয় যে আমাৰ দেশে আন দেশতকৈ শক্তিশালী পথ নিৰ্মাণ কৰে। কথাটো হ’ল, পথ নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা সামগ্ৰীসমূহ জলবায়ুৰ ওপৰত ভিত্তি কৰি বাছনি কৰা হয়। ব্ৰিটেইনৰ দৰে ইউৰোপীয় দেশসমূহে পথ নিৰ্মাণৰ সময়ত ঠাণ্ডাৰ পৰা প্ৰয়োজনীয় সুৰক্ষাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। পথসমূহ বাৰে বাৰে গোটমৰা আৰু গলি যোৱা প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হ’বলগীয়া হয়, যাৰ ফলত পথৰ ফাঁট আৰু গাঁথনিগত ক্ষতি হ’ব পাৰে। এই কাৰণেই ইউৰোপৰ বহু পথত টি ৰোড এছফাল্ট আৰু ডেন্স এছফাল্ট কংক্ৰিট ব্যৱহাৰ কৰা হয়। এই মিশ্ৰণবোৰত বিটুমিনাছ পিটচ আৰু মিহি শিলৰ চিপছ অধিক পৰিমাণে থাকে। ইয়াৰ ফলত পথৰ পৃষ্ঠভাগ বহুত বেছি নমনীয় হৈ পৰে। তীব্ৰ শীতকালত নমনীয়তা অতি গুৰুত্বপূৰ্ণ। ফলস্বৰূপে পথটো ফাটি নোযোৱাকৈ সহজে সম্প্ৰসাৰিত আৰু সংকুচিত হ’ব পাৰে। আনকি কোমল গ্ৰেডৰ বিটুমিনেও পথটো স্থিতিস্থাপক কৰি ৰখাত সহায় কৰে।

eu | ASSAM TIMES POST
গৰমত গলিছে ইউৰোপৰ ৰাস্তা

এতিয়া এই শীতকালীন সুবিধা অত্যন্ত গৰমত বিপদত পৰিণত হৈছে। উষ্ণতা ৪০ ডিগ্ৰী চেলছিয়াছত উপনীত হ’লে বা তাতকৈ অধিক হ’লে এই এছফাল্ট মিশ্ৰণত থকা বিটুমিন কোমল হ’বলৈ আৰম্ভ কৰে। এনে অৱস্থাত গধুৰ বাহনে পথৰ পৃষ্ঠভাগৰ ক্ষতিসাধন কৰে। ৰাস্তাটো বহি‌ যায় তাত চকাৰ দাগ পৰে। যিহেতু ব্ৰিটেইনত এনে তীব্ৰ উষ্ণতা ঐতিহাসিকভাৱে বিৰল, সেয়েহে তাত থকা পথসমূহে দীৰ্ঘদিনীয়া তাপ সহ্য কৰিব পৰাকৈ কোনো প্ৰযুক্তি বিকশিত কৰিব পৰা নাই।

আনহাতে, ভাৰতৰ জলবায়ু সম্পূৰ্ণ পৃথক। দীৰ্ঘদিন ধৰি বৰফ জমা হোৱাৰ কোনো বিষয় নাই। তাৰ পৰিৱৰ্তে ৰাস্তা-ঘাটসমূহে মাহৰ পিছত মাহ ধৰি তীব্ৰ গৰম, তীব্ৰ ৰ’দ আৰু প্ৰচণ্ড যান-বাহনৰ চাপ সহ্য কৰিবলগা হয়। এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ভাৰতত পথ নিৰ্মাণত সাধাৰণতে কঠিন গ্ৰেডৰ বিটুমিন ব্যৱহাৰ কৰা হয়, যেনে ভিজি-৩০ আৰু ভিজি-৪০। এই পদাৰ্থবোৰৰ ঘনত্ব অতি উচ্চ। ফলত তাপমাত্ৰা তীব্ৰভাৱে বৃদ্ধি পালেও ইহঁতে নিজৰ শক্তি বজাই ৰাখিব পাৰে।

ইয়াৰ উপৰি ভাৰতীয় পথৰ মিশ্ৰণত বৃহৎ আকাৰৰ শিলৰ টুকুৰা অধিক ব্যৱহাৰ কৰা হয়। ইয়াৰ ফলত প্ৰচণ্ড গৰমতো পথৰ পৃষ্ঠভাগ সুস্থিৰ আৰু মজবুত কৰি ৰখাত সহায় কৰে। ফলত অনবৰতে গধুৰ বাহন চলাচল কৰি থাকিলেও পথটো সহজে কোমল নহয়। ইয়াৰ বাবে কোনো স্থায়ী বিকৃতি দেখা নাযায়।

Tags: europeHeatwave
Share4Tweet3Send

Related Posts

Summer Season Parliament : ২০ জুলাইৰ পৰা সংসদৰ বাৰিষা অধিৱেশন : ৩০ দিন ধৰি জিম্মাত থকা মন্ত্ৰী, মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীক স্বয়ংক্ৰিয়ভাৱে অপসাৰণ কৰাৰ বিধেয়ক উত্থাপনৰ সম্ভাৱনা
National-International

by News Desk
July 1, 2026
50
Indian Student : আমেৰিকাত আকস্মিক বানত ভাৰতীয় তথ্য প্ৰযুক্তি পেছাদাৰী-ছাত্ৰৰ মৃত্যু
National-International

Indian Student : আমেৰিকাত আকস্মিক বানত ভাৰতীয় তথ্য প্ৰযুক্তি পেছাদাৰী-ছাত্ৰৰ মৃত্যু

by News Desk
July 1, 2026
50
TVK government : তামিলনাডুত ভিয়েৰ নেতৃত্বাধীন টিভিকে চৰকাৰক উৎখাত কৰাৰ ষড়যন্ত্ৰ!
National-International

TVK government : তামিলনাডুত ভিয়েৰ নেতৃত্বাধীন টিভিকে চৰকাৰক উৎখাত কৰাৰ ষড়যন্ত্ৰ!

by News Desk
July 1, 2026
50
Cow Slaughter : গো-হত্যা নিষিদ্ধকৰণৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ তামিলনাডু চৰকাৰ

Ram Mandir pran pratistha : সোমবাৰে খোল খাব ৰাম মন্দিৰৰ দুৱাৰ, কি কি কাৰ্যসূচী থাকিব
National-International

Ram Mandir controversy I অযোধ্যাৰ প্ৰণামী চুৰিৰ তদন্তত পোহৰলৈ আহিছে বিভিন্ন গাফিলতিৰ তথ্য

by Staff Reporter
July 1, 2026
50
PM Modi I সেৱা তীৰ্থত সচিবসকলৰ সৈতে মোদীৰ গুৰুত্বপূৰ্ণ বৈঠক
National-International

PM Modi I সেৱা তীৰ্থত সচিবসকলৰ সৈতে মোদীৰ গুৰুত্বপূৰ্ণ বৈঠক

by Staff Reporter
July 1, 2026
50
ADVERTISEMENT
Summer Season Parliament : ২০ জুলাইৰ পৰা সংসদৰ বাৰিষা অধিৱেশন : ৩০ দিন ধৰি জিম্মাত থকা মন্ত্ৰী, মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীক স্বয়ংক্ৰিয়ভাৱে অপসাৰণ কৰাৰ বিধেয়ক উত্থাপনৰ সম্ভাৱনা
National-International

Summer Season Parliament : ২০ জুলাইৰ পৰা সংসদৰ বাৰিষা অধিৱেশন : ৩০ দিন ধৰি জিম্মাত থকা মন্ত্ৰী, মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীক স্বয়ংক্ৰিয়ভাৱে অপসাৰণ কৰাৰ বিধেয়ক উত্থাপনৰ সম্ভাৱনা

July 1, 2026
50
Indian Student : আমেৰিকাত আকস্মিক বানত ভাৰতীয় তথ্য প্ৰযুক্তি পেছাদাৰী-ছাত্ৰৰ মৃত্যু
National-International

Indian Student : আমেৰিকাত আকস্মিক বানত ভাৰতীয় তথ্য প্ৰযুক্তি পেছাদাৰী-ছাত্ৰৰ মৃত্যু

July 1, 2026
50
Europe Heatwave : গৰমত গলিছে ইউৰোপৰ ৰাস্তা, কিন্তু কিয়
National-International

Europe Heatwave : গৰমত গলিছে ইউৰোপৰ ৰাস্তা, কিন্তু কিয়

July 1, 2026
50
TVK government : তামিলনাডুত ভিয়েৰ নেতৃত্বাধীন টিভিকে চৰকাৰক উৎখাত কৰাৰ ষড়যন্ত্ৰ!
National-International

TVK government : তামিলনাডুত ভিয়েৰ নেতৃত্বাধীন টিভিকে চৰকাৰক উৎখাত কৰাৰ ষড়যন্ত্ৰ!

July 1, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Summer Season Parliament : ২০ জুলাইৰ পৰা সংসদৰ বাৰিষা অধিৱেশন : ৩০ দিন ধৰি জিম্মাত থকা মন্ত্ৰী, মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীক স্বয়ংক্ৰিয়ভাৱে অপসাৰণ কৰাৰ বিধেয়ক উত্থাপনৰ সম্ভাৱনা

Summer Season Parliament : ২০ জুলাইৰ পৰা সংসদৰ বাৰিষা অধিৱেশন : ৩০ দিন ধৰি জিম্মাত থকা মন্ত্ৰী, মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীক স্বয়ংক্ৰিয়ভাৱে অপসাৰণ কৰাৰ বিধেয়ক উত্থাপনৰ সম্ভাৱনা

July 1, 2026
Indian Student : আমেৰিকাত আকস্মিক বানত ভাৰতীয় তথ্য প্ৰযুক্তি পেছাদাৰী-ছাত্ৰৰ মৃত্যু

Indian Student : আমেৰিকাত আকস্মিক বানত ভাৰতীয় তথ্য প্ৰযুক্তি পেছাদাৰী-ছাত্ৰৰ মৃত্যু

July 1, 2026
Europe Heatwave : গৰমত গলিছে ইউৰোপৰ ৰাস্তা, কিন্তু কিয়

Europe Heatwave : গৰমত গলিছে ইউৰোপৰ ৰাস্তা, কিন্তু কিয়

July 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT