ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

অসহায় মহিলাৰ ছোৱালীক বিয়া পাতিব নোৱাৰি গৰু চুৰিৰ অপবাদত মাক-জীয়েকক পিটিলে ৰাজহুৱাকৈ

ASSAM TIMES POST by ASSAM TIMES POST
August 23, 2020
Reading Time: 1 min read
A A
0
অসহায় মহিলাৰ ছোৱালীক বিয়া পাতিব নোৱাৰি গৰু চুৰিৰ অপবাদত মাক-জীয়েকক পিটিলে ৰাজহুৱাকৈ

logo new 2 12 | ASSAM TIMES POST

RELATED POSTS

Summer Season Parliament : ২০ জুলাইৰ পৰা সংসদৰ বাৰিষা অধিৱেশন : ৩০ দিন ধৰি জিম্মাত থকা মন্ত্ৰী, মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীক স্বয়ংক্ৰিয়ভাৱে অপসাৰণ কৰাৰ বিধেয়ক উত্থাপনৰ সম্ভাৱনা

Indian Student : আমেৰিকাত আকস্মিক বানত ভাৰতীয় তথ্য প্ৰযুক্তি পেছাদাৰী-ছাত্ৰৰ মৃত্যু

Europe Heatwave : গৰমত গলিছে ইউৰোপৰ ৰাস্তা, কিন্তু কিয়

নিউজ ডেস্কঃ

দুখীয়া আৰু অসহায় বৃদ্ধাৰ ছোৱালীয়ে বিয়াৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবে কক্সবাজাৰ জিলাৰ চকৰিয়াৰ হাৰবাং ইউনিয়ন পৰিষদৰ চেয়াৰমেন মিৰানুল ইছলামে মাক-জীয়েকক ইউনিয়ন পৰিষদৰ কার্যালয়লৈ কৌশলেৰে মাতি আনি গৰু চোৰ সজাই নির্মম নির্যাতন আৰু পশুৰ দৰে মাৰ-পিট কৰে।

118198426 3607636962602045 8599477212120110418 n e1598165778789 | ASSAM TIMES POST

কেৱল সিমানেই নহয়, ইউনিয়ন পৰিষদৰ কার্যালয়ত মাৰ-ধৰ কৰাৰ পিছত এলেকাটোৰ বিভিন্ন ৰাস্তাৰে কঁকালত ৰছী বান্ধি ঘূৰাই লৈ ফুৰায় মাক-জীয়েকক৷ এই নাৰকীয় ঘটনা সংঘটিত কৰা পশুৰূপী মিৰানুলৰ ওপৰত উচিত তদন্ত কৰি দৃষ্টান্তমূলক শাস্তিৰ দাবী উঠিছে।

লগতে প্ৰশ্ন উত্থাপিত হৈছে, অপৰাধ কৰক বাবে নকৰক, এনেদৰে কাৰোবাক ৰাজহুৱাভাৱে অপমান কৰাৰ কাৰোবাৰ অধিকাৰ আছেনে? আইন হাতত তুলি লোৱাৰ অধিকাৰ আছেনে? সমাজ ব্যৱস্থাত কোনোৱে দোষ কৰিলে তাৰ বিচাৰৰ বাবে আইন-আদালত আছে, শাস্তি প্ৰদানৰো একমাত্ৰ অধিকাৰ আদালতৰ৷

কিন্তু তাকে নকৰি আক্ৰোশমূলকভাৱে নৰাধমটোৱে কৰা এনেধৰণৰ পশুসুলভ আচৰণৰ বাবে সচেতন মহলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ উক্ত ঘটনাৰ উচিত তদন্তৰ দাবীত অঞ্চলটোৰ সাংসদ আলহাজ জাফৰ আলম তথা স্থানীয় প্ৰশানৰ দৃষ্টি আকর্ষণ কৰিছে স্থানীয় ৰাইজে।

Tags: featured3
Share4Tweet3Send

Related Posts

Summer Season Parliament : ২০ জুলাইৰ পৰা সংসদৰ বাৰিষা অধিৱেশন : ৩০ দিন ধৰি জিম্মাত থকা মন্ত্ৰী, মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীক স্বয়ংক্ৰিয়ভাৱে অপসাৰণ কৰাৰ বিধেয়ক উত্থাপনৰ সম্ভাৱনা
National-International

by News Desk
July 1, 2026
50
Indian Student : আমেৰিকাত আকস্মিক বানত ভাৰতীয় তথ্য প্ৰযুক্তি পেছাদাৰী-ছাত্ৰৰ মৃত্যু
National-International

Indian Student : আমেৰিকাত আকস্মিক বানত ভাৰতীয় তথ্য প্ৰযুক্তি পেছাদাৰী-ছাত্ৰৰ মৃত্যু

by News Desk
July 1, 2026
50
Europe Heatwave : গৰমত গলিছে ইউৰোপৰ ৰাস্তা, কিন্তু কিয়
National-International

Europe Heatwave : গৰমত গলিছে ইউৰোপৰ ৰাস্তা, কিন্তু কিয়

by News Desk
July 1, 2026
50
TVK government : তামিলনাডুত ভিয়েৰ নেতৃত্বাধীন টিভিকে চৰকাৰক উৎখাত কৰাৰ ষড়যন্ত্ৰ!

Cow Slaughter : গো-হত্যা নিষিদ্ধকৰণৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ তামিলনাডু চৰকাৰ

Ram Mandir pran pratistha : সোমবাৰে খোল খাব ৰাম মন্দিৰৰ দুৱাৰ, কি কি কাৰ্যসূচী থাকিব
National-International

Ram Mandir controversy I অযোধ্যাৰ প্ৰণামী চুৰিৰ তদন্তত পোহৰলৈ আহিছে বিভিন্ন গাফিলতিৰ তথ্য

by Staff Reporter
July 1, 2026
50
ADVERTISEMENT
Summer Season Parliament : ২০ জুলাইৰ পৰা সংসদৰ বাৰিষা অধিৱেশন : ৩০ দিন ধৰি জিম্মাত থকা মন্ত্ৰী, মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীক স্বয়ংক্ৰিয়ভাৱে অপসাৰণ কৰাৰ বিধেয়ক উত্থাপনৰ সম্ভাৱনা
National-International

Summer Season Parliament : ২০ জুলাইৰ পৰা সংসদৰ বাৰিষা অধিৱেশন : ৩০ দিন ধৰি জিম্মাত থকা মন্ত্ৰী, মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীক স্বয়ংক্ৰিয়ভাৱে অপসাৰণ কৰাৰ বিধেয়ক উত্থাপনৰ সম্ভাৱনা

July 1, 2026
50
Indian Student : আমেৰিকাত আকস্মিক বানত ভাৰতীয় তথ্য প্ৰযুক্তি পেছাদাৰী-ছাত্ৰৰ মৃত্যু
National-International

Indian Student : আমেৰিকাত আকস্মিক বানত ভাৰতীয় তথ্য প্ৰযুক্তি পেছাদাৰী-ছাত্ৰৰ মৃত্যু

July 1, 2026
50
Europe Heatwave : গৰমত গলিছে ইউৰোপৰ ৰাস্তা, কিন্তু কিয়
National-International

Europe Heatwave : গৰমত গলিছে ইউৰোপৰ ৰাস্তা, কিন্তু কিয়

July 1, 2026
50
TVK government : তামিলনাডুত ভিয়েৰ নেতৃত্বাধীন টিভিকে চৰকাৰক উৎখাত কৰাৰ ষড়যন্ত্ৰ!
National-International

TVK government : তামিলনাডুত ভিয়েৰ নেতৃত্বাধীন টিভিকে চৰকাৰক উৎখাত কৰাৰ ষড়যন্ত্ৰ!

July 1, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Summer Season Parliament : ২০ জুলাইৰ পৰা সংসদৰ বাৰিষা অধিৱেশন : ৩০ দিন ধৰি জিম্মাত থকা মন্ত্ৰী, মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীক স্বয়ংক্ৰিয়ভাৱে অপসাৰণ কৰাৰ বিধেয়ক উত্থাপনৰ সম্ভাৱনা

Summer Season Parliament : ২০ জুলাইৰ পৰা সংসদৰ বাৰিষা অধিৱেশন : ৩০ দিন ধৰি জিম্মাত থকা মন্ত্ৰী, মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীক স্বয়ংক্ৰিয়ভাৱে অপসাৰণ কৰাৰ বিধেয়ক উত্থাপনৰ সম্ভাৱনা

July 1, 2026
Indian Student : আমেৰিকাত আকস্মিক বানত ভাৰতীয় তথ্য প্ৰযুক্তি পেছাদাৰী-ছাত্ৰৰ মৃত্যু

Indian Student : আমেৰিকাত আকস্মিক বানত ভাৰতীয় তথ্য প্ৰযুক্তি পেছাদাৰী-ছাত্ৰৰ মৃত্যু

July 1, 2026
Europe Heatwave : গৰমত গলিছে ইউৰোপৰ ৰাস্তা, কিন্তু কিয়

Europe Heatwave : গৰমত গলিছে ইউৰোপৰ ৰাস্তা, কিন্তু কিয়

July 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT