ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

অহা বছৰৰ এপ্ৰিলৰ ভিতৰত দেশৰ ৫ ৰাজ্যৰ নিৰ্বাচন : জানুৱাৰীত কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হোৱাৰ আশা

ASSAM TIMES POST by ASSAM TIMES POST
August 26, 2020
Reading Time: 1 min read
A A
0
অহা বছৰৰ এপ্ৰিলৰ ভিতৰত দেশৰ ৫ ৰাজ্যৰ নিৰ্বাচন : জানুৱাৰীত কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হোৱাৰ আশা

logo new 2 12 | ASSAM TIMES POST

RELATED POSTS

Summer Season Parliament : ২০ জুলাইৰ পৰা সংসদৰ বাৰিষা অধিৱেশন : ৩০ দিন ধৰি জিম্মাত থকা মন্ত্ৰী, মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীক স্বয়ংক্ৰিয়ভাৱে অপসাৰণ কৰাৰ বিধেয়ক উত্থাপনৰ সম্ভাৱনা

Indian Student : আমেৰিকাত আকস্মিক বানত ভাৰতীয় তথ্য প্ৰযুক্তি পেছাদাৰী-ছাত্ৰৰ মৃত্যু

Europe Heatwave : গৰমত গলিছে ইউৰোপৰ ৰাস্তা, কিন্তু কিয়

নিউজ ডেক্স:

অসম, পশ্চিম বংগ, কেৰালা, তামিলনাডু আৰু পুডুচেৰিৰ নিৰ্বাচন অহা বছৰৰ এপ্ৰিল মাহৰ ভিতৰত অনুষ্ঠিত হোৱা সম্ভাৱনা আছে৷ তাৰ আগতেই অৰ্থাৎ জানুৱাৰী মাহত নতুন সভাপতি নিৰ্বাচন হোৱাৰ আশা আছে কংগ্ৰেছত৷ দলৰ সূত্ৰত এই কথা জানিব পৰা গৈছে৷ উল্লেখ্য যে কংগ্ৰেছৰ সভাপতি নিৰ্বাচন প্ৰক্ৰিয়া সহজ নহয়৷ তাৰ বাবে প্ৰয়োজন এআইচিচিৰ অধিবেশন৷

ইয়াতে সমবেত হয় এআইচিচিৰ সদস্যসকল৷ সম্প্ৰতি ক’ৰোনাৰ বাবে তৎকালীনভাৱে এআইচিচিৰ অধিবেশন আয়োজন কৰা সম্ভৱ নহয়৷ ইপিনে দলৰ ২৩ জন শীৰ্ষ নেতাই নেতৃত্ব সলনি কৰাক লৈ চিঠি দিছিল৷ আনহাতে সোমবাৰে কংগ্ৰেছৰ ৱৰ্কিং কমিতিৰ সভাত পদত্যাগৰ ইচ্ছা প্ৰকাশ কৰিছিল ছোনীয়া গান্ধীয়ে৷ অৱশ্যে শেষ পৰ্যন্ত তেওঁৰ ইস্তফাপত্ৰ গৃহিত নহ’ল৷

কংগ্ৰেছৰ নেতাসকলে ভাবিছিল, সকলোতে ব্যৰ্থ ৰাহুল গান্ধীক পুনৰ দায়িত্ব দিয়াৰ৷ কিন্তু তাত সন্মত নহয় ৰাহুল গান্ধী৷ যদি ৰাহুল গান্ধী সন্মত নহয় তেন্তে নিৰ্বাচন আয়োজন কৰিব লাগিব৷ সেয়ে এআইচিচিৰ অধিবেশন আয়োজন কৰি নিৰ্বাচন হ’ব লাগিব জানুৱাৰী মাহত৷

নিৰ্বাচন প্ৰক্ৰিয়াত জড়িত কংগ্ৰেছৰ দুগৰাকী নেতাই সংবাদ প্ৰতিষ্ঠানক এনেদৰে জনাইছে৷ জানুৱাৰীত সভাপতি নিৰ্বাচন কৰাৰ কেইবাটাও কাৰণ আছে৷ প্ৰথম কাৰণটো হ’ল ক’ৰোনা পৰিস্থিতি স্বাভাৱিক নহ’লে নিৰ্বাচন প্ৰক্ৰিয়া সম্পন্ন কৰা সম্ভৱ নহয়৷

দ্বিতীয়তে কংগ্ৰেছে বিচাৰিছে সময়৷ ৰাহুল গান্ধীক বুজাই বঢ়ায় সন্মত কৰাৰ আৰু তৃতীয়তে এই সময় সভাপতি নিৰ্বাচনৰ উপযুক্ত সময়৷ পশ্চিম বংগ, অসম, কেৰালা, তামিলনাডু আৰু পুডুচেৰিৰ নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হ’ব অহা বছৰৰ মাৰ্চ-এপ্ৰিল মাহত৷ কংগ্ৰেছে বিচাৰিছে এই নিৰ্বাচনবোৰ নতুন সভাপতি আৰু তেওঁৰ নিজস্ব দলৰ নেতৃত্বত যুঁজ দিব৷ যিহেতু এইবাৰ নিৰ্বাচন কংগ্ৰেছৰ বাবে বহু সম্ভাৱনাময়৷ পুডুচেৰিত ক্ষমতাত আছে কংগ্ৰেছ৷

তেওঁলোকৰ আশা এই কেন্দ্ৰীয় শাসিত ৰাজ্যখনত ক্ষমতা ধৰি ৰাখিব পাৰিব৷ অসম আৰু কেৰালাত কংগ্ৰেছ প্ৰধান বিৰোধী দল৷ কেৰালাত সোনা পাচাৰ কাণ্ডত চাপত আছে পিনাৰাই বিজয়ন চৰকাৰ৷ সেই সুযোগ কামত লগাব হাত শিবিৰে৷ অসমত এআইউডিএফৰ লগত মিত্ৰতা কৰি বিজেপিক প্ৰত্যাহ্বান দিবলৈ প্ৰস্তুতি চলাই আছে৷ তামিলনাডুত ডিএমকে-কংগ্ৰেছৰ মিত্ৰতাই সফলতা লাভ কৰাৰ আশা আছে৷ পশ্চিম বংগত কংগ্ৰেছৰ বেছি আশা নাই৷ এইখন ৰাজ্যত বাওপন্থীৰ লগত মিত্ৰতা কৰি ভোটৰ অংকটো বঢ়াবলৈ চেষ্টা কৰিব৷

Tags: featured3
Share4Tweet3Send

Related Posts

Summer Season Parliament : ২০ জুলাইৰ পৰা সংসদৰ বাৰিষা অধিৱেশন : ৩০ দিন ধৰি জিম্মাত থকা মন্ত্ৰী, মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীক স্বয়ংক্ৰিয়ভাৱে অপসাৰণ কৰাৰ বিধেয়ক উত্থাপনৰ সম্ভাৱনা
National-International

by News Desk
July 1, 2026
50
Indian Student : আমেৰিকাত আকস্মিক বানত ভাৰতীয় তথ্য প্ৰযুক্তি পেছাদাৰী-ছাত্ৰৰ মৃত্যু
National-International

Indian Student : আমেৰিকাত আকস্মিক বানত ভাৰতীয় তথ্য প্ৰযুক্তি পেছাদাৰী-ছাত্ৰৰ মৃত্যু

by News Desk
July 1, 2026
50
Europe Heatwave : গৰমত গলিছে ইউৰোপৰ ৰাস্তা, কিন্তু কিয়
National-International

Europe Heatwave : গৰমত গলিছে ইউৰোপৰ ৰাস্তা, কিন্তু কিয়

by News Desk
July 1, 2026
50
TVK government : তামিলনাডুত ভিয়েৰ নেতৃত্বাধীন টিভিকে চৰকাৰক উৎখাত কৰাৰ ষড়যন্ত্ৰ!

Cow Slaughter : গো-হত্যা নিষিদ্ধকৰণৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ তামিলনাডু চৰকাৰ

Ram Mandir pran pratistha : সোমবাৰে খোল খাব ৰাম মন্দিৰৰ দুৱাৰ, কি কি কাৰ্যসূচী থাকিব
National-International

Ram Mandir controversy I অযোধ্যাৰ প্ৰণামী চুৰিৰ তদন্তত পোহৰলৈ আহিছে বিভিন্ন গাফিলতিৰ তথ্য

by Staff Reporter
July 1, 2026
50
ADVERTISEMENT
Summer Season Parliament : ২০ জুলাইৰ পৰা সংসদৰ বাৰিষা অধিৱেশন : ৩০ দিন ধৰি জিম্মাত থকা মন্ত্ৰী, মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীক স্বয়ংক্ৰিয়ভাৱে অপসাৰণ কৰাৰ বিধেয়ক উত্থাপনৰ সম্ভাৱনা
National-International

Summer Season Parliament : ২০ জুলাইৰ পৰা সংসদৰ বাৰিষা অধিৱেশন : ৩০ দিন ধৰি জিম্মাত থকা মন্ত্ৰী, মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীক স্বয়ংক্ৰিয়ভাৱে অপসাৰণ কৰাৰ বিধেয়ক উত্থাপনৰ সম্ভাৱনা

July 1, 2026
50
Indian Student : আমেৰিকাত আকস্মিক বানত ভাৰতীয় তথ্য প্ৰযুক্তি পেছাদাৰী-ছাত্ৰৰ মৃত্যু
National-International

Indian Student : আমেৰিকাত আকস্মিক বানত ভাৰতীয় তথ্য প্ৰযুক্তি পেছাদাৰী-ছাত্ৰৰ মৃত্যু

July 1, 2026
50
Europe Heatwave : গৰমত গলিছে ইউৰোপৰ ৰাস্তা, কিন্তু কিয়
National-International

Europe Heatwave : গৰমত গলিছে ইউৰোপৰ ৰাস্তা, কিন্তু কিয়

July 1, 2026
50
TVK government : তামিলনাডুত ভিয়েৰ নেতৃত্বাধীন টিভিকে চৰকাৰক উৎখাত কৰাৰ ষড়যন্ত্ৰ!
National-International

TVK government : তামিলনাডুত ভিয়েৰ নেতৃত্বাধীন টিভিকে চৰকাৰক উৎখাত কৰাৰ ষড়যন্ত্ৰ!

July 1, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Summer Season Parliament : ২০ জুলাইৰ পৰা সংসদৰ বাৰিষা অধিৱেশন : ৩০ দিন ধৰি জিম্মাত থকা মন্ত্ৰী, মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীক স্বয়ংক্ৰিয়ভাৱে অপসাৰণ কৰাৰ বিধেয়ক উত্থাপনৰ সম্ভাৱনা

Summer Season Parliament : ২০ জুলাইৰ পৰা সংসদৰ বাৰিষা অধিৱেশন : ৩০ দিন ধৰি জিম্মাত থকা মন্ত্ৰী, মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীক স্বয়ংক্ৰিয়ভাৱে অপসাৰণ কৰাৰ বিধেয়ক উত্থাপনৰ সম্ভাৱনা

July 1, 2026
Indian Student : আমেৰিকাত আকস্মিক বানত ভাৰতীয় তথ্য প্ৰযুক্তি পেছাদাৰী-ছাত্ৰৰ মৃত্যু

Indian Student : আমেৰিকাত আকস্মিক বানত ভাৰতীয় তথ্য প্ৰযুক্তি পেছাদাৰী-ছাত্ৰৰ মৃত্যু

July 1, 2026
Europe Heatwave : গৰমত গলিছে ইউৰোপৰ ৰাস্তা, কিন্তু কিয়

Europe Heatwave : গৰমত গলিছে ইউৰোপৰ ৰাস্তা, কিন্তু কিয়

July 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT