ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

এদিনত ১৯টা গানৰ ৰেকর্ড কৰা এছপি বালসুব্ৰমণিয়ম:

ASSAM TIMES POST by ASSAM TIMES POST
September 25, 2020
Reading Time: 1 min read
A A
0
এদিনত ১৯টা গানৰ ৰেকর্ড কৰা এছপি বালসুব্ৰমণিয়ম:

logo new 2 12 | ASSAM TIMES POST
নিউজ ডেস্ক:‌

RELATED POSTS

Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত

Whatsapp new head : ডেলিভাৰী ব্যৱসায়ৰ পৰা ৱাটছএপৰ নতুন মুৰব্বী, কুনালৰ জীৱন কাহিনী শুনি আপুনিও আচৰিত হ’ব

Rain hits Mumbai : ২৪ ঘণ্টাত ৩০০ মিলিমিটাৰ বৰষুণ; বান-ধুমুহাত বিধ্বস্ত ৰূপ দেশৰ বাণিজ্যিক মহানগৰীত

কোভিডৰ বিৰুদ্ধে এমাহৰ যুঁজ শেষ। ৭৪ বছৰ বয়সত গুচি গ’ল এছপি বালসুব্ৰমণিয়ম৷ কিন্তু তেওঁৰ এটাৰ পিছত আন এটা হিট গানে ঝংকাৰ তুলুছিল কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ। পদ্মশ্রী, পদ্মবিভূষণসহ অসংখ্য পুৰস্কাৰো লাভ কৰিছে তেওঁ। অগণিত অনুৰাগীৰ ভালপোৱা। আহক তেওঁৰ বিষয়ে কিছু নজনা কথা জানো।

Sp balasubrahmanyam 1200 1 | ASSAM TIMES POST

* ইঞ্জিনিয়াৰিঙত ভর্তি হৈছিলেন:‌ ইচ্ছা আছিল ইঞ্জিনিয়াৰ হোৱাৰ। অনন্তপুৰৰ জেএটিইউ ইঞ্জিনিয়াৰিং কলেজত ভর্তি হয়। কিন্তু টাইফয়েড হোৱাত আধাতে পঢ়া এৰে। তেতিয়ালৈ অৱশ্যে বিভিন্ন প্রতিযোগিতাত জয়ী হৈছে।

* প্রথম অডিচন:‌ বহু মিউজিক কোম্পানীৰ দুৱাৰে দুৱাৰে ঘূৰিছিল। এটা সুযোগৰ বাবে। প্রথমবাৰ অডিচনত পিবি শ্রীনিবাসৰ ‘নিলাভে এন্নিদাম নেৰুনগাড়হে’ গানটি গাইছিল। ১৯৬৬ চনৰ ১৫ ডিচেম্বৰত চিনেমাৰ গানত কণ্ঠদান। তেলুগু ছবি ‘শ্রী শ্রী শ্রী মর্যাদা ৰামান্না’ত প্লেবেক কৰিছিল।

https://www.facebook.com/lamusicalive247/videos/646950422623446/

* গিনিছ ৰেকর্ড:‌ জীৱনকালত ৪০ হাজাৰ গান গাইছে। তাৰ জৰিয়তেই গিনিছ বুক অব ৱর্ল্ড ৰেকৰ্ডত নাম উঠিছে। হিচাব কৰিলে বছৰত ৯৩০টা গান গাইছে। দিনত তিনিটাকৈ।

* ১২ ঘণ্টাত ২১টি গান: ৰেকর্ড আৰু আছে।‌ কন্নড় কম্পোজাৰ উপেন্দ্র কুমাৰৰ বাবে ১২ ঘণ্টাত ২১টি গান গাইছিল। এটা দিনত ১৯টি তামিল গান ৰেকর্ড কৰিছিল। আৰু ১৬টি হিন্দি গান ৰেকর্ড কৰিছিল এক দিনত।

* ডাবিং শিল্পী:‌ ঘটনাক্রমে ডাবিং শিল্পীও হৈ উঠিছিল। কে বালাচন্দৰৰ ছবি ‘মন্মধ লিলা’ ছবিৰ জৰিয়তে। ছবিখনৰ তেলুগু সংস্কৰণ ‘মন্মথ লিলাই’ত কমল হাসানৰ ডাবিং কৰে তেওঁ। অনিল কাপুৰ, গিৰীশ কাৰনাড, ৰজনীকান্ত, নাগেশৰ হৈও ডাবিং কৰিছে তেওঁ। ‘দশবতৰম’ৰ তেলুগু সংস্কৰণত কমল হাসানৰ সাতটি চৰিত্রৰ ডাবিং কৰে তেওঁ। ছবিত দহটি চৰিত্রত অভিনয় কৰিছিল তেওঁ।

* ছ’য়বাৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ: বিভিন্ন ভাষাত গান গাই ছয়বাৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছে। ২০০১ চনত পদ্মশ্রী আৰু ২০১১ চনত পদ্মভূষণ পুৰস্কাৰ লাভ কৰে।

Tags: Featured2
Share4Tweet3Send

Related Posts

Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত
National-International

by News Desk
June 24, 2026
50
Whatsapp new head : ডেলিভাৰী ব্যৱসায়ৰ পৰা ৱাটছএপৰ নতুন মুৰব্বী, কুনালৰ জীৱন কাহিনী শুনি আপুনিও আচৰিত হ’ব
National-International

Whatsapp new head : ডেলিভাৰী ব্যৱসায়ৰ পৰা ৱাটছএপৰ নতুন মুৰব্বী, কুনালৰ জীৱন কাহিনী শুনি আপুনিও আচৰিত হ’ব

by News Desk
June 24, 2026
50
Rain hits Mumbai : ২৪ ঘণ্টাত ৩০০ মিলিমিটাৰ বৰষুণ; বান-ধুমুহাত বিধ্বস্ত ৰূপ দেশৰ বাণিজ্যিক মহানগৰীত
National-International

Rain hits Mumbai : ২৪ ঘণ্টাত ৩০০ মিলিমিটাৰ বৰষুণ; বান-ধুমুহাত বিধ্বস্ত ৰূপ দেশৰ বাণিজ্যিক মহানগৰীত

by News Desk
June 24, 2026
50
LPG : ৰন্ধন গেছৰ বাবে বাধ্যতামূলক ই-কেৱাইচি

Ayatollah Ali Khamenei’s funeral : ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অনুষ্ঠানত উপস্থিত থাকিবলৈ আমন্ত্ৰণ তেহৰাণৰ

Heat Weave : প্ৰচণ্ড গৰমৰ কবলত ইউৰোপ : ফ্ৰান্সত ৪০জনৰ মৃত্যু

ADVERTISEMENT
Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত
National-International

Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত

June 24, 2026
50
Whatsapp new head : ডেলিভাৰী ব্যৱসায়ৰ পৰা ৱাটছএপৰ নতুন মুৰব্বী, কুনালৰ জীৱন কাহিনী শুনি আপুনিও আচৰিত হ’ব
National-International

Whatsapp new head : ডেলিভাৰী ব্যৱসায়ৰ পৰা ৱাটছএপৰ নতুন মুৰব্বী, কুনালৰ জীৱন কাহিনী শুনি আপুনিও আচৰিত হ’ব

June 24, 2026
50
Rain hits Mumbai : ২৪ ঘণ্টাত ৩০০ মিলিমিটাৰ বৰষুণ; বান-ধুমুহাত বিধ্বস্ত ৰূপ দেশৰ বাণিজ্যিক মহানগৰীত
National-International

Rain hits Mumbai : ২৪ ঘণ্টাত ৩০০ মিলিমিটাৰ বৰষুণ; বান-ধুমুহাত বিধ্বস্ত ৰূপ দেশৰ বাণিজ্যিক মহানগৰীত

June 24, 2026
50
Assam Announces Supplementary Exams for Higher Secondary Students
Assam

Assam Announces Supplementary Exams for Higher Secondary Students

June 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত

Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত

June 24, 2026
Whatsapp new head : ডেলিভাৰী ব্যৱসায়ৰ পৰা ৱাটছএপৰ নতুন মুৰব্বী, কুনালৰ জীৱন কাহিনী শুনি আপুনিও আচৰিত হ’ব

Whatsapp new head : ডেলিভাৰী ব্যৱসায়ৰ পৰা ৱাটছএপৰ নতুন মুৰব্বী, কুনালৰ জীৱন কাহিনী শুনি আপুনিও আচৰিত হ’ব

June 24, 2026
Rain hits Mumbai : ২৪ ঘণ্টাত ৩০০ মিলিমিটাৰ বৰষুণ; বান-ধুমুহাত বিধ্বস্ত ৰূপ দেশৰ বাণিজ্যিক মহানগৰীত

Rain hits Mumbai : ২৪ ঘণ্টাত ৩০০ মিলিমিটাৰ বৰষুণ; বান-ধুমুহাত বিধ্বস্ত ৰূপ দেশৰ বাণিজ্যিক মহানগৰীত

June 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT