ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ভাৰতীয় বন্ধুৰ ঋণ পৰিশোধৰ বাবে ৩০ বছৰ পিছত কেনিয়াৰ পৰা আহিল ৰিচার্ড টোঙ্গি

ASSAM TIMES POST by ASSAM TIMES POST
October 1, 2020
Reading Time: 1 min read
A A
0
ভাৰতীয় বন্ধুৰ ঋণ পৰিশোধৰ বাবে ৩০ বছৰ পিছত কেনিয়াৰ পৰা আহিল ৰিচার্ড টোঙ্গি

logo new 2 1 1 1 | ASSAM TIMES POST

RELATED POSTS

TN CM Vijay I ধৰ্ষণত শূন্য সহনশীলতা নীতিৰে অপৰাধ দমন কৰিবলৈ আৰক্ষীক কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰী বিজয়

Tripura Govt I এইখন ৰাজ্যত এতিয়াৰে পৰা চৰকাৰী কৰ্মচাৰীয়ে সপ্তাহত পাঁচ দিন কাম কৰিব লাগিব, বৃদ্ধি কৰ্মঘণ্টা

Delhi Gymkhana Club I দিল্লীৰ জিমখানা ক্লাবৰ নামত ২১৭ কোটিৰ মিউচুৱেল ফাণ্ড, ১২৯ কোটিৰ সম্পত্তি

নিউজ ডেক্স:

শিৰোনামটো পঢ়ি সাধুকথা যেন লাগিলেও এয়া আচলতে কোনো কাহিনী নহয়, এটি সঁচা ঘটনা। ১৯৮৫ চনত এমপি ৰিচার্ড টোঙ্গি ভাৰতলৈ অধ্যয়নৰ বাবে আহিছিল। তেওঁৰ ইচ্ছা আছিল মেনেজমেন্টৰ শিক্ষা লোৱা। সেয়ে তেওঁ ঔৰঙ্গবাদত মেনেজমেন্ট কলেজত ভর্তি হয়। সেই সময়ত তেওঁ ২০০ টকা ধাৰ কৰিছিল তেওঁৰ এক ভাৰতীয় বন্ধুৰ পৰা। সেই ধাৰ পৰিশোধ কৰাৰ বাবেই তেওঁ ৩০ বছৰ পিছত ভাৰতলৈ আহে।

ৰিচার্ডৰ ভাৰতীয় বন্ধু কাশীনাথ এজন গেলামালৰ দোকানী আছিল। সেই গেলামালৰ দোকানখন ৰিচাৰ্ডৰ কলেজৰ ওচৰতেই আছিল৷ সেই সূত্রেই তেওঁলোকৰ বন্ধুত্ব হয়। কিন্তু কলেজত পঢ়ি থকা অৱস্থাত ৰিচার্ডৰ আর্থিক অৱস্থা খুব এটা ভাল নাছিল।

সেয়ে তেওঁৰ ভাৰতীয় বন্ধু কাশীনাথে তেওঁক টকা দি সহায় কৰিছিল আৰু প্ৰয়োজনীয় গেলামাল সকলো কাশীনাথে তেওঁক দিছিল। তেনেদৰেই কিবা প্ৰকাৰে ৰিচার্ডৰ কাশীনাথৰ ওচৰত ২০০ টকা ধাৰ আছিল৷ সেই কথা তেওঁৰ মনত পৰি যায়।

সেই কথা মনত পৰাৰ লগে লগেই ৰিচার্ডে অলপো পলম নকৰি কেনিয়াৰ পৰা ভাৰতলৈ তেওঁৰ বন্ধুৰ কাষলৈ গুচি আহে, সেই টকা পৰিশোধ কৰাৰ বাবে। ইফালে দুই পুৰণি বন্ধুক দেখি অত্যন্ত আনন্দিত হয় দুয়ো।

এই কামৰ বাবে মহাৰাষ্ট্র চৰকাৰে তেওঁক বিশেষভাৱে প্রশংসা কৰিছে। মহাৰাষ্ট্র চৰকাৰৰ তৰফৰ পৰা তেওঁক হোটেলত থকা-খোৱাৰ কথা কৈছিল। কিন্তু তেওঁ সেইটো মানি নলয়৷ তেওঁ কয় যে তেওঁৰ বন্ধুৰ ঘৰতে থকা-খোৱা কৰিব। ৰিচার্ডে তেওঁৰ বন্ধু কাশীনাথ আৰু তেওঁক পৰিয়ালক নিজৰ দেশ কেনিয়ালৈ গৈ ফুৰি অহাৰো আমন্ত্রণ জনাইছে।

Tags: FEA
Share4Tweet3Send

Related Posts

CM Vijay : আস্থা ভোটত বৃহৎ জয় বিজয়ৰ, ২৫ এডিএমকে বিধায়কৰো সমৰ্থন টিভিকে চৰকাৰক
National-International

TN CM Vijay I ধৰ্ষণত শূন্য সহনশীলতা নীতিৰে অপৰাধ দমন কৰিবলৈ আৰক্ষীক কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰী বিজয়

by Staff Reporter
May 26, 2026
50
Tripura Govt I এইখন ৰাজ্যত এতিয়াৰে পৰা চৰকাৰী কৰ্মচাৰীয়ে সপ্তাহত পাঁচ দিন কাম কৰিব লাগিব, বৃদ্ধি কৰ্মঘণ্টা
National-International

Tripura Govt I এইখন ৰাজ্যত এতিয়াৰে পৰা চৰকাৰী কৰ্মচাৰীয়ে সপ্তাহত পাঁচ দিন কাম কৰিব লাগিব, বৃদ্ধি কৰ্মঘণ্টা

by Staff Reporter
May 26, 2026
50
Delhi Gymkhana Club I দিল্লীৰ জিমখানা ক্লাবৰ নামত ২১৭ কোটিৰ মিউচুৱেল ফাণ্ড, ১২৯ কোটিৰ সম্পত্তি
National-International

Delhi Gymkhana Club I দিল্লীৰ জিমখানা ক্লাবৰ নামত ২১৭ কোটিৰ মিউচুৱেল ফাণ্ড, ১২৯ কোটিৰ সম্পত্তি

by Staff Reporter
May 26, 2026
50
Rafale fighter aircraft : ভাৰতলৈ আৰু ১১৪ খন ৰাফেল যুঁজাৰু বিমান
National-International

Rafale fighter aircraft : ভাৰতলৈ আৰু ১১৪ খন ৰাফেল যুঁজাৰু বিমান

by News Desk
May 25, 2026
50
‎Civil honor : ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰদান কৰিলে পদ্ম বঁটা ২০২৬

Cockroach Janata Party : এইবাৰ উচ্চতম ন্যায়ালয়ৰ মজিয়াত পঁইতাচোৰা পাৰ্টী

ADVERTISEMENT
CM Vijay : আস্থা ভোটত বৃহৎ জয় বিজয়ৰ, ২৫ এডিএমকে বিধায়কৰো সমৰ্থন টিভিকে চৰকাৰক
National-International

TN CM Vijay I ধৰ্ষণত শূন্য সহনশীলতা নীতিৰে অপৰাধ দমন কৰিবলৈ আৰক্ষীক কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰী বিজয়

May 26, 2026
50
Tripura Govt I এইখন ৰাজ্যত এতিয়াৰে পৰা চৰকাৰী কৰ্মচাৰীয়ে সপ্তাহত পাঁচ দিন কাম কৰিব লাগিব, বৃদ্ধি কৰ্মঘণ্টা
National-International

Tripura Govt I এইখন ৰাজ্যত এতিয়াৰে পৰা চৰকাৰী কৰ্মচাৰীয়ে সপ্তাহত পাঁচ দিন কাম কৰিব লাগিব, বৃদ্ধি কৰ্মঘণ্টা

May 26, 2026
50
Delhi Gymkhana Club I দিল্লীৰ জিমখানা ক্লাবৰ নামত ২১৭ কোটিৰ মিউচুৱেল ফাণ্ড, ১২৯ কোটিৰ সম্পত্তি
National-International

Delhi Gymkhana Club I দিল্লীৰ জিমখানা ক্লাবৰ নামত ২১৭ কোটিৰ মিউচুৱেল ফাণ্ড, ১২৯ কোটিৰ সম্পত্তি

May 26, 2026
50
Rafale fighter aircraft : ভাৰতলৈ আৰু ১১৪ খন ৰাফেল যুঁজাৰু বিমান
National-International

Rafale fighter aircraft : ভাৰতলৈ আৰু ১১৪ খন ৰাফেল যুঁজাৰু বিমান

May 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

CM Vijay : আস্থা ভোটত বৃহৎ জয় বিজয়ৰ, ২৫ এডিএমকে বিধায়কৰো সমৰ্থন টিভিকে চৰকাৰক

TN CM Vijay I ধৰ্ষণত শূন্য সহনশীলতা নীতিৰে অপৰাধ দমন কৰিবলৈ আৰক্ষীক কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰী বিজয়

May 26, 2026
Tripura Govt I এইখন ৰাজ্যত এতিয়াৰে পৰা চৰকাৰী কৰ্মচাৰীয়ে সপ্তাহত পাঁচ দিন কাম কৰিব লাগিব, বৃদ্ধি কৰ্মঘণ্টা

Tripura Govt I এইখন ৰাজ্যত এতিয়াৰে পৰা চৰকাৰী কৰ্মচাৰীয়ে সপ্তাহত পাঁচ দিন কাম কৰিব লাগিব, বৃদ্ধি কৰ্মঘণ্টা

May 26, 2026
Delhi Gymkhana Club I দিল্লীৰ জিমখানা ক্লাবৰ নামত ২১৭ কোটিৰ মিউচুৱেল ফাণ্ড, ১২৯ কোটিৰ সম্পত্তি

Delhi Gymkhana Club I দিল্লীৰ জিমখানা ক্লাবৰ নামত ২১৭ কোটিৰ মিউচুৱেল ফাণ্ড, ১২৯ কোটিৰ সম্পত্তি

May 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT