ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

‘প্ৰেম’ হওঁক সুষমা আৰু স্বৰাজৰ দৰে

ASSAM TIMES POST by ASSAM TIMES POST
August 11, 2019
Reading Time: 1 min read
A A
0
‘প্ৰেম’ হওঁক সুষমা আৰু স্বৰাজৰ দৰে

✍বনানী শৰ্মা

RELATED POSTS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

আজিকালি বাতৰিকাকতখন মেলিলেই বিফল প্ৰেমৰ বাবে নিজকে শেষ কৰি দিয়া খবৰে ব্যক্তিক মানসিক কষ্ট দিয়ে। ঘৰৰপৰা দূৰৈত থকা সন্তানৰ চিন্তাত মাক-দেউতাকৰ টোপনি হৰে। কাৰণ বাতৰিকাকত, টিভি সকলোতে হতাশজনক খবৰে অৱিভাৱকৰ মনত চিন্তাৰ উদ্ৰেগ ঘটায়। প্ৰেমৰ কেতিয়াও মৃত্যু হ’ব নোৱাৰে। মৃত্যুমুখী প্ৰেমক সমাজে কেতিয়াও মান্যতা প্ৰদান নকৰে। প্ৰেম হ’ব লাগে প্ৰেৰণা।

Swaraj Kaushal 07.08.19 2 2 | ASSAM TIMES POST
(ফাইল ফটো)

হাজাৰ প্ৰত্যাহ্বানকো নেওচি আগবাঢ়ি যোৱাৰ প্ৰেৰণা হ’ব লাগে প্ৰেম। তেনেধৰণৰ সঁচা প্ৰেম সমাজত বহুত আছে, কিন্তু প্ৰচাৰৰ অভাৱতে প্ৰেমবোৰ দুখন অন্তৰৰ মাজতে সীমাবদ্ধ হৈ আছে। তদ্ৰুপ এটা সঁচা প্ৰেম কাহিনী হ’ল আমাক অলপতে এৰি যোৱা প্ৰাক্তন বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজৰ প্ৰেমৰ কথা।

“…নাৰীয়ে স্বাধীনতা লাভ কৰাটো দূৰৈৰ কথা, স্বাধীনতাৰ সপোন দেখাৰো অধিকাৰ নাছিল। সেই সময়তে তেওঁ প্ৰেমত পৰি স্পষ্টকৈ জনাইছিল, তেওঁৰ পৰিয়ালক বুজাইছিল প্ৰেমৰ মধুৰতাৰ কথা…”

২৫ বছৰ বয়সতে হাৰিয়ানাৰ কেবিনেট মন্ত্ৰীৰ পদ লাভ কৰা সুষমা স্বৰাজে পাছত দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্য নিৰ্বাহ কৰিছিল। নেত্ৰী হিচাপে জনতাৰ অন্তৰত স্থান পাবলৈ সক্ষম হোৱা সুষমা স্বৰাজৰ আছিল আন এক পৰিচয়। কাৰণ একালত তেওঁ ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ৰ অধিবক্তা আছিল।

sushma swaraj kaushal 960x540 | ASSAM TIMES POST
(ফাইল ফটো)

সকলোৰে আদৰৰ ৰাজনৈতিক নেত্ৰী গৰাকীয়ে কলেজীয়া দিনতে প্ৰেমত পৰিছিলে তেওঁৰ সহপাঠীৰ সৈতে। তেওঁ যি সময়ত প্ৰেমত পৰিছিল সেই সময়ত পৰ্দাপ্ৰথা চলিছিল। নাৰীয়ে স্বাধীনতা লাভ কৰাটো দূৰৈৰ কথা, স্বাধীনতাৰ সপোন দেখাৰো অধিকাৰ নাছিল। সেই সময়তে তেওঁ প্ৰেমত পৰি স্পষ্টকৈ জনাইছিল, তেওঁৰ পৰিয়ালক বুজাইছিল প্ৰেমৰ মধুৰতাৰ কথা।

পৰিয়ালেও বুজি পাইছিল। তাৰ পাছত আৰম্ভ কৰিছিল তেওঁলোকৰ সফল প্ৰেমেৰে এখন সংসাৰ। প্ৰেম আৰু সংসাৰৰ লগতে তেওঁ সমগতিত আগবঢ়াই নিছিল তেওঁৰ ৰাজনৈতিক জীৱনৰ কাম-কাজ। এনেদৰে তেওঁ হৈ পৰিছিল সফল নেত্ৰী, সফল পত্নী আৰু সফল মাতৃ।

প্ৰেমৰ বাবে নিজক শেষ কৰা খবৰৰ মাজতে এনেধৰণৰ সফল প্ৰেমৰ কাহিনীয়ে মনক উৎসাহ দিয়ে। তদুপৰি প্ৰতি জন সুস্থ মানসিকতাৰ ব্যক্তিয়ে প্ৰেমৰ নেতিবাচক খবৰতকৈ ইতিবাচক খবৰৰে সমাজত এটা সুস্থ বাতাবৰণৰ সৃষ্টি হোৱাটো বিচাৰে। প্ৰেমৰ কাহিনী বোৰৰ ফলাফল হওঁক সুষমা স্বৰাজ আৰু স্বৰাজ কৌশলৰ দৰে। প্ৰেমৰ পৰিণতি আত্মহত্যা, অপৰাধ নহৈ হওঁক উৎসাহ,প্ৰেৰণাৰ প্ৰতীক।

a25cf54bd19dfdc6b03182c359923943 342 660 | ASSAM TIMES POST
(ফাইল ফটো)

সংযোজনঃ ৬৭ বছৰ বয়সীয়া সুষমা স্বৰাজৰ বিয়া হৈছিল ১৯৭৫ চনৰ ১৩ জুলাইত। অৰ্থাৎ দেশত জৰুৰীকালীন অৱস্থাৰ ভৰপক সময়ত। আইনৰ ছাত্ৰী সুষমাৰে সতীৰ্থ স্বৰাজ কৌশলৰ প্ৰথমতে চা-চিনাকি, তাৰ পিছত প্ৰেম আৰু বিবাহ। ব্ৰাহ্মণৰ জীয়ৰী সুষমা শৰ্মা হৈ পৰিছিল সুষমা স্বৰাজ।

বৰ্ণ পাৰ্থক্যক প্ৰেমৰে নাইকিয়া কৰা এই প্ৰেমিক যুগলৰ বিয়াৰ পৰৱৰ্তী সময়তো উভয়ৰে আদৰ্শৰ বৈশাদৃশ্যতাক নিয়ন্ত্ৰণ কৰিছিল প্ৰেমেই। কিয়নো সুষমাই বিশ্বাস কৰিছিল ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ নীতি আৰু আদৰ্শক। বিপৰীতে প্ৰেমিক-স্বামী স্বৰাজ কৌশল আছিল সমাজবাদী চিন্তাধাৰাৰ লোক।

Share4Tweet3Send

Related Posts

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ
ALL NEWS

New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ

by Staff Reporter
February 13, 2026
50
Bhogali Bihu 2026 : ভোগৰ ভোগালীত উথপথপ ৰাজ্য, হাঁহে-মাহে এসাঁজ খোৱাৰ আয়োজন
Editorial

Bhogali Bihu 2026 : ভোগৰ ভোগালীত উথপথপ ৰাজ্য, হাঁহে-মাহে এসাঁজ খোৱাৰ আয়োজন

by News Desk
January 13, 2026
50
নেপালৰ দৰে পাকিস্তানত হ’ব নেকি জেন-জি বিদ্ৰোহ, ছ’চিয়েল মিডিয়া বন্ধ কৰাৰ প্ৰস্তুতি আতংকিত চৰকাৰৰ
ALL NEWS

নেপালৰ দৰে পাকিস্তানত হ’ব নেকি জেন-জি বিদ্ৰোহ, ছ’চিয়েল মিডিয়া বন্ধ কৰাৰ প্ৰস্তুতি আতংকিত চৰকাৰৰ

by Staff Reporter
December 12, 2025
50
ADVERTISEMENT
‎দুই-তৃতীয়াংশ সদস্য লৈ বিজেপিত যোগদান, ৰাঘৱে সাংসদৰ পদ হেৰুৱাব নেকি?
National-International

‎দুই-তৃতীয়াংশ সদস্য লৈ বিজেপিত যোগদান, ৰাঘৱে সাংসদৰ পদ হেৰুৱাব নেকি?

April 25, 2026
50
Telangana Govt. : সাধাৰণ মানুহৰ ওপৰত কোনো কৰ নাই : কংগ্ৰেছ শাসিত তেলেংগানাৰ মন্ত্ৰীসকলে বিত্তীয় ঘাটি পূৰণ কৰিবলৈ আধা দৰমহা ত্যাগ কৰিব
National-International

Telangana Govt. : সাধাৰণ মানুহৰ ওপৰত কোনো কৰ নাই : কংগ্ৰেছ শাসিত তেলেংগানাৰ মন্ত্ৰীসকলে বিত্তীয় ঘাটি পূৰণ কৰিবলৈ আধা দৰমহা ত্যাগ কৰিব

April 24, 2026
50
US Warship George H. W. Bush : ৯০ খন যুদ্ধবিমান আৰু ৫,০০০ সৈন্য লৈ পশ্চিম এছিয়াত উপস্থিত মার্কিন যুদ্ধজাহাজ ইউএছএছ বুশ্ব
National-International

US Warship George H. W. Bush : ৯০ খন যুদ্ধবিমান আৰু ৫,০০০ সৈন্য লৈ পশ্চিম এছিয়াত উপস্থিত মার্কিন যুদ্ধজাহাজ ইউএছএছ বুশ্ব

April 24, 2026
50
Tension between Naga and Kuki : ‎মণিপুৰত নাগা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমাবেশ : সন্ত্ৰাসবাদীৰ আক্ৰমণত দুজন লোকৰ মৃত্যুক লৈ উত্তেজনা ‎
NORTHEAST

Tension between Naga and Kuki : ‎মণিপুৰত নাগা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমাবেশ : সন্ত্ৰাসবাদীৰ আক্ৰমণত দুজন লোকৰ মৃত্যুক লৈ উত্তেজনা ‎

April 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎দুই-তৃতীয়াংশ সদস্য লৈ বিজেপিত যোগদান, ৰাঘৱে সাংসদৰ পদ হেৰুৱাব নেকি?

‎দুই-তৃতীয়াংশ সদস্য লৈ বিজেপিত যোগদান, ৰাঘৱে সাংসদৰ পদ হেৰুৱাব নেকি?

April 25, 2026
Telangana Govt. : সাধাৰণ মানুহৰ ওপৰত কোনো কৰ নাই : কংগ্ৰেছ শাসিত তেলেংগানাৰ মন্ত্ৰীসকলে বিত্তীয় ঘাটি পূৰণ কৰিবলৈ আধা দৰমহা ত্যাগ কৰিব

Telangana Govt. : সাধাৰণ মানুহৰ ওপৰত কোনো কৰ নাই : কংগ্ৰেছ শাসিত তেলেংগানাৰ মন্ত্ৰীসকলে বিত্তীয় ঘাটি পূৰণ কৰিবলৈ আধা দৰমহা ত্যাগ কৰিব

April 24, 2026
US Warship George H. W. Bush : ৯০ খন যুদ্ধবিমান আৰু ৫,০০০ সৈন্য লৈ পশ্চিম এছিয়াত উপস্থিত মার্কিন যুদ্ধজাহাজ ইউএছএছ বুশ্ব

US Warship George H. W. Bush : ৯০ খন যুদ্ধবিমান আৰু ৫,০০০ সৈন্য লৈ পশ্চিম এছিয়াত উপস্থিত মার্কিন যুদ্ধজাহাজ ইউএছএছ বুশ্ব

April 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx