ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

১ নৱেম্বৰৰ পৰা সলনি হ’ব গেছ চিলিণ্ডাৰৰ হোম ডেলিভাৰীৰ নিয়ম:

ASSAM TIMES POST by ASSAM TIMES POST
October 16, 2020
Reading Time: 1 min read
A A
0
১ নৱেম্বৰৰ পৰা সলনি হ’ব গেছ চিলিণ্ডাৰৰ হোম ডেলিভাৰীৰ নিয়ম:

logo new 2 1 1 1 | ASSAM TIMES POST

RELATED POSTS

TN CM Vijay I ধৰ্ষণত শূন্য সহনশীলতা নীতিৰে অপৰাধ দমন কৰিবলৈ আৰক্ষীক কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰী বিজয়

Tripura Govt I এইখন ৰাজ্যত এতিয়াৰে পৰা চৰকাৰী কৰ্মচাৰীয়ে সপ্তাহত পাঁচ দিন কাম কৰিব লাগিব, বৃদ্ধি কৰ্মঘণ্টা

Delhi Gymkhana Club I দিল্লীৰ জিমখানা ক্লাবৰ নামত ২১৭ কোটিৰ মিউচুৱেল ফাণ্ড, ১২৯ কোটিৰ সম্পত্তি

নিউজ ডেক্স:

ৰন্ধন গেছৰ বিতৰণ ব্যৱস্থাত বিভিন্ন পৰিবর্তন আনিছে কেন্দ্রীয় চৰকাৰে। বৰ্তমান ৰেজিষ্টার্ড মোবাইল নম্বৰৰ পৰা মিছড কলৰ মাধ্যমেৰে গেছ বুকিং কৰা যায়। এই ব্যৱস্থাৰ সাফল্যৰ ওপৰত নিৰ্ভৰ কৰি ক’লা বজাৰ ৰুধিবলৈ নতুন ব্যৱস্থা প্ৰৱৰ্তনৰ পথত কেন্দ্র।

আৰম্ভ হৈ গৈছে তাৰ প্রাথমিক প্রস্তুতিৰ কাম। ফলত আগন্তুক দিনত ঘৰতে গেছ চিলিণ্ডাৰ পাবলৈ গ্রাহকসকলে নতুন নিয়ম (New system for home delivery of LPG Cylinder) মানি চলিব লাগিব। নতুন নিয়ম অনুসৰি, গেছ বিতৰকৰ ওচৰত প্রত্যেক গ্রাহকৰ আপ-টু-ডেট তথ্য থকাটো বাধ্যতামূলক।

সেয়া নহ’লে ঘৰত চিলিণ্ডাৰ পোৱাটো বন্ধ হৈ যাব পাৰে।ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰ বিতৰণ ব্যৱস্থাত আৰু স্বচ্ছ্বতা আনিবলৈ তৎপৰ হৈছে দেশৰ তেল উৎপাদন আৰু বিপণন সংস্থাবোৰ। প্রাথমিকভাবে নতুন ব্যৱস্থা পৰীক্ষামূলকভাবে জয়পুৰত আৰম্ভ হৈছে। অহা ১ নৱেম্বৰৰ পৰা দেশৰ ১০০খন স্মার্ট চিটীত নতুন নিয়মত গ্রাহকসকলৰ ঘৰে ঘৰে গেছ সৰবৰাহৰ সিদ্ধান্ত লোৱা হৈছে।

আনহাতে, আগন্তুক দিনত দেশজুৰি নতুন ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ ইঙ্গিত দিছে কেন্দ্রীয় চৰকাৰে। সেই ক্ষেত্রত অবাঞ্ছিত সমস্যা এৰাবলৈ সতর্কতামূলক ব্যৱস্থা হিচাবে গেছৰ ডিলাৰসকলৰ ওচৰত যি ঠিকনা আৰু ফোন নম্বৰ নথিভুক্ত আছে, গ্রাহকসকলে সেয়া এবাৰ পৰীক্ষা কৰি চোৱা প্রয়োজন। মোবাইল নম্বৰ আপডেট কৰা নাথাকিলে বা অসম্পূর্ণ ঘৰৰ ঠিকনাৰ ক্ষেত্রত ভৱিষ্যতে সমস্যাত পৰিব পাৰে। এই ব্যৱস্থা বৰ্তমান কেৱল মাত্র ঘৰুৱা ৰন্ধন গেছৰ ক্ষেত্রত কার্যকৰী হ’ব।

কি নতুন ব্যৱস্থা?

ৰন্ধন গেছৰ চিলিণ্ডাৰ ঘৰলৈ পঠাবৰ বাবে নতুন ব্যৱস্থা প্ৰৱৰ্তন কৰিছে ইণ্ডিয়ান অইল, ভাৰত পেট্রোলিয়ামসহ বিভিন্ন তেল কোম্পানীয়ে। ইয়াৰ নাম দিয়া হৈছে DAC বা ডেলিভাৰি অথেনটিকেচন কোড। এই ব্যৱস্থাত গ্রাহসকলৰ ৰেজিষ্টার্ড মোবাইল নম্বৰত এটি কোড পঠোৱা হৈছে।

ডেলিভাৰি পাৰ্ছনে গেছ চিলিণ্ডাৰ ঘৰত দিব আহিলে গ্রাহকে সেই অথেনটিকেচন কোড জনাব লাগিব। তেল কোম্পানীৰ তৰফৰ পৰা জনোৱা হৈছে, এই দুটি কোড মিলিলেহে গেছ চিলিণ্ডাৰ ডেলিভাৰি কৰা হ’ব।

যদি গেছ বিতৰকৰ ওচৰত আপোনাৰ মোবাইল নম্বৰ বা ঠিকনা আপডেট নাথাকে আৰু গেছ চিলিণ্ডাৰ বুকিং কৰে তেতিয়াহ’লে ডেলিভাৰি ব্যক্তিৰ ওচৰত থকা এপৰ মাধ্যমেৰে সেইটো কৰিব পৰা যাব।

Tags: featured3
Share4Tweet3Send

Related Posts

CM Vijay : আস্থা ভোটত বৃহৎ জয় বিজয়ৰ, ২৫ এডিএমকে বিধায়কৰো সমৰ্থন টিভিকে চৰকাৰক
National-International

TN CM Vijay I ধৰ্ষণত শূন্য সহনশীলতা নীতিৰে অপৰাধ দমন কৰিবলৈ আৰক্ষীক কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰী বিজয়

by Staff Reporter
May 26, 2026
50
Tripura Govt I এইখন ৰাজ্যত এতিয়াৰে পৰা চৰকাৰী কৰ্মচাৰীয়ে সপ্তাহত পাঁচ দিন কাম কৰিব লাগিব, বৃদ্ধি কৰ্মঘণ্টা
National-International

Tripura Govt I এইখন ৰাজ্যত এতিয়াৰে পৰা চৰকাৰী কৰ্মচাৰীয়ে সপ্তাহত পাঁচ দিন কাম কৰিব লাগিব, বৃদ্ধি কৰ্মঘণ্টা

by Staff Reporter
May 26, 2026
50
Delhi Gymkhana Club I দিল্লীৰ জিমখানা ক্লাবৰ নামত ২১৭ কোটিৰ মিউচুৱেল ফাণ্ড, ১২৯ কোটিৰ সম্পত্তি
National-International

Delhi Gymkhana Club I দিল্লীৰ জিমখানা ক্লাবৰ নামত ২১৭ কোটিৰ মিউচুৱেল ফাণ্ড, ১২৯ কোটিৰ সম্পত্তি

by Staff Reporter
May 26, 2026
50
Rafale fighter aircraft : ভাৰতলৈ আৰু ১১৪ খন ৰাফেল যুঁজাৰু বিমান
National-International

Rafale fighter aircraft : ভাৰতলৈ আৰু ১১৪ খন ৰাফেল যুঁজাৰু বিমান

by News Desk
May 25, 2026
50
‎Civil honor : ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰদান কৰিলে পদ্ম বঁটা ২০২৬

Cockroach Janata Party : এইবাৰ উচ্চতম ন্যায়ালয়ৰ মজিয়াত পঁইতাচোৰা পাৰ্টী

ADVERTISEMENT
CM Vijay : আস্থা ভোটত বৃহৎ জয় বিজয়ৰ, ২৫ এডিএমকে বিধায়কৰো সমৰ্থন টিভিকে চৰকাৰক
National-International

TN CM Vijay I ধৰ্ষণত শূন্য সহনশীলতা নীতিৰে অপৰাধ দমন কৰিবলৈ আৰক্ষীক কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰী বিজয়

May 26, 2026
50
Tripura Govt I এইখন ৰাজ্যত এতিয়াৰে পৰা চৰকাৰী কৰ্মচাৰীয়ে সপ্তাহত পাঁচ দিন কাম কৰিব লাগিব, বৃদ্ধি কৰ্মঘণ্টা
National-International

Tripura Govt I এইখন ৰাজ্যত এতিয়াৰে পৰা চৰকাৰী কৰ্মচাৰীয়ে সপ্তাহত পাঁচ দিন কাম কৰিব লাগিব, বৃদ্ধি কৰ্মঘণ্টা

May 26, 2026
50
Delhi Gymkhana Club I দিল্লীৰ জিমখানা ক্লাবৰ নামত ২১৭ কোটিৰ মিউচুৱেল ফাণ্ড, ১২৯ কোটিৰ সম্পত্তি
National-International

Delhi Gymkhana Club I দিল্লীৰ জিমখানা ক্লাবৰ নামত ২১৭ কোটিৰ মিউচুৱেল ফাণ্ড, ১২৯ কোটিৰ সম্পত্তি

May 26, 2026
50
Rafale fighter aircraft : ভাৰতলৈ আৰু ১১৪ খন ৰাফেল যুঁজাৰু বিমান
National-International

Rafale fighter aircraft : ভাৰতলৈ আৰু ১১৪ খন ৰাফেল যুঁজাৰু বিমান

May 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

CM Vijay : আস্থা ভোটত বৃহৎ জয় বিজয়ৰ, ২৫ এডিএমকে বিধায়কৰো সমৰ্থন টিভিকে চৰকাৰক

TN CM Vijay I ধৰ্ষণত শূন্য সহনশীলতা নীতিৰে অপৰাধ দমন কৰিবলৈ আৰক্ষীক কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰী বিজয়

May 26, 2026
Tripura Govt I এইখন ৰাজ্যত এতিয়াৰে পৰা চৰকাৰী কৰ্মচাৰীয়ে সপ্তাহত পাঁচ দিন কাম কৰিব লাগিব, বৃদ্ধি কৰ্মঘণ্টা

Tripura Govt I এইখন ৰাজ্যত এতিয়াৰে পৰা চৰকাৰী কৰ্মচাৰীয়ে সপ্তাহত পাঁচ দিন কাম কৰিব লাগিব, বৃদ্ধি কৰ্মঘণ্টা

May 26, 2026
Delhi Gymkhana Club I দিল্লীৰ জিমখানা ক্লাবৰ নামত ২১৭ কোটিৰ মিউচুৱেল ফাণ্ড, ১২৯ কোটিৰ সম্পত্তি

Delhi Gymkhana Club I দিল্লীৰ জিমখানা ক্লাবৰ নামত ২১৭ কোটিৰ মিউচুৱেল ফাণ্ড, ১২৯ কোটিৰ সম্পত্তি

May 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT