ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

৯ বছৰ পূৰ্বেই সূর্য কুমাৰক লৈ ভৱিষ্যদ্বাণী কৰিছিল ৰোহিত শৰ্মাই!

Staff Reporter by Staff Reporter
October 31, 2020
Reading Time: 1 min read
A A
0
৯ বছৰ পূৰ্বেই সূর্য কুমাৰক লৈ ভৱিষ্যদ্বাণী কৰিছিল ৰোহিত শৰ্মাই!

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ

Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি

Assam Announces Supplementary Exams for Higher Secondary Students

নিউজ ডেস্কঃ

‘ৰত্ন চিনাত জহৰিয়ে ভুল নকৰে’ বুলি এক প্ৰবাদ আছে৷ একেদৰে ৰোহিত শর্মাৰো ভুল হোৱা নাই প্রতিভা চিনাক্ত কৰাত। প্রায় এক দশক আগতেই সূর্য কুমাৰৰ সম্ভাৱনাক লৈ ভৱিষ্যদ্বাণী কৰিছিল ‘হিটমেন’ ৰোহিতে। ২০১১ চনত ৰোহিত শৰ্মাই কৰা টুইট ভাইৰেল হৈ যায় আৰচিবিৰ বিৰুদ্ধে সূর্য কুমাৰে মুম্বাই ইণ্ডিয়ান্সক মেচ জিকোৱাৰ পিছতেই।

আবুধাবিৰ শ্বেখ জায়েদ ষ্টেডিয়ামত বিৰাট বাহিনীৰ বিৰুদ্ধে ৪৩ বলত ৭৯ ৰানৰ অপৰাজিত ইনিংছ খেলি মুম্বাই ইণ্ডিয়ান্সক বিজয় আনি দিয়ে সূর্য কুমাৰে। শুধু সেইখন মেচতেই নহয়, ইয়াৰ আগতো বেট হাতত লৈ মুম্বাইক নির্ভৰতা দিছে তেওঁ।

চলিত আঅইপিএলত তিনিটা অৰ্ধ শতক কৰিছে সূর্য কুমাৰে। ১১ ইনিংছত ৪০.২২ গড়ে ইতিমধ্যেই ৩৬২ ৰান সংগ্রহ কৰিছে তেওঁ। স্বাভাৱিকভাবেই মুম্বাইৰ তাৰকাগৰাকী অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে জাতীয় দল স্থান নোপোৱাত ক্ষোভ উজাৰি দিয়া দেখা গৈছে বিশেষজ্ঞসকলক। কাৰন পোলার্ডেও আৰচিবি মেচৰ শেষত স্পষ্ট ইঙ্গিত দিয়ে যে, জাতীয় নির্বাচকসকলে তেওঁৰ নাম উপেক্ষা কৰাত সন্তুষ্ট নহ. সূর্য কুমাৰ।

আৰচিবিৰ মেচৰ পিছতে ছচিয়েল মিডিয়াত ৰোহিত শর্মাৰ এটি ৯ বছৰ পুৰণি টুইট হঠাৎ ভাইৰেল হৈ পৰে। ২০১১ চনত ৰোহিত শৰ্মাই এটি টুইটত সূর্য কুমাৰ যাদৱক অত্যন্ত প্রতিভাৱান আখ্যা দিছিল। তাৰ লগতে তেওঁ ভৱিষ্যতৰ তাৰকা হৈ উঠাৰ সম্ভাৱনাৰ কথাও জনাইছিল।
ৰোহিতে টুইটত লিখিছিল, ‘এই মাত্র চেন্নাইত বিচিচিআইৰ পুৰস্কাৰ বিতৰণী শেষ হ’ল। অত্যন্ত প্ৰতিভাশালী কেইগৰাকীমান ক্রিকেটাৰ উঠি আহিছে। মুম্বাইৰ সূর্য কুমাৰ যাদৱৰ ফালে ভৱিষ্যতে নজৰ থাকিব।’

Share4Tweet3Send

Related Posts

Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ
Sports News

Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ

by News Desk
June 26, 2026
50
Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি
Sports News

Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি

by News Desk
June 25, 2026
50
Assam Announces Supplementary Exams for Higher Secondary Students
Assam

Assam Announces Supplementary Exams for Higher Secondary Students

by News Desk
June 24, 2026
50
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী

by News Desk
June 24, 2026
50
Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু
Assam

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

by Staff Reporter
June 19, 2026
50
‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 
Assam

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

by Staff Reporter
June 17, 2026
50
ADVERTISEMENT
Ram Mandir : বেংকৰ প্ৰাক্তন কৰ্মচাৰীৰ পৰা ট্ৰাষ্টৰ হিচাপৰক্ষকলৈ, ৰাম মন্দিৰৰ ধন চুৰিৰ অপৰাধত আৰু কোন গ্ৰেপ্তাৰ
National-International

Ram Mandir : বেংকৰ প্ৰাক্তন কৰ্মচাৰীৰ পৰা ট্ৰাষ্টৰ হিচাপৰক্ষকলৈ, ৰাম মন্দিৰৰ ধন চুৰিৰ অপৰাধত আৰু কোন গ্ৰেপ্তাৰ

June 27, 2026
50
Gautam Adani : ট্ৰাম্পৰ পুত্ৰৰ সৈতে আদানীৰ বৈঠকক লৈ সমগ্ৰ বিশ্বতে চৰ্চা, হঠাৎ কি আহিল এই প্ৰসংগ
National-International

Gautam Adani : ট্ৰাম্পৰ পুত্ৰৰ সৈতে আদানীৰ বৈঠকক লৈ সমগ্ৰ বিশ্বতে চৰ্চা, হঠাৎ কি আহিল এই প্ৰসংগ

June 27, 2026
50
Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত
National-International

Pune murder case : মূৰত উইগ পিন্ধাৰ বাবেই হত্যা ? কেতন আগৰৱালা হত্যাকাণ্ডক লৈ পিতৃৰ চাঞ্চল্যকৰ দাবী

June 27, 2026
50
Ram Mandir : ৰাম মন্দিৰৰ পৰা চুৰি হোৱা ৮০ লাখ টকা উদ্ধাৰ
National-International

Ram Mandir : ৰাম মন্দিৰৰ পৰা চুৰি হোৱা ৮০ লাখ টকা উদ্ধাৰ

June 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ram Mandir : বেংকৰ প্ৰাক্তন কৰ্মচাৰীৰ পৰা ট্ৰাষ্টৰ হিচাপৰক্ষকলৈ, ৰাম মন্দিৰৰ ধন চুৰিৰ অপৰাধত আৰু কোন গ্ৰেপ্তাৰ

Ram Mandir : বেংকৰ প্ৰাক্তন কৰ্মচাৰীৰ পৰা ট্ৰাষ্টৰ হিচাপৰক্ষকলৈ, ৰাম মন্দিৰৰ ধন চুৰিৰ অপৰাধত আৰু কোন গ্ৰেপ্তাৰ

June 27, 2026
Gautam Adani : ট্ৰাম্পৰ পুত্ৰৰ সৈতে আদানীৰ বৈঠকক লৈ সমগ্ৰ বিশ্বতে চৰ্চা, হঠাৎ কি আহিল এই প্ৰসংগ

Gautam Adani : ট্ৰাম্পৰ পুত্ৰৰ সৈতে আদানীৰ বৈঠকক লৈ সমগ্ৰ বিশ্বতে চৰ্চা, হঠাৎ কি আহিল এই প্ৰসংগ

June 27, 2026
Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত

Pune murder case : মূৰত উইগ পিন্ধাৰ বাবেই হত্যা ? কেতন আগৰৱালা হত্যাকাণ্ডক লৈ পিতৃৰ চাঞ্চল্যকৰ দাবী

June 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx