ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

সাংবাদিক অৰ্ণৱ গোস্বামীক মুক্তিৰ দাবী ‘জা’ আৰু এন ইউ জে আই:

ASSAM TIMES POST by ASSAM TIMES POST
November 4, 2020
Reading Time: 1 min read
A A
0
সাংবাদিক অৰ্ণৱ গোস্বামীক মুক্তিৰ দাবী ‘জা’ আৰু এন ইউ জে আই:

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

Gautam Adani : ট্ৰাম্পৰ পুত্ৰৰ সৈতে আদানীৰ বৈঠকক লৈ সমগ্ৰ বিশ্বতে চৰ্চা, হঠাৎ কি আহিল এই প্ৰসংগ

Pune murder case : মূৰত উইগ পিন্ধাৰ বাবেই হত্যা ? কেতন আগৰৱালা হত্যাকাণ্ডক লৈ পিতৃৰ চাঞ্চল্যকৰ দাবী

Ram Mandir : ৰাম মন্দিৰৰ পৰা চুৰি হোৱা ৮০ লাখ টকা উদ্ধাৰ

ষ্টাফ ৰিপ’ৰ্টাৰ:

ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামী গ্ৰেপ্তাৰ কৰা আৰু তেওঁৰ পৰিয়ালক শাৰীৰিকভাৱে অপদস্থ কৰা ঘটনাক ৰহস্য জনক আখ্যা জাৰ্ণেলিষ্ট এছ’চিয়েছন অৱ্ আছাম “জা” আৰু নেশ্চনেল ইউনিয়ন অৱ্ জাৰ্ণেলিষ্ট ইণ্ডিয়া, এনইউজেআই।

কংগ্ৰেছ আৰু শিৱসেনা নেতৃত্বাধীন মহাৰাষ্ট্ৰ চৰকাৰে আক্ৰোশমূলকভাৱে গ্ৰেপ্তাৰ কৰা কাৰ্য গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ ওপৰত আক্ৰমণৰ এই ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দি “জা” ৰ সভাপতি ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী আৰু মূখ্য উপদেষ্টা তথা এনইউজেআই ৰাষ্ট্ৰীয় উপ- সভাপতি ভূপেন গোস্বামী, সাধাৰণ সম্পাদক ডালিম ফুকনে কয়- শিৱসেনা নেতৃত্বাধীন মহাৰাষ্ট্ৰ চৰকাৰৰ স্বৰূপ লজ্জাজনকভাৱে উদঙাই দিছে।তাৰে প্ৰতিশোধ লৈছে।

সংবাদ মাধ্যমৰ কণ্ঠ ৰুদ্ধ কৰাৰ এনে চক্ৰান্তত জড়িত থকা আৰক্ষীৰ বিৰুদ্ধে শান্তি মূলক ব্যৱস্থা গ্ৰহণৰ দাবী জনাই লগতে গোস্বামীক বিনা চৰ্ত্তে মুকলি কৰি দিয়া আহ্বান জনাই সন্থা দুটাই।

সাংবাদিকৰ ওপৰত আৰক্ষীৰ অত্যাচাৰ কোনো কাৰণতে সহ্য কৰা নহব বুলি সংগঠনটোৰ তৰফৰ পৰা মহাৰাষ্ট্ৰ চৰকাৰ আৰু আৰক্ষী প্ৰশাসনক সকিয়ানি প্ৰদান কৰিছে।

Tags: Featured2
Share4Tweet3Send

Related Posts

Gautam Adani : ট্ৰাম্পৰ পুত্ৰৰ সৈতে আদানীৰ বৈঠকক লৈ সমগ্ৰ বিশ্বতে চৰ্চা, হঠাৎ কি আহিল এই প্ৰসংগ
National-International

by News Desk
June 27, 2026
50
Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত
National-International

Pune murder case : মূৰত উইগ পিন্ধাৰ বাবেই হত্যা ? কেতন আগৰৱালা হত্যাকাণ্ডক লৈ পিতৃৰ চাঞ্চল্যকৰ দাবী

by News Desk
June 27, 2026
50
Ram Mandir : ৰাম মন্দিৰৰ পৰা চুৰি হোৱা ৮০ লাখ টকা উদ্ধাৰ
National-International

Ram Mandir : ৰাম মন্দিৰৰ পৰা চুৰি হোৱা ৮০ লাখ টকা উদ্ধাৰ

by News Desk
June 27, 2026
50
New IB chief I দেশৰ পৰৱৰ্তী আই বি মুৰব্বী মহেশ দীক্ষিত
National-International

New IB chief I দেশৰ পৰৱৰ্তী আই বি মুৰব্বী মহেশ দীক্ষিত

by Staff Reporter
June 27, 2026
50
DRDO I  আকাশত পাকিস্তান-চীনক মোকাবিলা কৰিবলৈ আহি আছে ‘নেত্ৰ’

Project Freedom : প্ৰজেক্ট ফ্ৰীডম! ট্ৰাম্পে হৰমুজ প্ৰণালীত নতুন অভিযান ঘোষণা
National-International

US Iran connflict I ইৰাণক পুনৰ আক্ৰমণ আমেৰিকাৰ, হৰমুজত জাহাজ আক্ৰমণৰ প্ৰতিশোধ

by Staff Reporter
June 27, 2026
50
ADVERTISEMENT
Gautam Adani : ট্ৰাম্পৰ পুত্ৰৰ সৈতে আদানীৰ বৈঠকক লৈ সমগ্ৰ বিশ্বতে চৰ্চা, হঠাৎ কি আহিল এই প্ৰসংগ
National-International

Gautam Adani : ট্ৰাম্পৰ পুত্ৰৰ সৈতে আদানীৰ বৈঠকক লৈ সমগ্ৰ বিশ্বতে চৰ্চা, হঠাৎ কি আহিল এই প্ৰসংগ

June 27, 2026
50
Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত
National-International

Pune murder case : মূৰত উইগ পিন্ধাৰ বাবেই হত্যা ? কেতন আগৰৱালা হত্যাকাণ্ডক লৈ পিতৃৰ চাঞ্চল্যকৰ দাবী

June 27, 2026
50
Ram Mandir : ৰাম মন্দিৰৰ পৰা চুৰি হোৱা ৮০ লাখ টকা উদ্ধাৰ
National-International

Ram Mandir : ৰাম মন্দিৰৰ পৰা চুৰি হোৱা ৮০ লাখ টকা উদ্ধাৰ

June 27, 2026
50
New IB chief I দেশৰ পৰৱৰ্তী আই বি মুৰব্বী মহেশ দীক্ষিত
National-International

New IB chief I দেশৰ পৰৱৰ্তী আই বি মুৰব্বী মহেশ দীক্ষিত

June 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Gautam Adani : ট্ৰাম্পৰ পুত্ৰৰ সৈতে আদানীৰ বৈঠকক লৈ সমগ্ৰ বিশ্বতে চৰ্চা, হঠাৎ কি আহিল এই প্ৰসংগ

Gautam Adani : ট্ৰাম্পৰ পুত্ৰৰ সৈতে আদানীৰ বৈঠকক লৈ সমগ্ৰ বিশ্বতে চৰ্চা, হঠাৎ কি আহিল এই প্ৰসংগ

June 27, 2026
Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত

Pune murder case : মূৰত উইগ পিন্ধাৰ বাবেই হত্যা ? কেতন আগৰৱালা হত্যাকাণ্ডক লৈ পিতৃৰ চাঞ্চল্যকৰ দাবী

June 27, 2026
Ram Mandir : ৰাম মন্দিৰৰ পৰা চুৰি হোৱা ৮০ লাখ টকা উদ্ধাৰ

Ram Mandir : ৰাম মন্দিৰৰ পৰা চুৰি হোৱা ৮০ লাখ টকা উদ্ধাৰ

June 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT