নিউজ ডেক্স:
১৪,০০০ স্কলাৰশ্বিপ দিয়াৰ ঘোষণা কৰিলে ইউনিভার্চিটি গ্রান্ট কমিচনে, চমুকৈ ইউজিচি(UGC)য়ে। স্নাতক আৰু স্নাতকোত্তৰ পঢ়ি থকা সকলৰ বাবে এই স্কলাৰশ্বিপ দিয়াৰ কথা ঘোষণা কৰা হৈছে।
৩০ নৱেম্বৰৰপৰা এই স্কলাৰশ্বিপ সমূহৰ বাবে আবেদন কৰিব পৰা যাব । মূলতঃ চাৰিটা বিভাগত স্কলাৰশ্বিপ দিয়াৰ কথা ঘোষণা কৰা হৈছে ৷
ইউজিচি ইশান উদয় স্কলাৰশ্বিপ, ইউজিচি চিঙ্গল গার্ল চাইল্ড স্কলাৰশ্বিপ, ইউজিচি পিজি ৰেংক হ’ল্ডাৰ স্কলাৰশ্বিপ আৰু ইউজিচি এছ.চি(SC)-এছ.টি(ST) স্কলাৰশ্বিপ।










