ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

অনিল আম্বানিৰ ৩টা কোম্পানীৰ একাউণ্ট ভুৱা !

News Desk by News Desk
January 7, 2021
Reading Time: 1 min read
A A
0
অনিল আম্বানিৰ ৩টা কোম্পানীৰ একাউণ্ট ভুৱা !

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Passport row : পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয় নেকি? মোদী চৰকাৰলৈ বিৰোধীৰ আঙুলি

Bangladesh Visa : প্ৰায় দুবছৰৰ অন্তত বাংলাদেশীৰ বাবে পৰ্যটন ভিছা প্ৰৱৰ্তন কৰিব ভাৰতে

CBI raid : চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অসমকে ধৰি দেশৰ ১৬ ৰাজ্যত চিবিআইৰ অভিযান

নিউজ ডেস্কঃ

নতুন বছৰৰ আৰম্ভণিতেই বৃহৎ আঘাত অনিল আম্বানিৰ। বৃহস্পতিবাৰে দিল্লী হাইকোর্টত এছবিআইয়ে কয়, অনিল আম্বানিৰ ৩টা কোম্পানী ৰিলায়েন্স কমিউনিকেছন্স, ৰিলায়েন্স টেলিকম আৰু ৰিলায়েন্স ইনফ্রাটেল আটাইকেইটাৰে একাউন্ট ভুৱা। এই একাউন্টবোৰৰ স্থিতাৱস্থা যেন বজায় থাকে তাক চাবলৈ বেঙ্কক নির্দেশ দিয়ে আদালতে।

ইয়াৰ ফলত তেওঁৰ বিৰুদ্ধে চিবিআই তদন্তৰ দুৱাৰ খোল খালে। আদালতৰ এই নির্দেশ সত্ত্বেও এছবিআইয়ে তদন্ত চলাই যাব পাৰে আৰু অভিযোগো নথিভুক্ত কৰিব পাৰে।  ২০১৬ৰ আৰবিআইৰ চার্কুলেচনক প্ৰত্যহ্বান জনাই ৰিলায়েন্স কমিউনিকেচন্সৰ প্রাক্তন ডিৰেক্টৰ পুণিত গর্গ আদালতৰ দ্বাৰস্থ হয়। সেই গোচৰত আজি আদালতত বেংকে কয়, পুঁজিৰ হেৰাফেৰৰ উপৰি অন্যান্য দুর্নীতিৰ উমান অডিটৰ সময়ত তেওঁলোকে পাইছে।

Tags: Featured
Share4Tweet3Send

Related Posts

Passport row : পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয় নেকি? মোদী চৰকাৰলৈ বিৰোধীৰ আঙুলি
National-International

by News Desk
June 25, 2026
50
Bangladesh Visa : প্ৰায় দুবছৰৰ অন্তত বাংলাদেশীৰ বাবে পৰ্যটন ভিছা প্ৰৱৰ্তন কৰিব ভাৰতে
National-International

Bangladesh Visa : প্ৰায় দুবছৰৰ অন্তত বাংলাদেশীৰ বাবে পৰ্যটন ভিছা প্ৰৱৰ্তন কৰিব ভাৰতে

by News Desk
June 25, 2026
50
CBI raid : চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অসমকে ধৰি দেশৰ ১৬ ৰাজ্যত চিবিআইৰ অভিযান
National-International

CBI raid : চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অসমকে ধৰি দেশৰ ১৬ ৰাজ্যত চিবিআইৰ অভিযান

by News Desk
June 25, 2026
50
Indian Passport : কোনখন দেশত পাছপোৰ্টৰ ব্যয় সৰ্বাধিক? ভাৰতত কিমান?
National-International

Passport row । পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, বৈদেশিক মন্ত্ৰালয়ৰ ঘোষণাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া

by Staff Reporter
June 25, 2026
50
NEET Paper leak : অতীতৰ পৰা শিক্ষা লোৱা নাই, এনটিএৰ পৰা উত্তৰ তলৱ উচ্চতম ন্যায়ালয়ৰ
National-International

NEET paper leak I নীট প্ৰশ্নকাকত ফাদিলত অৱশেষত ভুল স্বীকাৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

by Staff Reporter
June 25, 2026
50
Strait of Hazmuz : হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে ৬০খন দেশৰ বৈঠক
National-International

Strait of Hormuz I আমেৰিকা-ইৰাণ চুক্তিৰ পিছত হৰমুজ পাৰ হৈছে ভাৰত অভিমুখী ১১ জাহাজ, ২৬ খন অপেক্ষাৰত

by Staff Reporter
June 25, 2026
50
ADVERTISEMENT
Passport row : পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয় নেকি? মোদী চৰকাৰলৈ বিৰোধীৰ আঙুলি
National-International

Passport row : পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয় নেকি? মোদী চৰকাৰলৈ বিৰোধীৰ আঙুলি

June 25, 2026
50
Bangladesh Visa : প্ৰায় দুবছৰৰ অন্তত বাংলাদেশীৰ বাবে পৰ্যটন ভিছা প্ৰৱৰ্তন কৰিব ভাৰতে
National-International

Bangladesh Visa : প্ৰায় দুবছৰৰ অন্তত বাংলাদেশীৰ বাবে পৰ্যটন ভিছা প্ৰৱৰ্তন কৰিব ভাৰতে

June 25, 2026
50
One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ
KARBI ANGLONG

Arunachal flood : প্ৰকৃতিৰ ৰোষত অৰুণাচল, ভয়াৱহ বান-ভূমিস্খলনত এজনৰ মৃত্যু, নিৰুদ্দেশ
NORTHEAST

Arunachal flood : প্ৰকৃতিৰ ৰোষত অৰুণাচল, ভয়াৱহ বান-ভূমিস্খলনত এজনৰ মৃত্যু, নিৰুদ্দেশ

June 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Passport row : পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয় নেকি? মোদী চৰকাৰলৈ বিৰোধীৰ আঙুলি

Passport row : পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয় নেকি? মোদী চৰকাৰলৈ বিৰোধীৰ আঙুলি

June 25, 2026
Bangladesh Visa : প্ৰায় দুবছৰৰ অন্তত বাংলাদেশীৰ বাবে পৰ্যটন ভিছা প্ৰৱৰ্তন কৰিব ভাৰতে

Bangladesh Visa : প্ৰায় দুবছৰৰ অন্তত বাংলাদেশীৰ বাবে পৰ্যটন ভিছা প্ৰৱৰ্তন কৰিব ভাৰতে

June 25, 2026
One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

June 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT