ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Singing Contest
  • Contact Us
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Singing Contest
  • Contact Us
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

আমিনগাঁৱত বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ:

ASSAM TIMES POST by ASSAM TIMES POST
January 11, 2021
Reading Time: 1min read
0
আমিনগাঁৱত বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ:

RELATED POSTS

পঞ্চায়ত নিৰ্বাচনত জয়ী হোৱা স্বামীক কান্ধত উঠাই আনিলে পত্নীয়ে

ভাৰতৰ উপহাৰ ! বুধবাৰে বাংলাদেশ পাব ২০ লাখ কৰোনা টীকা

৬২০ কি:মি: বেগৰ চকা নোহোৱা ৰে’লৰ পৰীক্ষা কৰিলে চীনে!

ষ্টাফ ৰিপ’ৰ্টাৰ:

সমাগত ২০২১ৰ বিধানসভা ৰণৰ বাবে বিজেপি, অসম প্ৰদেশৰ প্ৰস্তুতিৰ বুজ ল’বলৈ গুৱাহাটীত উপস্থিত হৈছেহি বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ।

এক প্ৰেছ বিজ্ঞপ্তিযোগে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ লক্ষ্য কোঁৱৰে জানিবলৈ দিয়ে যে, ১১ জানুৱাৰী অৰ্থাৎ আজি দিনৰ ১২ বজাৰ পৰা নিশা ৮.৩০ বজালৈ ৰাজ্যিক বিজেপিৰ বিষয়ববীয়া, মুখপাত্ৰ, সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমৰ কাৰ্যকর্তাসকলৰ লগত পৃথকে পৃথকে দলৰ কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ব।

পাৰ হৈ যোৱা নিৰ্বাচনসমূহৰ দৰে ’২১ ৰ নিৰ্বাচনতো বিজেপি, অসম প্ৰদেশে সামাজিক মাধ্যম আৰু সংবাদ মাধ্যম বিভাগক বিধানসভা ৰণৰ অন্যতম অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব।

সেয়ে ৰাজ্যিক বিজেপিৰ এই দুয়োটা বিভাগক শক্তিশালী তথা পূৰ্বতকৈ অধিক সক্ৰিয় কৰি তুলিবৰ বাবে বি এল সন্তোষে আমিনগাঁৱৰ বৈঠকতে গুৰুত্বপূৰ্ণ মতামত প্ৰদান কৰিব।

তেওঁ লগতে কয় যে আহি থকা নিৰ্বাচনৰ বাবে বি এল সন্তোষৰ এই ভ্ৰমণ যথেষ্ট গুৰুত্বপূৰ্ণ৷ তেওঁৰ এই ভ্ৰমণে ইতিমধ্যেই তুংগত থকা ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ ঢৌক আৰু অধিক ত্বৰান্বিত কৰি তুলিব।

ADVERTISEMENT

আনহাতে, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই আজি ৰাজ্যিক বিজেপিৰ উদ্যোগত শিলচৰত হাজাৰোধিক জনতাৰ উপস্থিতিত অনুষ্ঠিত হোৱা “বিজয় সংকল্প সমাবেশত” অংশগ্ৰহণ কৰে। শিলচৰৰ পুলিচ পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত আজিৰ এই সভাত ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিত কুমাৰ দাস, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, নেডাৰ আহ্বায়ক তথা বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকে।

ডিচেম্বৰ মাহৰ শেষৰ ফালে কোকৰাঝাৰত অনুষ্ঠিত বিজেপি, অসম প্ৰদেশৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা আৰু আজি শিলচৰত ৰাষ্ট্ৰীয় সভাপতিৰ উপস্থিতিত অনুষ্ঠিত দলীয় সভাৰ ঢৌৰ প্ৰভাৱে এইবাৰ সমগ্ৰ বৰাক উপত্যকাত পদুমৰ পাহি জিলিকি উঠিব বুলি মুখপাত্ৰগৰাকীয়ে জানিবলৈ দিয়ে।

Like this:

Like Loading...

Related

Tags: Featured2
Share4Tweet3Send
ASSAM TIMES POST

ASSAM TIMES POST

ASSAM TIMES POST

Related Posts

পঞ্চায়ত নিৰ্বাচনত জয়ী হোৱা স্বামীক কান্ধত উঠাই আনিলে পত্নীয়ে
ALL NEWS

পঞ্চায়ত নিৰ্বাচনত জয়ী হোৱা স্বামীক কান্ধত উঠাই আনিলে পত্নীয়ে

by News Desk
January 19, 2021
50
ভাৰতৰ উপহাৰ ! বুধবাৰে বাংলাদেশ পাব ২০ লাখ কৰোনা টীকা
ALL NEWS

ভাৰতৰ উপহাৰ ! বুধবাৰে বাংলাদেশ পাব ২০ লাখ কৰোনা টীকা

by News Desk
January 19, 2021
51
৬২০ কি:মি: বেগৰ চকা নোহোৱা ৰে’লৰ পৰীক্ষা কৰিলে চীনে!
ALL NEWS

৬২০ কি:মি: বেগৰ চকা নোহোৱা ৰে’লৰ পৰীক্ষা কৰিলে চীনে!

by News Desk
January 19, 2021
52
ডিফুত মুখ্যমন্ত্রীৰ নববর্ষৰ উপহাৰ প্রদান
ALL NEWS

ডিফুত মুখ্যমন্ত্রীৰ নববর্ষৰ উপহাৰ প্রদান

by News Desk
January 19, 2021
82
খ্যাতনামা ফটোগ্রাফাৰ দীনেশ চৌধুৰী আৰু নাই
ALL NEWS

খ্যাতনামা ফটোগ্রাফাৰ দীনেশ চৌধুৰী আৰু নাই

by News Desk
January 19, 2021
51
দেওপানীৰ বৰডেকা-লাংমিলি নিৰজা ক্ষেত্ৰ সাজু
ALL NEWS

দেওপানীৰ বৰডেকা-লাংমিলি নিৰজা ক্ষেত্ৰ সাজু

by News Desk
January 19, 2021
71
covid-19 widget
506665
Total views : 1872459
Who's Online : 13
পঞ্চায়ত নিৰ্বাচনত জয়ী হোৱা স্বামীক কান্ধত উঠাই আনিলে পত্নীয়ে

পঞ্চায়ত নিৰ্বাচনত জয়ী হোৱা স্বামীক কান্ধত উঠাই আনিলে পত্নীয়ে

January 19, 2021
ভাৰতৰ উপহাৰ ! বুধবাৰে বাংলাদেশ পাব ২০ লাখ কৰোনা টীকা

ভাৰতৰ উপহাৰ ! বুধবাৰে বাংলাদেশ পাব ২০ লাখ কৰোনা টীকা

January 19, 2021
৬২০ কি:মি: বেগৰ চকা নোহোৱা ৰে’লৰ পৰীক্ষা কৰিলে চীনে!

৬২০ কি:মি: বেগৰ চকা নোহোৱা ৰে’লৰ পৰীক্ষা কৰিলে চীনে!

January 19, 2021

Categories

ALL NEWS (10102) Assam (7172) BREAKING NEWS (3268) Business (14) Economy (28) Editorial (7) EDUCATION-TECHNOLOGY (21) Entertainment (329) Entertrainment (207) EXCLUSIVE (121) Fashion (8) Featured (11) Features (20) Guwahati (1349) Health & Fitness (227) Jobs & Career (3) KARBI ANGLONG (1108) Lifestyle (19) literature (16) National-International (1830) NORTH-EAST (347) Novel (3) Photo (4) Poem (9) Political (60) Recipes (5) Sports (153) Story (3) Tech (5) Travel (6) Uncategorized (13) Video (88)

© 2020 Assam Times Post.

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us
No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTH-EAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

© 2020 Assam Times Post.

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In
%d bloggers like this: