ষ্টাফ ৰিপ’ৰ্টাৰ:
অপহৃত হৈ থকা কুইপ নামৰ তৈল প্ৰতিষ্ঠানটোৰ দুই বিষয়াক মুক্তি দিলে আলফা স্বাধীনে । উল্লেখ যোগ্য যে ২০২০ চকৰ ২২ ডিচেম্বৰত অপহৰণ কৰা হৈছিল উক্ত তৈল প্ৰতিষ্ঠানটোত কৰ্মৰত দুজন বিষয়া ৷ বিষয়া দুজনৰ নাম প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰ।
জানিব পৰা অনুসৰি, অপহৰণ কাৰ্যৰ লগত জড়িত আছিল আলফা এনএছচিএন (NSCN) গোটটো ৷ এই গোটটোৱে অৰুণাচলৰ দায়ুনৰ পৰা দুইজন লোকক অপহৰণ কৰিছিল ।