ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

অন্তঃসত্ত্বা আৰু শিশুক দিয়া নহয় কৰোনা টীকা : কাৰণ জানেনে?

ASSAM TIMES POST by ASSAM TIMES POST
January 16, 2021
Reading Time: 1 min read
A A
0
অন্তঃসত্ত্বা আৰু শিশুক দিয়া নহয় কৰোনা টীকা : কাৰণ জানেনে?

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

Twisha Sharma case : ত্বিশাক ৭ লাখ দিয়াৰ দাবী সমৰ্থৰ; সম্পৰ্কৰ অৱনতি, গৰ্ভপাতৰ কথাও পোহৰলৈ আহিছে

TN CM Vijay I ধৰ্ষণত শূন্য সহনশীলতা নীতিৰে অপৰাধ দমন কৰিবলৈ আৰক্ষীক কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰী বিজয়

Tripura Govt I এইখন ৰাজ্যত এতিয়াৰে পৰা চৰকাৰী কৰ্মচাৰীয়ে সপ্তাহত পাঁচ দিন কাম কৰিব লাগিব, বৃদ্ধি কৰ্মঘণ্টা

নিউজ ডেক্স:

আজিৰে পৰা সমগ্ৰ দেশজুৰি আৰম্ভ হ’ব ক’ৰোনা টীকাকৰণ। তাৰ ঠিক আগতে টীকাকৰণ সংক্রান্তীয় কেইবাটাও নির্দেশনা প্রকাশ কৰিছে কেন্দ্রই। ৰাজ্যসমূহলৈও সেই নির্দেশনা প্ৰেৰণ কৰা হৈছে। তাত উল্লেখ আছে, কি কি কৰিব পাৰিব আৰু কি কি নোৱাৰিব।

তাৰ ভিতৰত উল্লেখযোগ্য হ’ল, অন্তঃসত্ত্বা মহিলা আৰু শিশুক স্তন্যপান কৰোৱা মহিলাসকলে টীকা ল’ব নোৱাৰিব। আনকি শিশুসকলকো টীকা দিব পৰা নাযাব।

কাৰণ হিচাবে কোৱা হৈছে, এই তিনি শ্রেণীৰ ওপৰত কৰোনা ভেক্সিনৰ ক্লিনিকেল ট্রায়েল চলোৱা হোৱা নাই। কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তৰফৰ পৰা যি নির্দেশনা প্রকাশ কৰা হৈছে, তাত এই কথাবোৰ স্পষ্টকৈ কোৱা হৈছে।

উল্লেখ্য, শনিবাৰৰ পৰা আৰম্ভ হ’বলগীয়া টীকাকৰণ কাৰ্যসূচীত দেশৰ ৩ হাজাৰ ৬টা কেন্দ্রত প্রায় ৩ লক্ষ স্বাস্থ্যকর্মীক এই পৰ্যায়ত টীকা দিয়া হ’ব বুলি জনাইছে চৰকাৰে। প্রধানমন্ত্রী নৰেন্দ্র মোদিয়ে শনিবাৰে দেশৰ বৃহত্তম টীকাকৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব।

Tags: Featured2
Share4Tweet3Send

Related Posts

Twisha Sharma case : ত্বিশাক ৭ লাখ দিয়াৰ দাবী সমৰ্থৰ; সম্পৰ্কৰ অৱনতি, গৰ্ভপাতৰ কথাও পোহৰলৈ আহিছে
National-International

by News Desk
May 26, 2026
50
CM Vijay : আস্থা ভোটত বৃহৎ জয় বিজয়ৰ, ২৫ এডিএমকে বিধায়কৰো সমৰ্থন টিভিকে চৰকাৰক
National-International

TN CM Vijay I ধৰ্ষণত শূন্য সহনশীলতা নীতিৰে অপৰাধ দমন কৰিবলৈ আৰক্ষীক কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰী বিজয়

by Staff Reporter
May 26, 2026
50
Tripura Govt I এইখন ৰাজ্যত এতিয়াৰে পৰা চৰকাৰী কৰ্মচাৰীয়ে সপ্তাহত পাঁচ দিন কাম কৰিব লাগিব, বৃদ্ধি কৰ্মঘণ্টা
National-International

Tripura Govt I এইখন ৰাজ্যত এতিয়াৰে পৰা চৰকাৰী কৰ্মচাৰীয়ে সপ্তাহত পাঁচ দিন কাম কৰিব লাগিব, বৃদ্ধি কৰ্মঘণ্টা

by Staff Reporter
May 26, 2026
50
Delhi Gymkhana Club I দিল্লীৰ জিমখানা ক্লাবৰ নামত ২১৭ কোটিৰ মিউচুৱেল ফাণ্ড, ১২৯ কোটিৰ সম্পত্তি

Rafale fighter aircraft : ভাৰতলৈ আৰু ১১৪ খন ৰাফেল যুঁজাৰু বিমান
National-International

Rafale fighter aircraft : ভাৰতলৈ আৰু ১১৪ খন ৰাফেল যুঁজাৰু বিমান

by News Desk
May 25, 2026
50
‎Civil honor : ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰদান কৰিলে পদ্ম বঁটা ২০২৬
National-International

‎Civil honor : ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰদান কৰিলে পদ্ম বঁটা ২০২৬

by News Desk
May 25, 2026
50
ADVERTISEMENT
Twisha Sharma case : ত্বিশাক ৭ লাখ দিয়াৰ দাবী সমৰ্থৰ; সম্পৰ্কৰ অৱনতি, গৰ্ভপাতৰ কথাও পোহৰলৈ আহিছে
National-International

Twisha Sharma case : ত্বিশাক ৭ লাখ দিয়াৰ দাবী সমৰ্থৰ; সম্পৰ্কৰ অৱনতি, গৰ্ভপাতৰ কথাও পোহৰলৈ আহিছে

May 26, 2026
50
‎Flood preparation : ফুলনি চাৰ্কলত বান প্ৰস্তুতি পৰ্যালোচনা
DIPHU

‎Flood preparation : ফুলনি চাৰ্কলত বান প্ৰস্তুতি পৰ্যালোচনা

May 26, 2026
50
CM Vijay : আস্থা ভোটত বৃহৎ জয় বিজয়ৰ, ২৫ এডিএমকে বিধায়কৰো সমৰ্থন টিভিকে চৰকাৰক
National-International

TN CM Vijay I ধৰ্ষণত শূন্য সহনশীলতা নীতিৰে অপৰাধ দমন কৰিবলৈ আৰক্ষীক কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰী বিজয়

May 26, 2026
50
Tripura Govt I এইখন ৰাজ্যত এতিয়াৰে পৰা চৰকাৰী কৰ্মচাৰীয়ে সপ্তাহত পাঁচ দিন কাম কৰিব লাগিব, বৃদ্ধি কৰ্মঘণ্টা
National-International

Tripura Govt I এইখন ৰাজ্যত এতিয়াৰে পৰা চৰকাৰী কৰ্মচাৰীয়ে সপ্তাহত পাঁচ দিন কাম কৰিব লাগিব, বৃদ্ধি কৰ্মঘণ্টা

May 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Twisha Sharma case : ত্বিশাক ৭ লাখ দিয়াৰ দাবী সমৰ্থৰ; সম্পৰ্কৰ অৱনতি, গৰ্ভপাতৰ কথাও পোহৰলৈ আহিছে

Twisha Sharma case : ত্বিশাক ৭ লাখ দিয়াৰ দাবী সমৰ্থৰ; সম্পৰ্কৰ অৱনতি, গৰ্ভপাতৰ কথাও পোহৰলৈ আহিছে

May 26, 2026
‎Flood preparation : ফুলনি চাৰ্কলত বান প্ৰস্তুতি পৰ্যালোচনা

‎Flood preparation : ফুলনি চাৰ্কলত বান প্ৰস্তুতি পৰ্যালোচনা

May 26, 2026
CM Vijay : আস্থা ভোটত বৃহৎ জয় বিজয়ৰ, ২৫ এডিএমকে বিধায়কৰো সমৰ্থন টিভিকে চৰকাৰক

TN CM Vijay I ধৰ্ষণত শূন্য সহনশীলতা নীতিৰে অপৰাধ দমন কৰিবলৈ আৰক্ষীক কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰী বিজয়

May 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT