নিউজ ডেস্কঃ
প্ৰতি বছৰৰ দৰেই এই বছৰো ভাৰতৰ ৰাজধানী চহৰ দিল্লীত উদ্যাপিত হ’ল গণৰাজ্য দিৱস ৷ বহু বিশিষ্ট ব্যক্তিৰ লগতে গণৰাজ্য দিৱস উদ্যাপন কাৰ্যসূচীত উপস্থিত থাকিল দেশৰ প্ৰথম ব্যক্তি ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দ ৷
অসমৰ বাবে উৎসাহৰ কথাটো হ’ল যে অন্যান্য ৰাজ্যক প্ৰতিনিধিত্ব কৰা বিভিন্ন ৱিষয়ক লৈ কৰা গণৰাজ্য দিৱসৰ শোভাযাত্ৰাক শুৱনি কৰিলে এইবাৰ অসমৰ চাহ বাগিছা আৰু ঝুমুৰ নৃত্যই ৷