ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

নির্জন দ্বীপত তিনিজন ব্যক্তি, তেত্রিশ দিন কেৱল নাৰিকল খাই ক্ষুধা নিবাৰণ

ASSAM TIMES POST by ASSAM TIMES POST
February 15, 2021
Reading Time: 1 min read
A A
0
নির্জন দ্বীপত তিনিজন ব্যক্তি, তেত্রিশ দিন কেৱল নাৰিকল খাই ক্ষুধা নিবাৰণ

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

বিশেষ প্ৰতিবেদন:

কিউবা আৰু আমেৰিকাৰ ফ্ল’ৰিডাৰ মাজতেই অৱস্থিত বাহামাছ দ্বীপপুঞ্জ। তাৰেই এক অংশত আছে সৰু দ্বীপ এই ‘এঙ্গুইলা কে’। তাতেই আৱদ্ধ হৈ আছিল কিউবাৰ বাসিন্দা দুজন পুৰুষ আৰু এগৰাকী মহিলা তেত্ৰিশ দিন ধৰি।

তেওঁলোকে জনোৱা অনুসৰি, নাও ডুবি গৈছিল তেওঁলোকৰ। যেনে তেনে সাঁতুৰি গৈ সেই দ্বীপত উঠিছিল তিনিও গৰাকী ব্যক্তি। জনশূন্য দ্বীপটোত নাৰিকল গছ আৰু সৰু সৰু জোপোহা জঙ্ঘলৰ বাহিৰে একোৱেই নাছিল।

210210 stranded bahamas mc 11332 32c46797267fd5719d536cd3f13ec716.nbcnews fp 1024 512 | ASSAM TIMES POSTবাধ্যত পৰিয়েই এক মাহ ধৰি তেওঁলোকে নাৰিকল খায়েই জীৱন ধাৰণ কৰি আছিল। আমেৰিকান সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি শেষলৈ তেওঁলোকে এন্দুৰ আৰু শামুক খোৱাও আৰম্ভ কৰিছিলে ৷

উদ্ধাকাৰীৰ চকুত পৰিবলৈ এখন পতাকা এঙ্গুইলা কে দ্বীপত পুতি ৰাখিছিল। অৱশেষত উদ্ধাৰকাৰী উপকূলৰক্ষীৰ চকুত পৰে সেই পতাকা। হেলিকপ্টাৰ অলপ তললৈ আনি লক্ষ্য কৰাত উদ্ধাৰকাৰীৰ দলটোৱে বুজি উঠে কোনোবা বিপদত পৰিছে। জৰুৰীকালীন ভাৱে হেলিকপ্টাৰৰপৰা খাদ্য, পানী আৰু এটা ৰেডিঅ’ তললৈ পেলাই দিয়া হয়।

WhatsApp Image 2021 02 14 at 11.10.32 PM 1 e1613353395886 | ASSAM TIMES POSTদ্বীপত বন্দী ব্যক্তি কেইগৰাকীৰ সৈতে উপকূলৰক্ষীসকলৰ ভাষাৰো ব্যৱধান আছিল। শেষত সকলো বাধা অতিক্রম কৰি মঙ্গলবাৰে তিনিওজনকে উদ্ধাৰ কৰি লৈ যোৱা হয় ফ্ল’ৰিডাৰ চিকিৎসাকেন্দ্রলৈ ।একমাহ কি দৰে দ্বীপটোত তেওঁলোকে কটালে,সেই লৈ প্ৰচুৰ চর্চা হৈছে।

Tags: feature
Share4Tweet3Send

Related Posts

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ
ALL NEWS

New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ

by Staff Reporter
February 13, 2026
50
ADVERTISEMENT
Prevent Rail ticket fraud : টিকট জালিয়াতি ৰোধ কৰিবলৈ ৰে’লৱেৰ ডাঙৰ পদক্ষেপ : টিকট অবিহনে যাত্ৰাত বাধা, জৰিমনা দুগুণ বৃদ্ধি
National-International

June 20, 2026
50
Iranian singer Parstu Ahmedi : ইৰানী গায়িকাক ৭৪বাৰ চাবুকেৰে কোবোৱাৰ নিৰ্দেশ

Trinmool crisis : ৪ বছৰত বিমান ভাড়া ১৫০ কোটি টকা, তৃণমূলৰ আকাশলংঘী বিলাসিতাৰ আচৰিত তথ্য প্ৰকাশ

Maharashtra Temple collapsed : মন্দিৰৰ নিৰ্মীয়মাণ অংশ ভাঙি কমেও চাৰিজনৰ মৃত্যু
National-International

Maharashtra Temple collapsed : মন্দিৰৰ নিৰ্মীয়মাণ অংশ ভাঙি কমেও চাৰিজনৰ মৃত্যু

June 20, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Prevent Rail ticket fraud : টিকট জালিয়াতি ৰোধ কৰিবলৈ ৰে’লৱেৰ ডাঙৰ পদক্ষেপ : টিকট অবিহনে যাত্ৰাত বাধা, জৰিমনা দুগুণ বৃদ্ধি

Prevent Rail ticket fraud : টিকট জালিয়াতি ৰোধ কৰিবলৈ ৰে’লৱেৰ ডাঙৰ পদক্ষেপ : টিকট অবিহনে যাত্ৰাত বাধা, জৰিমনা দুগুণ বৃদ্ধি

June 20, 2026
Iranian singer Parstu Ahmedi : ইৰানী গায়িকাক ৭৪বাৰ চাবুকেৰে কোবোৱাৰ নিৰ্দেশ

Iranian singer Parstu Ahmedi : ইৰানী গায়িকাক ৭৪বাৰ চাবুকেৰে কোবোৱাৰ নিৰ্দেশ

June 20, 2026
Trinmool crisis : ৪ বছৰত বিমান ভাড়া ১৫০ কোটি টকা, তৃণমূলৰ আকাশলংঘী বিলাসিতাৰ আচৰিত তথ্য প্ৰকাশ

Trinmool crisis : ৪ বছৰত বিমান ভাড়া ১৫০ কোটি টকা, তৃণমূলৰ আকাশলংঘী বিলাসিতাৰ আচৰিত তথ্য প্ৰকাশ

June 20, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT