ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

প্ৰথমবাৰৰ বাবে এণ্টাৰ্কটিকা মহাদেশৰ সমুদ্ৰ তলৰ অন্ধকাৰত প্রাণীৰ সন্ধান:

ASSAM TIMES POST by ASSAM TIMES POST
February 18, 2021
Reading Time: 1 min read
A A
0
প্ৰথমবাৰৰ বাবে এণ্টাৰ্কটিকা মহাদেশৰ সমুদ্ৰ তলৰ অন্ধকাৰত প্রাণীৰ সন্ধান:

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

বিশেষ প্ৰতিবেদন:

সমুদ্র গর্ভ ৰহস্যৰে ভৰা। ৰহস্য ভেদ কৰি বিজ্ঞানীসকলে সন্ধান উলিয়াইছে অন্য এক নতুন ৰহস্যৰ ৷ যদিও বৰ্তমানলৈকে নিশ্চিত হ’ব পৰা নাই নতুন সন্ধান সম্পৰ্কত। এতিয়ালৈকে এই অনুসন্ধানত যি তথ্য পোহৰলৈ আহিছে সেয়া লৈ অবাক বিজ্ঞানীসকল।

প্রতিকূল পৰিৱেশত অদ্ভূত প্রাণীৰ সন্ধান পোৱা গৈছে এন্টার্কটিকাৰ বৰফৰ তলৰ গভীৰ অন্ধকাৰত, য’ত প্রাণী থকাৰ কোনো সম্ভাৱনাই নাছিল।

50dd5ca4 34e2 4424 bf0d 35500e59da85 | ASSAM TIMES POSTএন্টার্কটিকাৰ বৰফৰ প্রায় বহু মাইল তলৰ গভীৰ অন্ধকাৰ সমুদ্রৰ পানীত বিজ্ঞানীসকলে এক নতুন ধৰণৰ প্রাণী আৱিষ্কাৰ কৰিছে।

এন্টার্কটিকাত এক সমীক্ষা চলাবলৈ গৈ গৱেষকৰ এটা দলে দুর্ঘটনাক্রমে বৰফৰ তলৰ -২ ° তাপমাত্রাত ভিন্ন ধৰণৰ প্রজাতিৰ প্রাণী দেখা পালে। উক্ত ঘটনাৰ ভিডিঅ’ প্রকাশ কৰিছে ব্রিটিছ এন্টার্কটিকা চার্ভেয়ে। সমুদ্রৰ মাজৰ ৩,০০০ ফুট গভীৰ বৰফৰ ড্রীল কৰি আৰু তাত কেমেৰা বহুৱাই এই সমীক্ষাৰ কাম আগবঢ়োৱা হৈছিল।

যেতিয়াই কেমেৰাটো তললৈ গৈ এটা শিলত খুন্দা মাৰিলে তেতিয়াই এই নতুন প্রাণীটো দেখা পোৱা গৈছিল। বৰ্তমান বিজ্ঞানীসকলে ঘটনা সন্দৰ্ভত গৱেষণা চলাই আছে নতুন তথ্য আৰু সত্যৰ সন্ধানত ৷

Tags: feature
Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

by News Desk
July 11, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
ADVERTISEMENT
NEET Paper leak case : এসপ্তাহৰ ভিতৰতে বদলি হ’ল ফাষ্ট ট্ৰেক আদালতৰ ন্যায়াধীশ, পুনৰ স্থগিত নীট প্ৰশ্নকাকত ফাদিল গোচৰৰ শুনানি
National-International

August 5, 2026
50
Supreme Court of India : গাড়ীৰ বীমা নাথাকিলে নাপাব পেট্ৰ’ল-ডিজেল, তেল ডিপোৰ বাবে নতুন প্ৰস্তাৱ উচ্চতম ন্যায়ালয়ৰ

Air India air turbulance : মৰি যাম যেন লাগিছিল, এয়াৰ ইণ্ডিয়াৰ বিমান জোকাৰণিৰ ভয়ংকৰ অভিজ্ঞতা বৰ্ণনা ইটালীৰ পৰ্যটকৰ

Indian ship attack : লোহিত সাগৰত ভাৰতীয় জাহাজত আক্ৰমণ, দিল্লীৰ কঠোৰ বাৰ্তা
National-International

Indian ship attack : লোহিত সাগৰত ভাৰতীয় জাহাজত আক্ৰমণ, দিল্লীৰ কঠোৰ বাৰ্তা

August 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

NEET Paper leak case : এসপ্তাহৰ ভিতৰতে বদলি হ’ল ফাষ্ট ট্ৰেক আদালতৰ ন্যায়াধীশ, পুনৰ স্থগিত নীট প্ৰশ্নকাকত ফাদিল গোচৰৰ শুনানি

NEET Paper leak case : এসপ্তাহৰ ভিতৰতে বদলি হ’ল ফাষ্ট ট্ৰেক আদালতৰ ন্যায়াধীশ, পুনৰ স্থগিত নীট প্ৰশ্নকাকত ফাদিল গোচৰৰ শুনানি

August 5, 2026
Supreme Court of India : গাড়ীৰ বীমা নাথাকিলে নাপাব পেট্ৰ’ল-ডিজেল, তেল ডিপোৰ বাবে নতুন প্ৰস্তাৱ উচ্চতম ন্যায়ালয়ৰ

Supreme Court of India : গাড়ীৰ বীমা নাথাকিলে নাপাব পেট্ৰ’ল-ডিজেল, তেল ডিপোৰ বাবে নতুন প্ৰস্তাৱ উচ্চতম ন্যায়ালয়ৰ

August 5, 2026
Air India air turbulance : মৰি যাম যেন লাগিছিল, এয়াৰ ইণ্ডিয়াৰ বিমান জোকাৰণিৰ ভয়ংকৰ অভিজ্ঞতা বৰ্ণনা ইটালীৰ পৰ্যটকৰ

Air India air turbulance : মৰি যাম যেন লাগিছিল, এয়াৰ ইণ্ডিয়াৰ বিমান জোকাৰণিৰ ভয়ংকৰ অভিজ্ঞতা বৰ্ণনা ইটালীৰ পৰ্যটকৰ

August 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT