ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

৬৮ সংখ্যক ক্ষিৰোদ বৰুৱা আন্তঃজিলা ফুটবল টুৰ্ণামেণ্ট

ASSAM TIMES POST by ASSAM TIMES POST
August 26, 2019
Reading Time: 1 min read
A A
0
৬৮ সংখ্যক ক্ষিৰোদ বৰুৱা আন্তঃজিলা ফুটবল টুৰ্ণামেণ্ট

তীব্ৰ প্ৰতিদ্বন্ধিতামুলক খেলত গোৱালপাৰাৰ হাতত কাৰবি আংলং ৫-৪ গ’লৰ ব্যৱধানত পৰাস্ত 
তিনিচুকীয়া, ডিব্ৰগড়, মৰিগাঁও আৰু গোৱালপাৰাৰ অগ্ৰগতি

RELATED POSTS

Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন

Assam CM on flood I মুখ্যমন্ত্ৰী সাহায্য পুঁজিত বৃহস্পতিবাৰেই জমা ১০ কোটিৰো অধিক, সাহায্য পুঁজিৰ ধন খৰচ হ’ব শিৱসাগৰ-চৰাইদেউত

Assam CM flood relief I বানপীড়িত জিলাৰ ঋণ ৰেহাইৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ বিশেষ ঘোষণা

logo atp | ASSAM TIMES POSTASSAM TIMES POST

ছাইদুল ইছলাম, ডিফুঃ অসম ফুটবল সন্থাৰ তত্বাৱধনাত আৰু কাৰবি আংলং জিলা ক্ৰীড়া সন্থাৰ ব্যৱস্থাপনাত ডিফু আৰু হানজাংলাংছত চলি থকা ৬৮ সংখ্যক ক্ষিৰোদ বৰুৱা সোঁৱৰণি আন্ত:জিলা ফুটবল টুৰ্ণামেণ্টৰ আজিৰ প্ৰিকোৱাৰ্টাৰ ফাইনেল খেলত ক্ৰমে, তিনিচুকীয়া, ডিব্ৰুগড়, মৰিগাঁও আৰু গোৱালপাৰা জিলাই অগ্ৰগতি লাভ কৰি পৰৱৰ্তী খেলত প্ৰৱেশ কৰে ৷

https://youtu.be/Lk7794YUSTw

আজি ডিফুৰ নৱনিৰ্মিত কাছা ষ্টেডিয়ামত চলি থকা দিবা-নৈশৰ ফ্লাড লাইটৰ প্ৰিকোৱাৰ্টাৰ ফাইনেলৰ তীব্ৰ প্ৰতিদ্বন্ধিতামূলক খেলত গোৱাল পাৰা জিলাৰ হাতত ঘৰুৱা দল কাৰবি আংলং ৪-০ গ’লৰ ব্যৱধানত পৰাস্ত হয় ৷

b4f42d9f 2916 4a0a 82e5 491085988531 1 | ASSAM TIMES POST

খেলৰ প্ৰথমাৰ্ধত গোৱালপাৰাৰ ১০ নম্বৰ জাৰ্চীৰ খেলুৱৈ প্ৰথমটো গ’ ল দি দলক ১-০ অগ্ৰগতি প্ৰদান কৰাৰ পিছত দ্বিতীয়াৰ্ধৰ ৪৪ মিনিটত গোৱালপাৰাৰ ৭ নম্বৰ জাৰ্চীৰ খেলুৱৈ দ্বিতীয় গল দিয়ে ইয়াৰ পিছত ক্ৰমে গোৱালপাৰাৰ ৯ নম্বৰ জাৰ্চীৰ খেলুৱৈ শুক্ৰ ৰাভাই ৪৬, ৬৩ আৰু ৬৯ মিনিটত একাধিক্ৰমে তিনিটা গল দি দলৰ স্থিতি মজবুত কৰে যদিও দ্বিতীয়াৰ্দ্ধত কাৰবি আংলঙৰ খেলুৱৈ সকলে উজ্জীৱিতত আৰু তীব্ৰ প্ৰতিদ্বন্ধিতা আগবঢ়াই ক্ৰমে ৬০ মিনিটত ৭ নম্বৰ জাৰ্চীৰ খেলুৱৈ ১ গ’ল, ৮০ মিনিটত ৯নম্বৰ জাৰ্ছীৰ খেলুৱৈ দ্বিতীয়টো গ’ল, ৮১ আৰু ৮৫ মিনিটত ৫নম্বৰ জাৰ্চীৰ খেলুৱৈ জ্যোতিশ্বৰ ইংতিৰ দুটা গ’লেৰে মুঠ গোৱালপাৰাৰ ৪ টা গ’ ল পৰিশোধ কৰিবলৈ সক্ষম হয় যদিও দলৰ বাবে অন্তিম ৰক্ষা কৰিব নোৱাৰিলে ৷

https://wordpress-440531-1379741.cloudwaysapps.com/wp-content/uploads/2019/08/WhatsApp-Video-2019-08-26-at-7.30.40-AM.mp4

খেলখন পৰিচালনা কৰে দেবাশীষ মজুমদাৰে, তেওঁক লাইনত সহায় কৰে ক্ৰমে লুকু দাস আৰু পলাশ কোঁৱৰে ৷ চতুৰ্থ ৰেফাৰীৰ দায়িত্বত আছিল পৱিত্ৰ বৰা ৷ আনহাতে হানজাংলাংচ’ খেল পথাৰত চলি থকা খেলত আজি ক্ৰমে তিনিচুকীয়াই মৰাণক ৫-৩, ডিব্ৰুগড়ে গোলাঘাটক ২-০ আৰু মৰিগাঁৱে মাৰ্ঘেৰিটাক ২- ১ ৰ ব্যৱধানত পৰাস্ত কৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰে ৷

Share4Tweet3Send

Related Posts

Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন
Assam

Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন

by Staff Reporter
July 31, 2026
50
Assam Flood Situations : এতিয়াও বানৰ কবলত ২৭ জিলা, বিগত ২৪ ঘণ্টাত বানত মৃত্যু ৫ জনৰ
Assam

Assam CM on flood I মুখ্যমন্ত্ৰী সাহায্য পুঁজিত বৃহস্পতিবাৰেই জমা ১০ কোটিৰো অধিক, সাহায্য পুঁজিৰ ধন খৰচ হ’ব শিৱসাগৰ-চৰাইদেউত

by Staff Reporter
July 31, 2026
50
Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে
Assam

Assam CM flood relief I বানপীড়িত জিলাৰ ঋণ ৰেহাইৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ বিশেষ ঘোষণা

by Staff Reporter
July 31, 2026
50
Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে
Assam

Assam flood I ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৮০ জনলৈ বৃদ্ধি, ক্ষতিগ্ৰস্ত ২ লক্ষাধিক লোক

by Staff Reporter
July 31, 2026
50
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী
Assam

Rain alert I অৰুণাচল-নাগালেণ্ডত পুনৰ ধাৰাসাৰ বৰষুণৰ আগজাননী, প্ৰশাসনৰ সতৰ্কবাণী

by Staff Reporter
July 30, 2026
50
Assam Crash I Speeding Truck Hits Stationary Vehicle on NH-27 — 2 Dead
Assam

Assam Crash I Speeding Truck Hits Stationary Vehicle on NH-27 — 2 Dead

by Staff Reporter
July 30, 2026
50
ADVERTISEMENT
Census 2027 : লোকপিয়ল ২০২৭, কাৰ্বি আংলঙত ২-১৬ আগষ্টত স্ব-গণনাত সহযোগ কৰিবলৈ নাগৰিকসকললৈ জিলা আয়ুক্তৰ আহ্বান
DIPHU

Census 2027 : লোকপিয়ল ২০২৭, কাৰ্বি আংলঙত ২-১৬ আগষ্টত স্ব-গণনাত সহযোগ কৰিবলৈ নাগৰিকসকললৈ জিলা আয়ুক্তৰ আহ্বান

July 31, 2026
50
Delhi protest : মোৰ পিতৃক প্ৰহাৰ কৰি প্ৰায় মাৰিয়ে পেলাইছিল, এইবাৰ ন্যায়ৰ দাবীত ওলাই আহিছে যন্তৰ-মন্তৰ প্ৰতিবাদত আহত আৰক্ষীৰ পৰিয়াল
National-International

Delhi protest : মোৰ পিতৃক প্ৰহাৰ কৰি প্ৰায় মাৰিয়ে পেলাইছিল, এইবাৰ ন্যায়ৰ দাবীত ওলাই আহিছে যন্তৰ-মন্তৰ প্ৰতিবাদত আহত আৰক্ষীৰ পৰিয়াল

July 31, 2026
50
“Congress Shake-Up: Priyanka Gandhi Removes Uttar Pradesh In-Charge Ahead of 2024 Lok Sabha Elections”
National-International

Priyanka Gandhi । আই আই টি মাদ্ৰাজৰ সঞ্চালকক ‘গো-মূত্ৰ বিশেষজ্ঞ’ বুলি আক্ৰমণ প্ৰিয়ংকা গান্ধীৰ, ২ শতাধিক শিক্ষাবিদৰ গৰিহণা

July 31, 2026
50
National-International

Indian Navy I  গভীৰ সাগৰত পাক-চীনৰ সৈতে মুখামুখি হ’বলৈ জাৰ্মান কোম্পানীৰ সৈতে ৯০ হাজাৰ কোটিৰ চুক্তি নৌসেনাৰ

July 31, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Census 2027 : লোকপিয়ল ২০২৭, কাৰ্বি আংলঙত ২-১৬ আগষ্টত স্ব-গণনাত সহযোগ কৰিবলৈ নাগৰিকসকললৈ জিলা আয়ুক্তৰ আহ্বান

Census 2027 : লোকপিয়ল ২০২৭, কাৰ্বি আংলঙত ২-১৬ আগষ্টত স্ব-গণনাত সহযোগ কৰিবলৈ নাগৰিকসকললৈ জিলা আয়ুক্তৰ আহ্বান

July 31, 2026
Delhi protest : মোৰ পিতৃক প্ৰহাৰ কৰি প্ৰায় মাৰিয়ে পেলাইছিল, এইবাৰ ন্যায়ৰ দাবীত ওলাই আহিছে যন্তৰ-মন্তৰ প্ৰতিবাদত আহত আৰক্ষীৰ পৰিয়াল

Delhi protest : মোৰ পিতৃক প্ৰহাৰ কৰি প্ৰায় মাৰিয়ে পেলাইছিল, এইবাৰ ন্যায়ৰ দাবীত ওলাই আহিছে যন্তৰ-মন্তৰ প্ৰতিবাদত আহত আৰক্ষীৰ পৰিয়াল

July 31, 2026
“Congress Shake-Up: Priyanka Gandhi Removes Uttar Pradesh In-Charge Ahead of 2024 Lok Sabha Elections”

Priyanka Gandhi । আই আই টি মাদ্ৰাজৰ সঞ্চালকক ‘গো-মূত্ৰ বিশেষজ্ঞ’ বুলি আক্ৰমণ প্ৰিয়ংকা গান্ধীৰ, ২ শতাধিক শিক্ষাবিদৰ গৰিহণা

July 31, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx