ষ্টাফ ৰিপ’ৰ্টাৰ:
যোৱানিশা অচিনাক্ত লোকে মিৰ্জাৰ ব্যৱসায়ি মুনিন্দ্ৰ তালুকদাৰক অপহৰণ কৰি লৈ যায়।
মিৰ্জাৰ চকত থকা দোকান বন্ধ কৰি ঘৰলৈ গৈ থকা অৱস্থাত আধা বাটত আগুচি ধৰি চাৰিচকীয়া বাহনত অহা দুৰ্বৃত্তৰ লোকে শূন্য লৈ গুলি চালনা কৰি মুনিন্দ্ৰ তালুকদাৰক অপহৰণ কৰে।
ঘটনাস্থলীত এটা খালি মেগজিনৰ উদ্ধাৰ কৰে আৰক্ষীয়ে।কামৰূপ আৰক্ষীয়ে ঘটনা স্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।