ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চুড়ান্ত তালিকা প্ৰকাশ পূৰ্বে নগাঁৱত বিদেশীৰ সন্দেহত গ্ৰেপ্তাৰী পৰোৱানা জাৰি অসম আন্দোলনৰ শ্বহীদৰ পৰিয়াললৈ : প্ৰতিক্ৰিয়া

ASSAM TIMES POST by ASSAM TIMES POST
August 28, 2019
Reading Time: 1 min read
A A
0
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চুড়ান্ত তালিকা প্ৰকাশ পূৰ্বে নগাঁৱত বিদেশীৰ সন্দেহত গ্ৰেপ্তাৰী পৰোৱানা জাৰি অসম আন্দোলনৰ শ্বহীদৰ পৰিয়াললৈ : প্ৰতিক্ৰিয়া

ASSAM TIMES POST

RELATED POSTS

Rain alert I অৰুণাচল-নাগালেণ্ডত পুনৰ ধাৰাসাৰ বৰষুণৰ আগজাননী, প্ৰশাসনৰ সতৰ্কবাণী

Assam Crash I Speeding Truck Hits Stationary Vehicle on NH-27 — 2 Dead

Ayushmann Khurrana & Tahira Kashyap Donate to Assam Flood Relief

নগাঁও:৮৫৫ জন শ্বহীদৰ ত্যাগৰ বিনিময়ত অসমবাসীয়ে লাভ কৰা অসম চুক্তিৰ ফচল স্বৰূপ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চুড়ান্ত তালিকা প্ৰকাশ পাবলৈ মাথো দুটা দিন থকাৰ পূৰ্বে নগাঁৱত বিদেশীৰ সন্দেহত গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হ’ল অসম আন্দোলনৰ ৮৫৫জন শ্বহীদৰ অন্যতম মদন মল্লিক ওৰফে মদন সৰকাৰৰ পৰিয়াললৈ।

১৯৮৩চনত নগাঁৱৰ ডালিমবাৰিত অসম আন্দোলনত প্ৰাণ আহুতি দিয়া শ্বহীদ মদন মল্লিকৰ পত্নী তথা তিনি গৰাকী পুত্ৰলৈ এই গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হয়। আৰ্থিক দীনতাত ভোগা পৰিয়ালটোৱে আজি জামিন বিচাৰি নগাঁও জিলা সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ হয় ৷

উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ৰ দ্বাৰা পৰিচালিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সমগ্ৰ প্ৰক্ৰিয়াটোক বাধাগ্ৰস্ত কৰিবলৈ এচাম দুষ্ট চক্ৰই অহৰহ ষড়যন্ত্ৰ কৰি আহিছে। এই দূৰ্ভগীয়া পৰিয়ালটোৰ বিৰুদ্ধেও অসমৰ বিভিন্ন ঠাইত ওজৰ-আপত্তি দাখিল কৰিছিল এচাম লোকে।

সেই বাতৰিও কিছূ দিন পূৰ্বে সংবাদ মাধ্যমত প্ৰচাৰিত হৈছিল। কিন্তু পুনৰ পৰিয়ালটোলৈ বিদেশীৰ সন্দেহত সীমান্ত আৰক্ষীয়ে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰে ৷ আৰক্ষীৰ এই কাৰ্যই সকলোকে আচৰিত কৰি তুলিছে ৷

অসম তথা অসমীয়াৰ বাবে সৰ্বস্ব হেৰুওৱা এই পৰিয়ালটিৰ কাষত বৰ্তমান থিয় দিবলৈ অসমৰ কোনো এটা জাতীয়তাবাদী দল-সংগঠনে প্ৰয়োজন বোধ কৰা নাই।

অসমীয়াৰ আশাৰ দলিল স্বৰূপ, শ্বহীদৰ কেঁচা তেজৰ ফচল স্বৰূপ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰকাশৰ আগমুহুৰ্তত শ্বহীদ পৰিয়ালক বিদেশী ঘোষিত কৰা কাৰ্যই এতিয়া সকলোকে লজ্জ্বিত কৰাৰ লগতে তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Share4Tweet3Send

Related Posts

Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী
Assam

Rain alert I অৰুণাচল-নাগালেণ্ডত পুনৰ ধাৰাসাৰ বৰষুণৰ আগজাননী, প্ৰশাসনৰ সতৰ্কবাণী

by Staff Reporter
July 30, 2026
50
Assam Crash I Speeding Truck Hits Stationary Vehicle on NH-27 — 2 Dead
Assam

Assam Crash I Speeding Truck Hits Stationary Vehicle on NH-27 — 2 Dead

by Staff Reporter
July 30, 2026
50
Ayushmann Khurrana & Tahira Kashyap Donate to Assam Flood Relief
Assam

Ayushmann Khurrana & Tahira Kashyap Donate to Assam Flood Relief

by News Desk
July 29, 2026
50
Assam Flood Relief Update : Rs 5 Lakh for Deaths, Rs 15,000 to Families
Assam

Assam Flood Relief Update : Rs 5 Lakh for Deaths, Rs 15,000 to Families

by News Desk
July 29, 2026
50
Assam CM Hails Tiger Conservation Success on International Tiger Day
Assam

Assam CM Hails Tiger Conservation Success on International Tiger Day

by Staff Reporter
July 29, 2026
50
Assam Assembly Approves Six Bills; Key Satellite City Bill Dominates
Assam

Assam Assembly Approves Six Bills; Key Satellite City Bill Dominates

by News Desk
July 28, 2026
50
ADVERTISEMENT
One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন
KARBI ANGLONG

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন

July 30, 2026
50
Dimasa language : ডিমা-হাছাওত ডিমাচা ভাষাক চৰকাৰী ভাষাৰ আনুষ্ঠানিক স্বীকৃতি
Dima Hasao

Dimasa language : ডিমা-হাছাওত ডিমাচা ভাষাক চৰকাৰী ভাষাৰ আনুষ্ঠানিক স্বীকৃতি

July 30, 2026
50
Naxalites movements I দেশ মাওবাদী মুক্ত হ’লেও এখন জিলা এতিয়াও উদ্বেগজনক, কেন্দ্ৰ
National-International

Naxalites movements I দেশ মাওবাদী মুক্ত হ’লেও এখন জিলা এতিয়াও উদ্বেগজনক, কেন্দ্ৰ

July 30, 2026
50
Ethanol mixed petrol : ২২-৩০% ইথানল মিহলি পেট্ৰ’লৰ আবকাৰী শুল্ক ৰেহাই দিলে কেন্দ্ৰই
National-International

E20 Petrol I  ই-২০ পেট্ৰ’লে গাড়ীৰ ইঞ্জিনৰ কোনো ক্ষতি নকৰে, সংসদত গাডকাৰী

July 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন

July 30, 2026
Dimasa language : ডিমা-হাছাওত ডিমাচা ভাষাক চৰকাৰী ভাষাৰ আনুষ্ঠানিক স্বীকৃতি

Dimasa language : ডিমা-হাছাওত ডিমাচা ভাষাক চৰকাৰী ভাষাৰ আনুষ্ঠানিক স্বীকৃতি

July 30, 2026
Naxalites movements I দেশ মাওবাদী মুক্ত হ’লেও এখন জিলা এতিয়াও উদ্বেগজনক, কেন্দ্ৰ

Naxalites movements I দেশ মাওবাদী মুক্ত হ’লেও এখন জিলা এতিয়াও উদ্বেগজনক, কেন্দ্ৰ

July 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx