ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

৩৫ ডলাৰৰ বাটি নিলাম হ’ব ৫ লক্ষ ডলাৰত!

ASSAM TIMES POST by ASSAM TIMES POST
March 14, 2021
Reading Time: 1 min read
A A
0
৩৫ ডলাৰৰ বাটি নিলাম হ’ব ৫ লক্ষ ডলাৰত!

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

বিশেষ প্ৰতিবেদন:

ধক্‌ধকীয়া বগা ৰঙৰ পোৰ্চেলিনৰ ওপৰত নীল ৰঙৰ ফুলৰ কাম। খুব সুন্দৰ বাটিটো। ঘৰৰ কাষৰ এখন দোকানৰপৰা বাটিটো ক্ৰয় কৰিছিলে আমেৰিকাৰ কানেকটিকাটৰ নাম প্রকাশত অনিচ্ছুক এজন ব্যক্তিয়ে।

দাম পৰিছিল ৩৫ ডলাৰ। ঘৰলৈ ঘুৰি আহি বাটিটো ভাল দৰে লক্ষ্য কৰি তেওঁ বুজিব পাৰে যে এইটো সাধাৰণ বাটি নহয়। লগে লগে তেওঁ এজন পুৰাতত্ত্ববিদৰ কাষলৈ যায়। বাটিটো পৰীক্ষা কৰি পুৰাতত্ত্ববিদজনে কোৱা কথাখিনি শুনি চকু কপালত উঠিল ব্যক্তিজনৰ।

জানিবলৈ পোৱা গ’ল, বাটিটো ১৫ শতিকাৰ মিং সাম্রাজ্যৰ সময়ৰ। ১৩৬৮ ৰপৰা ১৬৪৪ চন পর্যন্ত চীনত মিং সাম্রাজ্যৰ আধিপত্য আছিল। সেই সময়ত ৰজাৰ বাবে এই ধৰণৰ মূল্যবান পোর্চেলিনৰ বাচন ব্যৱহাৰ কৰা হৈছিল।

কিন্তু এই ধৰণৰ ঐতিহাসিক গুৰুত্বপূর্ণ এটা সম্পদ চীনৰপৰা আমেৰিকা কেনেকৈ পালেহি সেই কথা ভাবি আশ্চর্য প্ৰকাশ কৰিছে বিশেষজ্ঞসকলে। বৰ্তমান এই কথাটো পুৰাতত্ত্ববিদসকলৰ বাবে চিন্তাৰ বিষয় হৈ পৰিছে । কিন্তু অতি মূল্যবান এই বাটিটোক লৈ কি কৰিব এই ব্যক্তিজনে? তেওঁ ঠিক কৰিলে বাটিটো নিলাম কৰিবলৈ ।

বিশেষজ্ঞসকলৰপৰা ঐতিহাসিক গুৰুত্বসম্পন্ন বাটিটোৰ প্ৰকৃত মূল্যও তেওঁ জানি ল’লে। ঐতিহাসিক গুৰুত্ব প্ৰতি লক্ষ্য ৰাখি এই বাটিটোৰ মূল্য ৩ লাখ ৰপৰা ৫ লাখ ডলাৰ হ’ব ৷ অহা ১৭ মার্চত এই বাটিটো নিলাম কৰা হ’ব।

Tags: feature
Share4Tweet3Send

Related Posts

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ
ALL NEWS

New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ

by Staff Reporter
February 13, 2026
50
নেপালৰ দৰে পাকিস্তানত হ’ব নেকি জেন-জি বিদ্ৰোহ, ছ’চিয়েল মিডিয়া বন্ধ কৰাৰ প্ৰস্তুতি আতংকিত চৰকাৰৰ
ALL NEWS

নেপালৰ দৰে পাকিস্তানত হ’ব নেকি জেন-জি বিদ্ৰোহ, ছ’চিয়েল মিডিয়া বন্ধ কৰাৰ প্ৰস্তুতি আতংকিত চৰকাৰৰ

by Staff Reporter
December 12, 2025
50
বিশ্বৰ আটাইতকৈ সুখী দেশ ফিনলেণ্ডত অঘটন, প্ৰিয় ক্লাবৰ অৱনতি, খঙত অনুৰাগীয়ে জ্বলালে ক্লাবৰ ষ্টেডিয়াম
ALL NEWS

বিশ্বৰ আটাইতকৈ সুখী দেশ ফিনলেণ্ডত অঘটন, প্ৰিয় ক্লাবৰ অৱনতি, খঙত অনুৰাগীয়ে জ্বলালে ক্লাবৰ ষ্টেডিয়াম

by Staff Reporter
December 12, 2025
50
ADVERTISEMENT
Donald Trump : নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰিব ট্ৰাম্প, আদালতৰ সকাহ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিক
National-International

Donald Trump । হৰমুজ প্ৰণালীক ‘ট্ৰাম্প প্ৰণালী’ হিচাপে স্বীকৃতি, পশ্চিম এছিয়াত পুনৰ অশান্তিৰ ডাৱৰ

April 30, 2026
50
‎ৰজা চাৰ্লছক কোহিনুৰ হীৰা ঘূৰাই দিবলৈ উৎসাহিত কৰিম: নিউয়ৰ্ক চিৰ মেয়ৰ জোহৰান মামদানী
National-International

‎ৰজা চাৰ্লছক কোহিনুৰ হীৰা ঘূৰাই দিবলৈ উৎসাহিত কৰিম: নিউয়ৰ্ক চিৰ মেয়ৰ জোহৰান মামদানী

April 30, 2026
50
Emergency Landing I ১৩৭ জন যাত্ৰীৰ সৈতে হায়দৰাবাদত জৰুৰী অৱতৰণ, বাৰাণসী অভিমুখী বিমানত যান্ত্ৰিক সমস্যা
National-International

‎বিশ্বব্যাপী ইন্ধনৰ ব্যয়ৰ ওপৰত বিমানৰ ভাড়া বৃদ্ধি I ভাৰতীয় হজ ২০২৬ তীৰ্থযাত্ৰীয়ে অতিৰিক্ত ১০,০০০ টকা পৰিশোধ কৰিব লাগিব 

April 30, 2026
50
‎বিবাহৰ শোভাযাত্ৰাত ডিজে বাকচৰ শব্দত ১৪০ টা কুকুৰাৰ মৃত্যু I আৰক্ষীৰ ওচৰত অভিযোগ দাখিল ‎
National-International

‎বিবাহৰ শোভাযাত্ৰাত ডিজে বাকচৰ শব্দত ১৪০ টা কুকুৰাৰ মৃত্যু I আৰক্ষীৰ ওচৰত অভিযোগ দাখিল ‎

April 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Donald Trump : নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰিব ট্ৰাম্প, আদালতৰ সকাহ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিক

Donald Trump । হৰমুজ প্ৰণালীক ‘ট্ৰাম্প প্ৰণালী’ হিচাপে স্বীকৃতি, পশ্চিম এছিয়াত পুনৰ অশান্তিৰ ডাৱৰ

April 30, 2026
‎ৰজা চাৰ্লছক কোহিনুৰ হীৰা ঘূৰাই দিবলৈ উৎসাহিত কৰিম: নিউয়ৰ্ক চিৰ মেয়ৰ জোহৰান মামদানী

‎ৰজা চাৰ্লছক কোহিনুৰ হীৰা ঘূৰাই দিবলৈ উৎসাহিত কৰিম: নিউয়ৰ্ক চিৰ মেয়ৰ জোহৰান মামদানী

April 30, 2026
Emergency Landing I ১৩৭ জন যাত্ৰীৰ সৈতে হায়দৰাবাদত জৰুৰী অৱতৰণ, বাৰাণসী অভিমুখী বিমানত যান্ত্ৰিক সমস্যা

‎বিশ্বব্যাপী ইন্ধনৰ ব্যয়ৰ ওপৰত বিমানৰ ভাড়া বৃদ্ধি I ভাৰতীয় হজ ২০২৬ তীৰ্থযাত্ৰীয়ে অতিৰিক্ত ১০,০০০ টকা পৰিশোধ কৰিব লাগিব 

April 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx