ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

অতীতৰপৰাই ‘চন্দ্ৰাহত’ মানৱজাতি বাৰে বাৰে দৌৰিছে চন্দ্ৰৰ দিশে

Staff Reporter by Staff Reporter
April 12, 2021
Reading Time: 1 min read
A A
0
অতীতৰপৰাই ‘চন্দ্ৰাহত’ মানৱজাতি বাৰে বাৰে দৌৰিছে চন্দ্ৰৰ দিশে

logo new 2 1 1 4 1 | ASSAM TIMES POST

RELATED POSTS

Assam Announces Supplementary Exams for Higher Secondary Students

Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

নিউজ ডেস্কঃ

লুনা ১। ছোভিয়েটৰ প্রচেষ্টা। সময় আছিল ১৯৫৯ চনৰ জানুৱাৰী মাহ। পৃথিৱীৰ মাধ্যাকর্ষণ পাৰহৈ প্রথম কোনো মহাকাশযান অৱতৰণ কৰিছিল মহাকাশত। আৰু চন্দ্ৰৰ ৪০০০ মাইলৰ ভিতৰত উপস্থিত হৈছিল।

IMG 20210412 WA0007 | ASSAM TIMES POST

১৯৬৯ চনৰ ২০ জুলাইত অৱশ্য ইতিহাস সৃষ্টি হ’ল। নীল আৰ্মষ্ট্ৰং আৰু এডুইন ‘বাজ’ এলড্ৰিনে চন্দ্ৰৰ মাটি চুইছিল।

আৰ্মষ্ট্ৰঙে চন্দ্ৰৰ মাটিত নিজৰ জোতাৰ সাঁচ ৰাখি সেই ঐতিহাসিক কথাষাৰ কৈছিল – ‘মানুহৰ বাবে এটা সৰু পদক্ষেপ, মানৱ জাতিৰ বাবে এটা বিশাল যাত্ৰাৰ আৰম্ভণি’।

IMG 20210412 WA0006 | ASSAM TIMES POST

নাছাৰ এপ’ল’ প্র’গ্রেমৰ মাধ্যমেৰে ৬বাৰ চন্দ্রাভিযান হৈছে। ১৯৬৯ চনত আছিল ইয়াৰ প্রথম অভিযান। আর্মষ্ট্ৰং আৰু এডুইনৰ বাহিৰেও এই অভিযানৰ সৈতে যুক্ত আছিল চার্লছ কনৰাড। যুক্ত আছিল এলান বিন, এডগাৰ মিছেল, ডেভিড স্কট, জেমছ আৰউইন, জন ইয়ুং আদি লোকো।

IMG 20210412 WA0004 | ASSAM TIMES POST

চন্দ্ৰক লৈ মানুহৰ কৌতূহল ক্ৰমশঃ বৃদ্ধি পাইছে। নতুন তথ্য আৰু অজান নতুন তথ্যৰ সন্ধানত মানুহক ঠেলি দিছে। চন্দ্রাভিযানৰ সেয়ে নানা প্রস্তুতি মানুহে কৰিছে।

IMG 20210412 WA0003 | ASSAM TIMES POST

সম্প্রতি নাছাই এক ব্যতিক্রমী পৰিকল্পনা কৰিছে। অচিৰেই তেওঁলোকে চন্দ্ৰলৈ লৈ যাব প্রথম কোনো কৃষ্ণাঙ্গ মানুহক; লৈ যাব প্রথম কোনো মহিলাকো।

IMG 20210412 WA0001 | ASSAM TIMES POST

নাছাৰ এপ’ল’ প্ৰজেক্টৰ অন্তর্গত আৰ্টেমিছ প্ৰ’গ্ৰেমৰ অংশ হিচাপে এই কাম কৰা হ’ব। ২০২৪ চনৰ ভিতৰত এই বিৰল কাৰ্য সম্পন্ন কৰা যাব বুলি আশা কৰা হৈছে।

Share4Tweet3Send

Related Posts

Assam Announces Supplementary Exams for Higher Secondary Students
Assam

by News Desk
June 24, 2026
50
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী

by News Desk
June 24, 2026
50
Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু
Assam

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

by Staff Reporter
June 19, 2026
50
‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 
Assam

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

by Staff Reporter
June 17, 2026
50
Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured
Assam

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

by Staff Reporter
June 14, 2026
50
Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Assam

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

by News Desk
June 13, 2026
50
ADVERTISEMENT
Assam Announces Supplementary Exams for Higher Secondary Students
Assam

Assam Announces Supplementary Exams for Higher Secondary Students

June 24, 2026
50
LPG : ৰন্ধন গেছৰ বাবে বাধ্যতামূলক ই-কেৱাইচি
National-International

Ayatollah Ali Khamenei’s funeral : ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অনুষ্ঠানত উপস্থিত থাকিবলৈ আমন্ত্ৰণ তেহৰাণৰ
National-International

Ayatollah Ali Khamenei’s funeral : ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অনুষ্ঠানত উপস্থিত থাকিবলৈ আমন্ত্ৰণ তেহৰাণৰ

June 24, 2026
50
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী

June 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam Announces Supplementary Exams for Higher Secondary Students

Assam Announces Supplementary Exams for Higher Secondary Students

June 24, 2026
LPG : ৰন্ধন গেছৰ বাবে বাধ্যতামূলক ই-কেৱাইচি

LPG : ৰন্ধন গেছৰ বাবে বাধ্যতামূলক ই-কেৱাইচি

June 24, 2026
Ayatollah Ali Khamenei’s funeral : ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অনুষ্ঠানত উপস্থিত থাকিবলৈ আমন্ত্ৰণ তেহৰাণৰ

Ayatollah Ali Khamenei’s funeral : ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অনুষ্ঠানত উপস্থিত থাকিবলৈ আমন্ত্ৰণ তেহৰাণৰ

June 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT