ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

টীকাকৰণৰ নীতিক লৈ কেন্দ্ৰক তীব্ৰ ভৰ্ৎসনা ছুপ্ৰিম কোৰ্টৰ

News Desk by News Desk
May 31, 2021
Reading Time: 1 min read
A A
0
টীকাকৰণৰ নীতিক লৈ কেন্দ্ৰক তীব্ৰ ভৰ্ৎসনা ছুপ্ৰিম কোৰ্টৰ

New Logo Very Smal | ASSAM TIMES POST
নিউজ ডেস্কঃ

RELATED POSTS

Ram Mandir controversy । ৰাম মন্দিৰৰ চুৰিকাণ্ডত উত্তৰ প্ৰদেশ চৰকাৰ আৰু ট্ৰাষ্টলৈ জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ, এছআইটিৰ পৰা ৰিপ’ৰ্ট তলব

Sonam Wangshuk । ১৬ দিনত আঠ কেজিৰো অধিক ওজন কমিছে, শৰীৰ ভাঙি পৰিছে; তথাপি অনশনত অটল সোণম ৱাংচুক

Rajya Sabha I আৰু মাত্ৰ ৬ সাংসদ, চাৰি দশকৰ পাছত পুনৰ ৰাজ্যসভাত একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব বিজেপিয়ে

কেন্দ্রৰ টীকাকৰণ নীতিক লৈ শীর্ষ আদালতৰ কটাক্ষৰ সন্মুখীন হ’বলগা হ’ল কেন্দ্র। সোমবাৰে কোভিড টীকা সন্দৰ্ভত গোচৰৰ শুনানিত ছুপ্রিম কোর্টৰ ন্যায়াধীশসকলে জনাইছে, এই নীতিত গ্রামাঞ্চল অৱহেলিত। যাৰ সংশোধনৰ প্রয়োজন। কেন্দ্র আৰু ৰাজ্যক যৌথভাবে নীতি গ্রহণৰ কথা কৈছে শীর্ষ আদালতে। আনকি কো–উইন এপত পঞ্জীয়নক লৈও কেন্দ্রৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে শীর্ষ আদালতৰ ন্যায়াধীশে।

সোমবাৰে এই সংক্রান্তীয় গোচৰৰ শুনানিত ন্যায়াধীশৰ প্রশ্ন, প্ৰব্ৰজিত শ্রমিক, কৃষকসকলে কেনেদৰে এপ ব্যৱহাৰি কৰি নিজৰ পঞ্জীয়ন কৰাব? কেন্দ্রই ভাবে নেকি যে সকলোৱেই ডিজিটেল মাধ্যমত ইমানখিনি সক্রিয়? ইয়াৰ পিছতেই শীর্ষ আদালতৰ পৰামর্শ, টীকা নীতি সুস্পষ্ট আৰু সৰল কৰিব লাগিব।

ইয়াৰ উপৰি আজিৰ শুনানিতত চৰকাৰী আৰু বেচৰকাৰী স্তৰত টীকাৰ দুই ধৰণৰ মূল্যক লৈও কেন্দ্রক প্রশ্ন কৰে ছুপ্রিম কোর্টৰ ন্যায়াধীশসকলে। কেন্দ্রৰ হৈ ইয়াৰ উত্তৰ দিয়ে ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই। তেৱোঁ ভর্ৎসনাৰ সন্মুখীন হ’বলগা হয়। শীর্ষ আদালতৰ পৰামর্শ, দেশজুৰি টীকাৰ এটাই মূল্য হোৱা উচিত।

উল্লেখ্য, কেন্দ্রই দাবী কৰিছে যে ২০২১ৰ ডিচেম্বৰৰ ভাতৰত টীকাকৰণ প্রক্রিয়া সম্পূর্ণ হোৱাৰ লক্ষ্যত আগবাঢ়িছে। কিন্তু তাৰ মাজতেই টীকা নীতিক লৈ ছুপ্রিম কোর্টৰ একাধিক সমালোচনাৰ মুখত পৰিবলগা হ’ল দিল্লী।

Tags: Featured
Share4Tweet3Send

Related Posts

Ram mandir pran pratishtha I প্ৰাণ প্ৰতিষ্ঠাৰ পিছদিনাই ৰাম ভক্তৰ ওপৰত লাঠিচালনা, আকাশমাৰ্গৰ পৰা যোগীয়ে চালে অযোধ্যাৰ দৃশ্য
National-International

Ram Mandir controversy । ৰাম মন্দিৰৰ চুৰিকাণ্ডত উত্তৰ প্ৰদেশ চৰকাৰ আৰু ট্ৰাষ্টলৈ জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ, এছআইটিৰ পৰা ৰিপ’ৰ্ট তলব

by Staff Reporter
July 14, 2026
50
Sonam Wangshuk । ১৬ দিনত আঠ কেজিৰো অধিক ওজন কমিছে, শৰীৰ ভাঙি পৰিছে; তথাপি অনশনত অটল সোণম ৱাংচুক
National-International

Sonam Wangshuk । ১৬ দিনত আঠ কেজিৰো অধিক ওজন কমিছে, শৰীৰ ভাঙি পৰিছে; তথাপি অনশনত অটল সোণম ৱাংচুক

by Staff Reporter
July 14, 2026
50
Rajya Sabha Elections I ২৭ ফেব্ৰুৱাৰীত ৫৬ খন ৰাজ্যসভা আসনৰ নিৰ্বাচন
National-International

Rajya Sabha I আৰু মাত্ৰ ৬ সাংসদ, চাৰি দশকৰ পাছত পুনৰ ৰাজ্যসভাত একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব বিজেপিয়ে

by Staff Reporter
July 14, 2026
50
Tragic Pilgrimage: School Trip to India Marred by Illness and Loss :
National-International

Indian Railway I ৰে’লৱেৰ ১০০০ হেক্টৰোধিক ভূমি বেদখল

by Staff Reporter
July 14, 2026
50
US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব
National-International

ইৰাণৰ ১৪০ ঠাইত আক্ৰমণ আমেৰিকাৰ

by Staff Reporter
July 12, 2026
50
হাজাৰ হাজাৰ বছৰ ধৰি বিদ্যুৎ যোগান ধৰিবলৈ সক্ষম হোৱা বেটেৰী প্ৰস্তুত চীনৰ
National-International

হাজাৰ হাজাৰ বছৰ ধৰি বিদ্যুৎ যোগান ধৰিবলৈ সক্ষম হোৱা বেটেৰী প্ৰস্তুত চীনৰ

by Staff Reporter
July 12, 2026
50
ADVERTISEMENT
Ram mandir pran pratishtha I প্ৰাণ প্ৰতিষ্ঠাৰ পিছদিনাই ৰাম ভক্তৰ ওপৰত লাঠিচালনা, আকাশমাৰ্গৰ পৰা যোগীয়ে চালে অযোধ্যাৰ দৃশ্য
National-International

Ram Mandir controversy । ৰাম মন্দিৰৰ চুৰিকাণ্ডত উত্তৰ প্ৰদেশ চৰকাৰ আৰু ট্ৰাষ্টলৈ জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ, এছআইটিৰ পৰা ৰিপ’ৰ্ট তলব

July 14, 2026
50
Sonam Wangshuk । ১৬ দিনত আঠ কেজিৰো অধিক ওজন কমিছে, শৰীৰ ভাঙি পৰিছে; তথাপি অনশনত অটল সোণম ৱাংচুক
National-International

Sonam Wangshuk । ১৬ দিনত আঠ কেজিৰো অধিক ওজন কমিছে, শৰীৰ ভাঙি পৰিছে; তথাপি অনশনত অটল সোণম ৱাংচুক

July 14, 2026
50
Rajya Sabha Elections I ২৭ ফেব্ৰুৱাৰীত ৫৬ খন ৰাজ্যসভা আসনৰ নিৰ্বাচন
National-International

Rajya Sabha I আৰু মাত্ৰ ৬ সাংসদ, চাৰি দশকৰ পাছত পুনৰ ৰাজ্যসভাত একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব বিজেপিয়ে

July 14, 2026
50
Tragic Pilgrimage: School Trip to India Marred by Illness and Loss :
National-International

Indian Railway I ৰে’লৱেৰ ১০০০ হেক্টৰোধিক ভূমি বেদখল

July 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ram mandir pran pratishtha I প্ৰাণ প্ৰতিষ্ঠাৰ পিছদিনাই ৰাম ভক্তৰ ওপৰত লাঠিচালনা, আকাশমাৰ্গৰ পৰা যোগীয়ে চালে অযোধ্যাৰ দৃশ্য

Ram Mandir controversy । ৰাম মন্দিৰৰ চুৰিকাণ্ডত উত্তৰ প্ৰদেশ চৰকাৰ আৰু ট্ৰাষ্টলৈ জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ, এছআইটিৰ পৰা ৰিপ’ৰ্ট তলব

July 14, 2026
Sonam Wangshuk । ১৬ দিনত আঠ কেজিৰো অধিক ওজন কমিছে, শৰীৰ ভাঙি পৰিছে; তথাপি অনশনত অটল সোণম ৱাংচুক

Sonam Wangshuk । ১৬ দিনত আঠ কেজিৰো অধিক ওজন কমিছে, শৰীৰ ভাঙি পৰিছে; তথাপি অনশনত অটল সোণম ৱাংচুক

July 14, 2026
Rajya Sabha Elections I ২৭ ফেব্ৰুৱাৰীত ৫৬ খন ৰাজ্যসভা আসনৰ নিৰ্বাচন

Rajya Sabha I আৰু মাত্ৰ ৬ সাংসদ, চাৰি দশকৰ পাছত পুনৰ ৰাজ্যসভাত একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব বিজেপিয়ে

July 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT