ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

টুইটাৰক শেষ সুযোগ কেন্দ্রৰ : নিয়ম নামানিলে সন্মুখীন হ’ব পাৰে কঠোৰ শাস্তিৰ

News Desk by News Desk
June 5, 2021
Reading Time: 1 min read
A A
0
টুইটাৰক শেষ সুযোগ কেন্দ্রৰ : নিয়ম নামানিলে সন্মুখীন হ’ব পাৰে কঠোৰ শাস্তিৰ

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

ইৰাণৰ ১৪০ ঠাইত আক্ৰমণ আমেৰিকাৰ

হাজাৰ হাজাৰ বছৰ ধৰি বিদ্যুৎ যোগান ধৰিবলৈ সক্ষম হোৱা বেটেৰী প্ৰস্তুত চীনৰ

এখনৰ পাছত আন এখন বাছত উঠি মুখত মাস্ক পিন্ধি যাত্ৰীৰ সমস্যাৰ বুজ ল’লে মন্ত্ৰীয়ে

নিউজ ডেস্কঃ

ভাৰতত নিজস্ব বিষয়া নিয়োগৰ বিষয়ত টুইটাৰক শেষ সুযোগ দিলে কেন্দ্রীয় চৰকাৰে। ভাৰতত বিভিন্ন ইণ্টাৰনেট মাধ্যমৰ কোম্পানীবোৰৰ ক্ষেত্ৰত কেন্দ্রীয় চৰকাৰে যি নতুন আইন আনিছে, টুইটাৰে নিয়ম নামানিলে উক্ত আইনৰ ভিত্তিত কঠোৰ শাস্তিৰ সন্মুখীন হ’ব পাৰে।

‘‘ভাৰতীয় তথ্য-প্রযুক্তি আইনৰ ৭৯ নম্বৰ ধাৰাৰ অধীনত যিবোৰ আইন পৰে উক্ত আইনবোৰ টুইটাৰে অবিলম্বে মানিব লাগিব। নিয়ম নামানিলে ভবিষ্যতে এই আইন আৰু ভাৰতীয় দণ্ডবিধিৰ অধীনত কঠোৰ শাস্তিৰ সন্মুখীন হ’ব লাগিব পাৰে কোম্পানীটোৱে৷’’ এই কথা জনাইছে কেন্দ্রই। সম্প্রতি উপ-ৰাষ্ট্রপতি ভেঙ্কায়া নাইডুৰ নিজস্ব টুইটাৰ একাউন্টৰ পৰা নীলা টিক বা ভেৰিফাইড একাউন্টৰ চিহ্ন আঁতৰাই নিয়ে টুইটাৰে। টুইটাৰৰ তৰফৰ পৰা যুক্তি দিয়া হয় যে বিগত ছমাহ ধৰি একাউন্টটি ব্যৱহাৰ নোহোৱাত আঁতৰাই নিয়া হৈছে নীলা টিক বেজ। তাৰ পিছতেই কেন্দ্রীয় চৰকাৰে এক কথাত এই চৰম সকীয়নি প্ৰদান কৰে।

উল্লেখ্য, সাধাৰণতে টুইটাৰ বা ফেচবুকৰ দৰে ইণ্টাৰনেট মাধ্যমে তাত পোষ্ট কৰা বিষয়ৰ দায়-দায়িত্ব সন্দৰ্ভত এক নিৰাপত্তা পায়। কোৱা হয়, যিয়ে পোষ্ট কৰিছে, দায়িত্ব তেওঁৰ, কোম্পানীটোৰ নহয়। কিন্তু নতুন আইনৰ ক্ষেত্রত পোষ্টৰ দায়িত্ব গৈ পৰিব উক্ত কোম্পানীটোৰ ওপৰতেই। যোৱা ফেব্রুৱাৰী মাহৰ পৰা টুইটাৰে ইয়াকে লৈ কেন্দ্রীয় চৰকাৰৰ সৈতে আইনী যুঁজ চলাই আছে। সেই সময়তেই প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ বিৰোধী কেইবাটাও একাউন্ট ব্লক কৰিবলৈ কৈছিল কেন্দ্রীয় তথ্য আৰু প্রযুক্তি মন্ত্রী ৰবিশঙ্কৰ প্রসাদে।

Tags: Featured
Share4Tweet3Send

Related Posts

US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব
National-International

ইৰাণৰ ১৪০ ঠাইত আক্ৰমণ আমেৰিকাৰ

by Staff Reporter
July 12, 2026
50
হাজাৰ হাজাৰ বছৰ ধৰি বিদ্যুৎ যোগান ধৰিবলৈ সক্ষম হোৱা বেটেৰী প্ৰস্তুত চীনৰ
National-International

হাজাৰ হাজাৰ বছৰ ধৰি বিদ্যুৎ যোগান ধৰিবলৈ সক্ষম হোৱা বেটেৰী প্ৰস্তুত চীনৰ

by Staff Reporter
July 12, 2026
50
এখনৰ পাছত আন এখন বাছত উঠি মুখত মাস্ক পিন্ধি যাত্ৰীৰ সমস্যাৰ বুজ ল’লে মন্ত্ৰীয়ে
National-International

এখনৰ পাছত আন এখন বাছত উঠি মুখত মাস্ক পিন্ধি যাত্ৰীৰ সমস্যাৰ বুজ ল’লে মন্ত্ৰীয়ে

by Staff Reporter
July 12, 2026
50
২০২৭ চনৰ ১৫ আগষ্টৰ পৰা দেশত আৰম্ভ হ’ব বুলেট ট্ৰেইন সেৱা
National-International

২০২৭ চনৰ ১৫ আগষ্টৰ পৰা দেশত আৰম্ভ হ’ব বুলেট ট্ৰেইন সেৱা

by Staff Reporter
July 12, 2026
50
তামিলনাডুৰ ৰাজনীতিত ইণ্ডিয়া মিত্ৰজোঁটৰ ভিতৰৰ মতভেদ স্পষ্ট
National-International

তামিলনাডুৰ ৰাজনীতিত ইণ্ডিয়া মিত্ৰজোঁটৰ ভিতৰৰ মতভেদ স্পষ্ট

by Staff Reporter
July 12, 2026
50
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
ADVERTISEMENT
‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত
Assam

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

July 13, 2026
50
Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths
Guwahati

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

July 13, 2026
50
US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব
National-International

ইৰাণৰ ১৪০ ঠাইত আক্ৰমণ আমেৰিকাৰ

July 12, 2026
50
হাজাৰ হাজাৰ বছৰ ধৰি বিদ্যুৎ যোগান ধৰিবলৈ সক্ষম হোৱা বেটেৰী প্ৰস্তুত চীনৰ
National-International

হাজাৰ হাজাৰ বছৰ ধৰি বিদ্যুৎ যোগান ধৰিবলৈ সক্ষম হোৱা বেটেৰী প্ৰস্তুত চীনৰ

July 12, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

July 13, 2026
Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

July 13, 2026
US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব

ইৰাণৰ ১৪০ ঠাইত আক্ৰমণ আমেৰিকাৰ

July 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx