ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

সৰ্বকালৰ ৰেকৰ্ড : কানাডাত প্ৰায় ৫০ ডিগ্ৰী স্পৰ্শ তাপমাত্ৰা

News Desk by News Desk
June 30, 2021
Reading Time: 1 min read
A A
0
সৰ্বকালৰ ৰেকৰ্ড : কানাডাত প্ৰায় ৫০ ডিগ্ৰী স্পৰ্শ তাপমাত্ৰা

New Logo Very Smal | ASSAM TIMES POST
নিউজ ডেস্কঃ

RELATED POSTS

Modi Australia visit I অষ্ট্ৰেলিয়াৰ সামাজিক মাধ্যমৰ নীতিক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ

Delhi flood I গাজিয়াবাদ-দিল্লীত বৰষুণে কাঢ়িলে দুই শিশুৰ প্ৰাণ, পথত ভূমিস্খলনত যাতায়াত ব্যাহত

Daughter killed Mother : ১০ কোটিৰ সম্পত্তিৰ লোভত কন্যাই হত্যা কৰিলে মাতৃক

কানাডাৰ বহু চহৰত বিগত এসপ্তাহ ধৰি তাপমাত্রা বাঢ়িছে। মঙ্গলবাৰে সেই তাপমাত্রাই পূর্বৰ সকলো ৰেকর্ড ভাঙি দিয়া বুলি জনাইছে কানাডাৰ বতৰ বিজ্ঞান বিভাগে। বিগত এটা সপ্তাহত এদিনৰ মূৰে মূৰে তাপমাত্রা সামান্য বাঢ়িলেও, মঙ্গলবাৰে সেয়া হয় সর্বোচ্চ। বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, মঙ্গলবাৰে কানাডাৰ একাধিক চহৰত তাপমাত্রা প্রায় ৫০ ডিগ্ৰীৰ ওচৰত আছিল। তীব্র গৰমত চাটিফুটি কৰে চহৰবাসী। গ্ৰীষ্ম প্ৰবাহৰ কাৰণে মৃত্যু পর্যন্ত হ’ব পাৰে বুলি আশঙ্কা কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

বিভাগটোৱে জনোৱা মতে, মঙ্গলবাৰৰ তাপমাত্রাই কানাডাত এই পর্যন্ত সর্বোচ্চ। ১৯৭৮ চনত তাপমাত্রাই ৪৭ ডিগ্ৰী স্পৰ্শ কৰিছিল। তাপমাত্রা বাঢ়িলেও এতিয়াৰ দৰে গৰম সেই সময়ত পৰা নাছিল বুলিও জনাইছে। কানাডাৰ লিট্টন ক্লাইমেট ষ্টেচনে জনাইছে,চহৰখনত মঙ্গলবাৰে বিয়লি ৪.২০ বজাত তাপমাত্রা আছিল ৪৯.৫ ডিগ্ৰী। হঠাৎ তাপমাত্রা বৃদ্ধিৰ কাৰণে লিট্টন, ব্রিটিছ কলম্বিয়াত আগতীয়া সতর্কবার্তা জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

কিন্তু হঠাৎ তাপমাত্রা বৃদ্ধিৰ সুনির্দিষ্ট কাৰণ এতিয়াও জনাব পৰা নাই বিশেষজ্ঞসকলে। অৱশ্যে পৰিবেশৰ ভাৰসাম্য আৰু বতৰ পৰিবর্তনৰ কাৰণেই তাপমাত্রা বাঢ়িছে বুলি তেওঁলোকৰ মত।

Tags: Featured
Share4Tweet3Send

Related Posts

Modi Australia visit I অষ্ট্ৰেলিয়াৰ সামাজিক মাধ্যমৰ নীতিক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ
National-International

by Staff Reporter
July 10, 2026
50
Delhi flood I গাজিয়াবাদ-দিল্লীত বৰষুণে কাঢ়িলে দুই শিশুৰ প্ৰাণ, পথত ভূমিস্খলনত যাতায়াত ব্যাহত
National-International

Delhi flood I গাজিয়াবাদ-দিল্লীত বৰষুণে কাঢ়িলে দুই শিশুৰ প্ৰাণ, পথত ভূমিস্খলনত যাতায়াত ব্যাহত

by Staff Reporter
July 10, 2026
50
Daughter killed Mother : ১০ কোটিৰ সম্পত্তিৰ লোভত কন্যাই হত্যা কৰিলে মাতৃক
National-International

Daughter killed Mother : ১০ কোটিৰ সম্পত্তিৰ লোভত কন্যাই হত্যা কৰিলে মাতৃক

by News Desk
July 9, 2026
50
Social Media : অষ্ট্ৰেলিয়াৰ কিশোৰসকলৰ ওপৰত ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাক প্ৰশংসা প্ৰধানমন্ত্ৰী মোডীৰ

Material-First Product Architecture : Scaling IP-Driven Hardware Brands

US attact Iran : ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰত বোমাবৰ্ষণ আমেৰিকাৰ

ADVERTISEMENT
Modi Australia visit I অষ্ট্ৰেলিয়াৰ সামাজিক মাধ্যমৰ নীতিক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ
National-International

Modi Australia visit I অষ্ট্ৰেলিয়াৰ সামাজিক মাধ্যমৰ নীতিক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ

July 10, 2026
50
Delhi flood I গাজিয়াবাদ-দিল্লীত বৰষুণে কাঢ়িলে দুই শিশুৰ প্ৰাণ, পথত ভূমিস্খলনত যাতায়াত ব্যাহত
National-International

Delhi flood I গাজিয়াবাদ-দিল্লীত বৰষুণে কাঢ়িলে দুই শিশুৰ প্ৰাণ, পথত ভূমিস্খলনত যাতায়াত ব্যাহত

July 10, 2026
50
Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ
Assam

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

July 10, 2026
50
Daughter killed Mother : ১০ কোটিৰ সম্পত্তিৰ লোভত কন্যাই হত্যা কৰিলে মাতৃক
National-International

Daughter killed Mother : ১০ কোটিৰ সম্পত্তিৰ লোভত কন্যাই হত্যা কৰিলে মাতৃক

July 9, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Modi Australia visit I অষ্ট্ৰেলিয়াৰ সামাজিক মাধ্যমৰ নীতিক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ

Modi Australia visit I অষ্ট্ৰেলিয়াৰ সামাজিক মাধ্যমৰ নীতিক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ

July 10, 2026
Delhi flood I গাজিয়াবাদ-দিল্লীত বৰষুণে কাঢ়িলে দুই শিশুৰ প্ৰাণ, পথত ভূমিস্খলনত যাতায়াত ব্যাহত

Delhi flood I গাজিয়াবাদ-দিল্লীত বৰষুণে কাঢ়িলে দুই শিশুৰ প্ৰাণ, পথত ভূমিস্খলনত যাতায়াত ব্যাহত

July 10, 2026
Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

July 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT