ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

নগাঁৱৰ মাজৰআটিত কোভিড সাহাৰ্য বিতৰণ ৰামানুজন মহাবিদ্যালয়ৰ

News Desk by News Desk
July 18, 2021
Reading Time: 1 min read
A A
0

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

নগাঁও : কোভিড সৃষ্ট জটিল পৰিবেশৰ মাজতে দেখা দিয়া অচলাৱস্থাৰ বাবে আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ লোকসকলে যথেষ্ট কষ্টৰ মাজেৰে দিন অতিবাহিত কৰিব লগাত পৰিছে । সেয়ে এনে জটিল ক্ষণত আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ লোকসকলৰ কাষত জনপ্ৰতিনিধি অথবা বিভিন্ন ব্যক্তি, অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধি থিয় হৈ তেওঁলোকক সাহাৰ্য প্ৰদানেৰে সকাহ দিবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে । নগাঁও চহৰৰ অগ্ৰণী বেচৰকাৰী শিক্ষানুষ্ঠান ৰামানুজন কনিষ্ঠ মহাবিদ্যালয় আৰু মাধ্যমিক বিদ্যালয়ৰ তৰফৰ পৰা আজি নগাঁও চহৰৰ পাৰ্শ্বৱৰ্তী মাজৰআটি গাঁৱৰ প্ৰায় অৰ্ধ শতাধিক আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ পৰিয়ালক কোভিড সাহাৰ্য বিতৰণ কৰা হয়।

ৰামানুজন কনিষ্ঠ মহাবিদ্যালয় আৰু মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দিলীপ কুমাৰ বৰাই কোভিড সাহাৰ্যৰ বাবদ পৰিয়াল কেইটাক খাদ্য সামগ্ৰীৰ টোপোলাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ বাবে বহী, কলম আদি বিতৰণ কৰে । উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত উন্নত ফলাফলেৰে ৰাজ্যৰ শৈক্ষিক ক্ষেত্রখনত এক সুকীয়া স্হান দখল কৰিবলৈ সক্ষম হোৱা ৰামানুজন কনিষ্ঠ মহাবিদ্যালয় আৰু মাধ্যমিক বিদ্যালয়ে সামাজিক দায়ৱদ্ধতা ৰক্ষা কৰি কোভিড সৃষ্ট জটিল ক্ষণত আৰ্তজনৰ কাষত থিয় দিয়া কাৰ্যক অঞ্চলটোৰ লোকসকলে প্ৰশংসা কৰে।

আনহাতে কোভিড সাহাৰ্য বিতৰণ কৰি অধ্যক্ষ দিলীপ কুমাৰ বৰাই ইয়াৰ দ্বাৰা দুৰ্যোগৰ সময়ত পৰিয়াল কেইটাই কিঞ্চিৎ হ’লেও সকাহ পাব বুলি আশা প্ৰকাশ কৰে । সাহাৰ্য বিতৰণ অনুষ্ঠানত অনিল দাস, কনক বৰা, শিল্পী দুলুমণি শইকীয়া, মৃণাল বৰা, ৰাজু বৰাকে ধৰি অঞ্চলটোৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

Tags: Featured
Share4Tweet3Send

Related Posts

Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed
Assam

Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed

by News Desk
July 7, 2026
50
Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On
Assam

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On

by Staff Reporter
July 6, 2026
50
Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar
Assam

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

by News Desk
July 4, 2026
50
‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ
Assam

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

by News Desk
July 1, 2026
50
Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods
Assam

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

by News Desk
July 1, 2026
50
Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust
Assam

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

by ASSAM TIMES POST
July 1, 2026
50
ADVERTISEMENT
Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed
Assam

Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed

July 7, 2026
50
Modi’s Indonasia visit : ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী : ইণ্ডোনেছিয়াৰ সংসদত ভাষণ নৰেন্দ্ৰ মোদীৰ
National-International

Modi’s Indonasia visit : ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী : ইণ্ডোনেছিয়াৰ সংসদত ভাষণ নৰেন্দ্ৰ মোদীৰ

July 7, 2026
50
Trump card : ‘ট্ৰাম্প কাৰ্ড’ বিফল : ভাইৰেল হ’ল লুকাকুৰ ‘ড’নাল্ড ট্ৰাম্প ডান্স’
Social Media

Trump card : ‘ট্ৰাম্প কাৰ্ড’ বিফল : ভাইৰেল হ’ল লুকাকুৰ ‘ড’নাল্ড ট্ৰাম্প ডান্স’

July 7, 2026
50
Wayanad landslide : ধাৰাসাৰ বৰষুণত ৱায়নাড়ত পুনৰ ভূমিস্খলন, বহু লোক‌ আবদ্ধ হৈ থকাৰ আশংকা
National-International

Wayanad landslide : ধাৰাসাৰ বৰষুণত ৱায়নাড়ত পুনৰ ভূমিস্খলন, বহু লোক‌ আবদ্ধ হৈ থকাৰ আশংকা

July 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed

Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed

July 7, 2026
Modi’s Indonasia visit : ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী : ইণ্ডোনেছিয়াৰ সংসদত ভাষণ নৰেন্দ্ৰ মোদীৰ

Modi’s Indonasia visit : ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী : ইণ্ডোনেছিয়াৰ সংসদত ভাষণ নৰেন্দ্ৰ মোদীৰ

July 7, 2026
Trump card : ‘ট্ৰাম্প কাৰ্ড’ বিফল : ভাইৰেল হ’ল লুকাকুৰ ‘ড’নাল্ড ট্ৰাম্প ডান্স’

Trump card : ‘ট্ৰাম্প কাৰ্ড’ বিফল : ভাইৰেল হ’ল লুকাকুৰ ‘ড’নাল্ড ট্ৰাম্প ডান্স’

July 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx