ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

জিএমচিএইচত উত্তৰ-পূব ভাৰতৰ প্ৰথমটো পেট-এমআৰআই কেন্দ্ৰ উদ্বোধন উপ ৰাষ্ট্ৰপতিৰ:

ASSAM TIMES POST by ASSAM TIMES POST
October 4, 2021
Reading Time: 1 min read
A A
0
জিএমচিএইচত উত্তৰ-পূব ভাৰতৰ প্ৰথমটো পেট-এমআৰআই কেন্দ্ৰ উদ্বোধন উপ ৰাষ্ট্ৰপতিৰ:

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

ষ্টাফ ৰিপ’ৰ্টাৰ:

আজি ভাৰতৰ উপ ৰাষ্ট্ৰপতি এম ভেঙ্কায়া নাইডুই জিএমচিএইচৰ ৰাজ্যিক কেন্সাৰ ইনষ্টিটিউটত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো পেট-এমআৰআই (PET-MRI) বিভাগ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।

অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। এই উপলক্ষে জিএমচিএইচ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে অসম চৰকাৰে ৰাজ্যখনৰ জনসাধাৰণৰ উন্নত স্বাস্থ্য সেৱাৰ বাবে বিভিন্ন আধুনিক প্ৰযুক্তিৰ ব্যৱস্থা কৰিছে।

03e4cfc6 a4a7 4cd7 a592 9030d639c997 | ASSAM TIMES POSTআনহাতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এই সেৱাই অঞ্চলটোৰ কেন্সাৰ চিকিৎসা ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা কৰিব। ৬২ কোটি টকা ব্যয় সাপেক্ষ এই প্ৰকল্প হৈছে দেশৰ চৰকাৰী হস্পিটেলত স্থাপন কৰা চতুৰ্থটো প্ৰকল্প। এই মেচিন PET-CT মেচিনতকৈ যথেষ্ট আধুনিক আৰু ইয়াৰ জৰিয়তে অত্যাধুনিক কেন্সাৰ গৱেষণা কাৰ্যৰ সুবিধা হ’ব।

Tags: Featured2
Share4Tweet3Send

Related Posts

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু
Assam

by Staff Reporter
June 19, 2026
50
Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন
Guwahati

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

by News Desk
June 18, 2026
50
‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 
Assam

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

by Staff Reporter
June 17, 2026
50
Tear gas use in Manipur : ‎‎মণিপুৰত প্ৰতিবাদকাৰীৰ ওপৰত কন্দোৱা গেছ নিক্ষেপ নিৰাপত্তাৰক্ষীৰ
NORTHEAST

Tear gas use in Manipur : ‎‎মণিপুৰত প্ৰতিবাদকাৰীৰ ওপৰত কন্দোৱা গেছ নিক্ষেপ নিৰাপত্তাৰক্ষীৰ

by News Desk
June 15, 2026
50
Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured
Assam

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

by Staff Reporter
June 14, 2026
50
Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Assam

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

by News Desk
June 13, 2026
50
ADVERTISEMENT
Karbi Anglong teachers appointment : নিয়মীয়াকৰণ কৰা শিক্ষকক চিইএম তুলিৰাম ৰংহাঙৰ নিযুক্তি-পত্ৰ বিতৰণ
DIPHU

Karbi Anglong teachers appointment : নিয়মীয়াকৰণ কৰা শিক্ষকক চিইএম তুলিৰাম ৰংহাঙৰ নিযুক্তি-পত্ৰ বিতৰণ

June 19, 2026
50
World best Educational Institute : বিশ্বৰ শীৰ্ষ ২০০ শিক্ষানুষ্ঠানৰ ভিতৰত তিনিখন ভাৰতীয়, কোনকেইখন আছে তালিকাত
National-International

Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী
National-International

Telegram ban : বাহাল থাকিল কেন্দ্ৰৰ সিদ্ধান্ত, ২২ জুনলৈকে টেলিগ্ৰামৰ নিষেধাজ্ঞাত হস্তক্ষেপ নকৰে ন্যায়ালয়ে

June 19, 2026
50
Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ
KARBI ANGLONG

Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ

June 19, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong teachers appointment : নিয়মীয়াকৰণ কৰা শিক্ষকক চিইএম তুলিৰাম ৰংহাঙৰ নিযুক্তি-পত্ৰ বিতৰণ

Karbi Anglong teachers appointment : নিয়মীয়াকৰণ কৰা শিক্ষকক চিইএম তুলিৰাম ৰংহাঙৰ নিযুক্তি-পত্ৰ বিতৰণ

June 19, 2026
World best Educational Institute : বিশ্বৰ শীৰ্ষ ২০০ শিক্ষানুষ্ঠানৰ ভিতৰত তিনিখন ভাৰতীয়, কোনকেইখন আছে তালিকাত

World best Educational Institute : বিশ্বৰ শীৰ্ষ ২০০ শিক্ষানুষ্ঠানৰ ভিতৰত তিনিখন ভাৰতীয়, কোনকেইখন আছে তালিকাত

June 19, 2026
Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী

Telegram ban : বাহাল থাকিল কেন্দ্ৰৰ সিদ্ধান্ত, ২২ জুনলৈকে টেলিগ্ৰামৰ নিষেধাজ্ঞাত হস্তক্ষেপ নকৰে ন্যায়ালয়ে

June 19, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT