ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

মঙলবাৰে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভা নিৰ্বাচনৰ ভোট গ্ৰহণ, বুধবাৰে ফলাফল

News Desk by News Desk
January 3, 2022
Reading Time: 1 min read
A A
0
মঙলবাৰে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভা নিৰ্বাচনৰ ভোট গ্ৰহণ, বুধবাৰে ফলাফল

New Logo Very Smal | ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰ

RELATED POSTS

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ গৰম বতাহত উদূলি-মুদুলি পানবজাৰ। দেৱদাৰু নগৰী, ঐতিহাসিক কটন বিশ্ববিদ্যালয়ৰ মঙলবাৰে অনুষ্ঠিত হ’ব বহু প্ৰত্যাশিত নিৰ্বাচনৰ ভোট গ্ৰহণ। বিগত ২ বছৰৰ অন্তত পুনৰ অনুষ্ঠিত হ’ব এইবাৰ ছাত্ৰ একতা সভা নিৰ্বাচন। ভালে কেইদিন ধৰি ব্যাপক প্ৰচাৰৰ অন্তত মঙলবাৰে ৫৫০০ কটনিয়ানে নিৰ্বাচিত কৰিব ১৬টা বিভাগৰ বাবে প্ৰতিনিধি, ২ জন কৰ্ট মেম্বাৰ। পুৱা ৯বজাৰ পৰা বিয়লি ৩বজালৈ অনুষ্ঠিত হ’ব এই ভোটগ্ৰহণ। আনহাতে ভোটগ্ৰহণৰ ফলাফল গণনা কৰা হ’ব বুধবাৰে। সেই অনুসৰি বুধবাৰে প্ৰকাশ পাব নিৰ্বাচনৰ ফলাফল।

গুৰুত্বপূৰ্ণ কথা ইতিমধ্যে কটনৰ চৌহদত বিভিন্ন প্ৰাৰ্থীৰ সমৰ্থকে নিজ-নিজ প্ৰাৰ্থী বেনাৰ-পোষ্টাৰিং কৰিছে। আজি মুকলি ডিবেটৰ অন্তত সামৰণি পৰে প্ৰাৰ্থী নিৰ্বাচনী প্ৰচাৰ অভিযান।

উল্লেখ্য, নিৰ্বাচনত মুঠ ৪৬ গৰাকী প্ৰাৰ্থীয়ে ১৬টা বিভাগ প্ৰতিদ্বন্দিতা আগবঢ়াইছে। ইয়াৰ উপৰিও কৰ্ট মেম্বাৰ দুটা পদৰ বাবে ৪গৰাকী অৱৰ্তীন হৈছে নিৰ্বাচনত।

সভাপতি, উপ-সভাপতি, সাধাৰণ সম্পাদক, সহ-সাধাৰণ সম্পাদক, কটনিয়ানৰ সম্পাদক পদত মুঠ ৩ গৰাকীকৈ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছে।

আনহাতে, শান্তি-পূৰ্ণভাৱে এই নিৰ্বাচন অনুষ্ঠিত কৰা বাবেও বিশ্ববিদ্যালয় কৰ্তৃপক্ষই নিৰাপত্তা ব্যৱস্থা কৰি তুলিছে।

Tags: Featured
Share4Tweet3Send

Related Posts

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন
Guwahati

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

by News Desk
June 18, 2026
50
Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ
Guwahati

Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ

by News Desk
June 10, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক
Guwahati

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

by News Desk
May 25, 2026
50
Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ
Guwahati

Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ

by News Desk
May 21, 2026
50
Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ
Guwahati

Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ

by News Desk
May 21, 2026
50
ADVERTISEMENT
Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ
National-International

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

June 26, 2026
50
Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed
National-International

Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

June 26, 2026
50
Miracle murder : গাড়ীৰ ভিতৰত যুৱক-যুৱতীৰ গুলীবিদ্ধ মৃতদেহ, ৫০ ফুট দূৰৈত ৩টা ফোন; মধ্যপ্ৰদেশত ৰহস্যজনক মৃত্যুৰ ঘটনা
National-International

Miracle murder : গাড়ীৰ ভিতৰত যুৱক-যুৱতীৰ গুলীবিদ্ধ মৃতদেহ, ৫০ ফুট দূৰৈত ৩টা ফোন; মধ্যপ্ৰদেশত ৰহস্যজনক মৃত্যুৰ ঘটনা

June 26, 2026
50
Operation Sindoor : সিন্দুৰ অভিযানত প্ৰাণ আহুতি দিয়া ৬ ভাৰতীয় বীৰ জোৱানৰ পৰিচয় প্ৰকাশ, মৰণোত্তৰ সন্মান
National-International

Operation Sindoor : সিন্দুৰ অভিযানত প্ৰাণ আহুতি দিয়া ৬ ভাৰতীয় বীৰ জোৱানৰ পৰিচয় প্ৰকাশ, মৰণোত্তৰ সন্মান

June 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

June 26, 2026
Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

June 26, 2026
Miracle murder : গাড়ীৰ ভিতৰত যুৱক-যুৱতীৰ গুলীবিদ্ধ মৃতদেহ, ৫০ ফুট দূৰৈত ৩টা ফোন; মধ্যপ্ৰদেশত ৰহস্যজনক মৃত্যুৰ ঘটনা

Miracle murder : গাড়ীৰ ভিতৰত যুৱক-যুৱতীৰ গুলীবিদ্ধ মৃতদেহ, ৫০ ফুট দূৰৈত ৩টা ফোন; মধ্যপ্ৰদেশত ৰহস্যজনক মৃত্যুৰ ঘটনা

June 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx