ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডিফুত দিন-দুপৰতে বাহনৰ আয়না ভাঙি তিনি লক্ষ্যাধিক টকা লুট দুৰ্বৃত্তৰ:

ASSAM TIMES POST by ASSAM TIMES POST
January 13, 2022
Reading Time: 1 min read
A A
0
ডিফুত দিন-দুপৰতে বাহনৰ আয়না ভাঙি তিনি লক্ষ্যাধিক টকা লুট দুৰ্বৃত্তৰ:

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

‎বোকাজানত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

ষ্টাফ ৰিপ’ৰ্টাৰ:

ডিফু : মাঘ বিহুৰ প্ৰাকক্ষণতে বুধবাৰে পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুত দিন-দুপৰতে অচিনাক্ত দুৰ্বৃত্তই ৰখাই থোৱা বীহনৰ খিৰিকিৰ আইনা ভাঙি তিনি লক্ষ্যাধিক টকা লুটি নিয়াৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ আৰক্ষীৰ সূত্ৰে প্ৰাপ্ত খবৰ অনুসৰি কালি দুপৰীয়া ডিফু মেইনটিলা ৰংমাৰজং নিৱাসী চন্দ্ৰছিং টেৰণৰ পুত্ৰ এলৱিন টেৰণে ডিফু বেংকৰ পৰা তিনি লাখ চাৰিহাজাৰ টকা লৈ আহি নিজৰ চাৰিচকীয়া বাহনখন টিভি চেণ্টাৰ পথৰ গ্ৰাম্য জনস্বাস্থ্য কাৰ্যালয়ৰ সন্মূখত ৰখাই থৈ অলপ বাহিৰলৈ ওলাই যায় ৷

খন্তেক সময় পিছত লোকজনে ঘূৰি আহি তেওঁৰ বাহনখনৰ খিৰিকিৰ আয়না ভঙা অৱস্থাত প্ৰত্যক্ষ কৰে লগতে গাড়ীত ভিতৰত থকা তিনি লাখ চাৰি হাজাৰ টকাও বিচাৰি নাপায় ৷ এই সন্দৰ্ভত ভুক্তভোগীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত ডিফু থানাত ০৩/২০২২ নম্বৰত এক গোছৰ ৰুজো দি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷

ডিফু থানাৰ অ’চি জে এছ খবুঙে জানিব দিয়া অনুসৰি ঘটনাস্থলীত থকা চিচি টিভিৰ ফুটেজ প্ৰত্যক্ষ কৰাত অস্পষ্ট বাবে ক’লা কাপোৰ আৰু মূৰত হেলমেট পৰিহিত দুজন যুৱক দৃশ্যমান হৈছে যদিও দুৰ্বৃত্ত দ্বয়ক আটক কৰিবলৈ সক্ষম হোৱা ৷ দুৰ্বৃত্তদ্বয়ক কৰায়ত্ব কৰিবলৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷ দিন-দুপৰতে ডিফুৰ মাজ-মজিয়াত সংঘটিত হোৱা এনে অবাঞ্চিত ঘটনুত সচেতন মহল শংতিত হৈ পৰিছে ৷

Tags: karbi anglong
Share4Tweet3Send

Related Posts

Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by News Desk
June 15, 2026
50
হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান
KARBI ANGLONG

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

by Staff Reporter
June 14, 2026
50
Youth Death I ঘোগাজানত পিছলি এজন যুৱকৰ কৰুণ মৃত্যু
KARBI ANGLONG

‎বোকাজানত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

by Staff Reporter
June 14, 2026
50
Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured
Assam

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

by Staff Reporter
June 14, 2026
50
Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Assam

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

by News Desk
June 13, 2026
50
Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান
Assam

Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান

by News Desk
June 13, 2026
50
ADVERTISEMENT
TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল
National-International

TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল

June 15, 2026
50
US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব
National-International

US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব

June 15, 2026
50
Delhi Airport : দিল্লী বিমানবন্দৰত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী উপদেষ্টাক, উভতি গ’ল ঢাকাৰ প্ৰতিনিধি
National-International

Delhi Airport : দিল্লী বিমানবন্দৰত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী উপদেষ্টাক, উভতি গ’ল ঢাকাৰ প্ৰতিনিধি

June 15, 2026
50
Ram Mandir : অযোধ্যাৰ ৰাম মন্দিৰৰ পৰা কেনেকৈ নোহোৱা হ’ল দানৰ ধন-গহনা? তদন্তৰ বাবে দল গঠন
National-International

Ram Mandir : অযোধ্যাৰ ৰাম মন্দিৰৰ পৰা কেনেকৈ নোহোৱা হ’ল দানৰ ধন-গহনা? তদন্তৰ বাবে দল গঠন

June 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল

TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল

June 15, 2026
US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব

US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব

June 15, 2026
Delhi Airport : দিল্লী বিমানবন্দৰত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী উপদেষ্টাক, উভতি গ’ল ঢাকাৰ প্ৰতিনিধি

Delhi Airport : দিল্লী বিমানবন্দৰত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী উপদেষ্টাক, উভতি গ’ল ঢাকাৰ প্ৰতিনিধি

June 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx