![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
লংকাৰ নখুঁটি ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চৰকাৰী চাউল ওলাল জংঘলত।
লংকাৰ নখুঁটি শনিবজাৰৰ কাষতে লাগি থকা ১নং খ্ৰীংখ্ৰীং অঞ্চলত পৰিতক্ত অৱস্থাত উদ্ধাৰ ২৫ বেগকৈ চৰকাৰী চাউল।
আমচুৰ আলী নামৰ লোকজনৰ ঘৰৰ পিচফালৰ জংঘলত প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে খবৰ দিয়ে নখুঁটি আৰক্ষীক।
নখুঁটি আৰক্ষীয়ে চাউলৰ বেগসমূহ উদ্ধাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।












