ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডকমকাত দুই মোবাইল চোৰ গ্ৰেপ্তাৰঃ ১০ টা চুৰি মোবাইল উদ্ধাৰ

ASSAM TIMES POST by ASSAM TIMES POST
October 1, 2019
Reading Time: 1 min read
A A
0
ডকমকাত দুই মোবাইল চোৰ গ্ৰেপ্তাৰঃ ১০ টা চুৰি মোবাইল উদ্ধাৰ

logo atp | ASSAM TIMES POSTASSAM TIMES POST
ডিফুঃ কাৰ্বি আংলং জিলাৰ বিভিন্ন ঠাইত মোবাইল চোৰে সন্ত্ৰাস সৃষ্টি কৰি থকাৰ সময়তে ডকমকা আৰক্ষীয়ে দুটাকৈ মোবাইল চোৰ আটক কৰাৰ লগতে হাওৰাঘাট এলেকাৰ পৰা দহটাকৈ চুৰি মোবাইল উদ্ধাৰ কৰা ঘটনাকলৈ চাঞ্চল্যৰ সৃষ্টি হৈছে৷

RELATED POSTS

HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

Srimanta Sankar Mission : নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিছনলৈ এক লাখ টকাৰ বৰঙণি তামুলী ফুকন দম্পতীৰ

Abhi-Neel Murder case : ৰাজ্য কপোৱা অভি-নীলৰ হত্যাকাণ্ডৰ গোচৰৰ চুড়ান্ত ৰায়দান, ২০ জনক দোষী সাব্যস্ত,২৫ জনক দোষমুক্ত ঘোষণা

প্ৰাপ্ত খবৰ অনুসৰি যোৱা ২৪ জুলাইত লাংহিন বজাৰৰ এটা মোবাইল দোকানত হোৱা চুৰি ঘটনা সংক্ৰান্তীয় গোচৰৰ তদন্ত চলাই ডকমকা আৰক্ষীয়ে এই সফলতা লাভ কৰিছে৷ উক্ত ঘটনাৰ তদন্ত চলাই ডকমকা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিতুপন চুতীয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে কালি উক্ত ঘটনাত জড়িত দুটা চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷

ধৃত চোৰ দুটা হাওৰাঘাটৰ সোণাৰি তেৰাঙ গাঁৱৰ সুমিত তেৰাঙ আৰু বিকাশ ৰংপি বুলি চিনাক্ত কৰা হৈছে৷ চোৰ দুটাৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে হাওৰাঘাট এলেকাৰ বিভিন্ন স্থানৰ পৰা দহটা মোবাইল হেণ্ডছেট উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে৷

Tags: FeaturedFeatured2karbi anglong
Share4Tweet3Send

Related Posts

HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল
Assam

HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

by News Desk
April 23, 2026
50
Srimanta Sankar Mission : নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিছনলৈ এক লাখ টকাৰ বৰঙণি তামুলী ফুকন দম্পতীৰ
Assam

Srimanta Sankar Mission : নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিছনলৈ এক লাখ টকাৰ বৰঙণি তামুলী ফুকন দম্পতীৰ

by News Desk
April 22, 2026
50
Abhi-Neel Murder case : ৰাজ্য কপোৱা অভি-নীলৰ হত্যাকাণ্ডৰ গোচৰৰ চুড়ান্ত ৰায়দান, ২০ জনক দোষী সাব্যস্ত,২৫ জনক দোষমুক্ত ঘোষণা
Assam

Abhi-Neel Murder case : ৰাজ্য কপোৱা অভি-নীলৰ হত্যাকাণ্ডৰ গোচৰৰ চুড়ান্ত ৰায়দান, ২০ জনক দোষী সাব্যস্ত,২৫ জনক দোষমুক্ত ঘোষণা

by News Desk
April 20, 2026
50
Abhi Neel murder case I অৱশেষত ৮ বছৰৰ অপেক্ষাৰ অন্ত, অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান নগাঁও আদালতৰ
Assam

Abhi Neel murder case I অৱশেষত ৮ বছৰৰ অপেক্ষাৰ অন্ত, অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান নগাঁও আদালতৰ

by Staff Reporter
April 20, 2026
50
Runikhata Forest Office : চিৰাঙৰ ৰুণীখাতাত উত্তেজনা, বন বিভাগৰ কাৰ্যালয়ত আক্ৰমণ প্ৰতিবাদকাৰীৰ
Assam

Runikhata Forest Office : চিৰাঙৰ ৰুণীখাতাত উত্তেজনা, বন বিভাগৰ কাৰ্যালয়ত আক্ৰমণ প্ৰতিবাদকাৰীৰ

by News Desk
April 17, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
ADVERTISEMENT
‎হায়দৰাবাদৰ পৰা চেন্নাইলৈ যোৱা চাৰমিনাৰ এক্সপ্ৰেছত অগ্নিকাণ্ড
National-International

‎হায়দৰাবাদৰ পৰা চেন্নাইলৈ যোৱা চাৰমিনাৰ এক্সপ্ৰেছত অগ্নিকাণ্ড

April 26, 2026
50
‎পিতৃক প্ৰত্যাহ্বান I নতুন দল খুলিলে কেচিআৰৰ কন্যা কবিতাই, তেলেংগানাৰ ৰাজনীতিত নতুন খেল ‎
National-International

‎পিতৃক প্ৰত্যাহ্বান I নতুন দল খুলিলে কেচিআৰৰ কন্যা কবিতাই, তেলেংগানাৰ ৰাজনীতিত নতুন খেল ‎

April 26, 2026
50
‎দিল্লীত বিমান দুৰ্ঘটনাত আহত ৬
National-International

‎দিল্লীত বিমান দুৰ্ঘটনাত আহত ৬

April 26, 2026
50
‎’গণতন্ত্ৰত হিংসাৰ কোনো স্থান নাই’I  হোৱাইট হাউচৰ ঘটনাক গৰিহণা প্ৰধানমন্ত্ৰী মোদীৰ ‎
National-International

‎’গণতন্ত্ৰত হিংসাৰ কোনো স্থান নাই’I  হোৱাইট হাউচৰ ঘটনাক গৰিহণা প্ৰধানমন্ত্ৰী মোদীৰ ‎

April 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎হায়দৰাবাদৰ পৰা চেন্নাইলৈ যোৱা চাৰমিনাৰ এক্সপ্ৰেছত অগ্নিকাণ্ড

‎হায়দৰাবাদৰ পৰা চেন্নাইলৈ যোৱা চাৰমিনাৰ এক্সপ্ৰেছত অগ্নিকাণ্ড

April 26, 2026
‎পিতৃক প্ৰত্যাহ্বান I নতুন দল খুলিলে কেচিআৰৰ কন্যা কবিতাই, তেলেংগানাৰ ৰাজনীতিত নতুন খেল ‎

‎পিতৃক প্ৰত্যাহ্বান I নতুন দল খুলিলে কেচিআৰৰ কন্যা কবিতাই, তেলেংগানাৰ ৰাজনীতিত নতুন খেল ‎

April 26, 2026
‎দিল্লীত বিমান দুৰ্ঘটনাত আহত ৬

‎দিল্লীত বিমান দুৰ্ঘটনাত আহত ৬

April 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx