ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

দুৰ্ধর্ষ মাওবাদী নেতা কাঞ্চন দাক গুৱাহাটীত তেলেংগানা আৰক্ষীৰ জেৰা; পশ্চিমবংগ আৰক্ষীয়েও চলাব জেৰা

News Desk by News Desk
March 9, 2022
Reading Time: 1 min read
A A
0
দুৰ্ধর্ষ মাওবাদী নেতা কাঞ্চন দাক গুৱাহাটীত তেলেংগানা আৰক্ষীৰ জেৰা; পশ্চিমবংগ আৰক্ষীয়েও চলাব জেৰা

New Logo Very Smal | ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰঃ

RELATED POSTS

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

অসম আৰক্ষীৰ ক্ৰাইম ব্ৰান্সৰ জিম্মাত বন্দী হৈ থকা মাওবাদী কেন্দ্ৰীয় সমিতিৰ দুৰ্ধর্ষ নেতা অৰুণ কুমাৰ ভট্টাচাৰ্য ওৰফে কাঞ্চন দা ওৰফে জ্যোতিষক (৭২) তেলেংগনাৰ আৰক্ষীৰ জেৰা। তেলেংগানৰ আৰক্ষীৰ অধীক্ষকে গুৱাহাটী ক্ৰাইম ব্ৰান্সত উপস্থিত হৈ দুৰ্ধর্ষ মাওবাদী নেতা কাঞ্চনক মাৰাথন জেৰা আৰম্ভ কৰিছে।

উল্লেখ্য যে তেলেংগানা আৰক্ষীয়ে নিজ জিম্মাত লোৱাৰ সম্ভাৱনা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুৰ্ধর্ষ মাওবাদী নেতা কাঞ্চন আৰু সহযোগী আকাশ ওৰাংক। ইয়াৰ উপৰিও মাওবাদী নেতা দুগৰাকীক জেৰা কৰাৰ বাবে কলিকতা আৰক্ষীৰ এটা দলো অসমত উপস্থিত হৈছে। গুৰুত্বপূৰ্ণ কথা যে দুয়োজন মাওবাদী নেতাক ক্ৰাইম ব্ৰাঞ্চে ৯ দিনৰ জিম্মাত লৈছে। ক্ৰাইম ব্ৰাঞ্চৰ জিম্মাৰ শেষ হোৱা পাছতেই বিভিন্ন ৰাজ্যৰ আৰক্ষীয়ে নিজৰ জিম্মাত লোৱাৰ সম্ভাৱনা অধিক প্ৰকট হৈ উঠিছে। কিয়নো দেশৰ ভিন্ন প্ৰান্তত বহুকেইখন ৰাজ্যত দুৰ্ধর্ষ মাওবাদী নেতাগৰাকী বিৰুদ্ধে ৰুজু হৈ আছে প্ৰায় ২০০ অধিক গোচৰ।

উল্লেখ্য যে মাওবাদী কেন্দ্ৰীয় নেতাগৰাকীৰ মূৰৰ মূল্য নিৰ্ধাৰণ কৰা আছিল প্ৰায় ৩ কোটি টকা।

আনহাতে অসম আৰক্ষীৰ বিশেষ সূত্ৰ খবৰ অনুসৰি ২০১৯চনৰ পৰা অসমৰ বৰাক উপত্যকাত বাঁহৰ পাতি আছিল দুৰ্ধর্ষ নেতাগৰাকীয়ে। মূলতঃ অসমত মাওঁবাদী ভেঁটি শক্তিশালী কৰা পৰিকল্পনা কৰিছিল কাঞ্চনে। ২০০৪ চনত মাওবাদীত যোগদান কৰা কাঞ্চন আছিল এগৰাকী চিভিল ইঞ্জিনীয়াৰ। বিগত দুটা বৰ্ষত ৰাজ্যত তেওঁ ৰচনা কৰিছিল মাওবাদী সংবিধান। সশস্ত্ৰ সংগ্রাম এৰি মূল সুঁতিলৈ উভতি অহা একাংশ বিদ্রোহীক পুনৰ মাওবাদী প্ৰতি আকৰ্ষিত কৰিছিল।

Tags: Featured
Share4Tweet3Send

Related Posts

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু
Assam

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

by Staff Reporter
June 19, 2026
50
Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন
Guwahati

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

by News Desk
June 18, 2026
50
‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 
Assam

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

by Staff Reporter
June 17, 2026
50
Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured
Assam

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

by Staff Reporter
June 14, 2026
50
Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Assam

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

by News Desk
June 13, 2026
50
Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান
Assam

Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান

by News Desk
June 13, 2026
50
ADVERTISEMENT
Police encounter : পেৰ’লত মুকলি হৈ হত্যাৰ ষড়যন্ত্ৰ ৰচা যাৱজ্জীৱন কাৰাদণ্ডৰ দোষীৰ আৰক্ষীৰে সংঘৰ্ষত মৃত্যু
National-International

Police encounter : পেৰ’লত মুকলি হৈ হত্যাৰ ষড়যন্ত্ৰ ৰচা যাৱজ্জীৱন কাৰাদণ্ডৰ দোষীৰ আৰক্ষীৰে সংঘৰ্ষত মৃত্যু

June 22, 2026
50
Lucknow coaching center fire : লক্ষ্ণৌৰ কোচিং চেণ্টাৰত অগ্নিকাণ্ডত কমেও ১৪ জনৰ মৃত্যু হয়, অধিকাংশই ছাত্ৰ-ছাত্ৰী
National-International

Lucknow coaching center fire : লক্ষ্ণৌৰ কোচিং চেণ্টাৰত অগ্নিকাণ্ডত কমেও ১৪ জনৰ মৃত্যু হয়, অধিকাংশই ছাত্ৰ-ছাত্ৰী

June 22, 2026
50
India US deal : ভাৰতলৈ ৪৫৬৬ কোটিৰ অস্ত্ৰ সাহায্যৰ প্ৰস্তাৱত অনুমোদন মাৰ্কিন কংগ্ৰেছৰ
National-International

India US deal : ভাৰতলৈ ৪৫৬৬ কোটিৰ অস্ত্ৰ সাহায্যৰ প্ৰস্তাৱত অনুমোদন মাৰ্কিন কংগ্ৰেছৰ

June 22, 2026
50
Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ
KARBI ANGLONG

Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ

June 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Police encounter : পেৰ’লত মুকলি হৈ হত্যাৰ ষড়যন্ত্ৰ ৰচা যাৱজ্জীৱন কাৰাদণ্ডৰ দোষীৰ আৰক্ষীৰে সংঘৰ্ষত মৃত্যু

Police encounter : পেৰ’লত মুকলি হৈ হত্যাৰ ষড়যন্ত্ৰ ৰচা যাৱজ্জীৱন কাৰাদণ্ডৰ দোষীৰ আৰক্ষীৰে সংঘৰ্ষত মৃত্যু

June 22, 2026
Lucknow coaching center fire : লক্ষ্ণৌৰ কোচিং চেণ্টাৰত অগ্নিকাণ্ডত কমেও ১৪ জনৰ মৃত্যু হয়, অধিকাংশই ছাত্ৰ-ছাত্ৰী

Lucknow coaching center fire : লক্ষ্ণৌৰ কোচিং চেণ্টাৰত অগ্নিকাণ্ডত কমেও ১৪ জনৰ মৃত্যু হয়, অধিকাংশই ছাত্ৰ-ছাত্ৰী

June 22, 2026
India US deal : ভাৰতলৈ ৪৫৬৬ কোটিৰ অস্ত্ৰ সাহায্যৰ প্ৰস্তাৱত অনুমোদন মাৰ্কিন কংগ্ৰেছৰ

India US deal : ভাৰতলৈ ৪৫৬৬ কোটিৰ অস্ত্ৰ সাহায্যৰ প্ৰস্তাৱত অনুমোদন মাৰ্কিন কংগ্ৰেছৰ

June 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx