ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Police encounter : পেৰ’লত মুকলি হৈ হত্যাৰ ষড়যন্ত্ৰ ৰচা যাৱজ্জীৱন কাৰাদণ্ডৰ দোষীৰ আৰক্ষীৰে সংঘৰ্ষত মৃত্যু

নিউজ ডেস্কঃ

News Desk by News Desk
June 22, 2026
Reading Time: 1 min read
A A
0
Police encounter : পেৰ’লত মুকলি হৈ হত্যাৰ ষড়যন্ত্ৰ ৰচা যাৱজ্জীৱন কাৰাদণ্ডৰ দোষীৰ আৰক্ষীৰে সংঘৰ্ষত মৃত্যু

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান

Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

El Nino : বছৰৰ শেষলৈকে প্ৰশান্ত মহাসাগৰত সাত দশকৰ শক্তিশালী এল নিনো, ভাৰতত কি প্ৰভাৱ পৰিব

পেৰ’লত মুকলি হোৱাৰ পিছতেই হত্যাৰ ষড়যন্ত্ৰ ৰচিছিল যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি ভুগি থকা আচামীয়ে। গোপন সূত্ৰৰ পৰা খবৰ পোৱাৰ পিছতে আৰক্ষীয়ে তেওঁ কৰায়ত্ত কৰে। কিন্তু আৰক্ষীৰ হাতৰ পৰা পলাবলৈ চেষ্টা কৰাৰ উপৰি আৰক্ষীৰ ওপৰত গুলীচালনাও কৰে। ফলত আৰক্ষীৰ গুলীচালনাত (firing of the Police) অভিযুক্তৰ মৃত্যু (Accused’s death) হয়।

সংগঠিত অপৰাধৰ বিৰুদ্ধে হাৰিয়ানা আৰক্ষী (Haryana Police)য়ে অভিযান আৰম্ভ কৰিছে। উক্ত অভিযানৰ অংশ হিচাপে আৰক্ষীয়ে এজন যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি পোৱা দোষীক বিচাৰিবলৈ আৰম্ভ কৰে। গোপাল নামৰ দোষীজনৰ বিৰুদ্ধে বহু অপৰাধমূলক গোচৰ আছিল। ন্যায়াধীশে তেওঁক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। কেইবাদিনো কাৰাগাৰত থকাৰ পিছত আদালতত পেৰ’লৰ বাবে আৱেদন কৰে গোপালে। পেৰ’লত জেলৰ পৰা ওলাই আহি হত্যাৰ ষড়যন্ত্ৰত লিপ্ত হয়। এনডিটিভিক দিয়া এক সাক্ষাৎকাৰত স্থানীয় আৰক্ষী আয়ুক্ত মমতা সিঙে কয়, “গোপালে নিজৰ এজন শত্ৰুক হত্যা কৰিবলৈ ঘূৰি ফুৰিছিল। সেই চোৰাংচোৱা তথ্যৰ ভিত্তিত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ অভিযান চলাইছিল।”

en | ASSAM TIMES POST
পেৰ’লত মুকলি হৈ হত্যাৰ ষড়যন্ত্ৰ ৰচা যাৱজ্জীৱন কাৰাদণ্ডৰ দোষীৰ আৰক্ষীৰে সংঘৰ্ষত মৃত্যু

আৰক্ষীৰ দাবী যে গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ গোপালে আৰক্ষী জোৱানসকলৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা কৰে। আৰক্ষীৰ বাহনখনত দুটা গুলী লাগে। আন এজন হেড কনিষ্টবল দেৱেন্দ্ৰৰ হাতত লাগে। আত্মৰক্ষাৰ বাবে আৰক্ষীয়েও পুনৰ গুলীচালনা কৰে। গুলীচালনাৰ সময়ত গুৰুতৰভাৱে আহত হয় গোপাল। অভিযুক্ত আৰু আহত আৰক্ষী জোৱানক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। চিকিৎসকে গোপালক পৰীক্ষা কৰি মৃত ঘোষণা কৰে। চিকিৎসাধীন হৈ আছে দেৱেন্দ্ৰ। অৱশ্যে তেওঁৰ শাৰীৰিক অৱস্থা সুস্থিৰ।

আৰক্ষীৰ ৰেকৰ্ডত প্ৰকাশ পাইছে যে গোপাল শোনিপাট জিলাৰ অটৱাল গাঁৱৰ বাসিন্দা। তেওঁৰ অপৰাধজনিত ইতিহাস বহু পুৰণি। ২০১০ চনত হত্যাকাণ্ডৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছত ২০১৬ চনত গনৌৰ অঞ্চলৰ আন এটা হত্যাকাণ্ডৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি লাভ কৰে। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ৭০ দিনৰ পেৰ’লত গোপালক জেলৰ পৰা মুকলি কৰি দিয়া হৈছিল। পেৰ’লত থকাৰ সময়ত তেওঁ কেইবাটাও অপৰাধমূলক কাৰ্য সংঘটিত কৰিছিল। সুৰাৰ দোকানত আক্ৰমণ, অগ্নিসংযোগ, গাড়ী চুৰি, এজন ব্যক্তিক হত্যাৰ চেষ্টা আদি অভিযোগৰ সৈতে গোপালৰ নাম জড়িত হৈ আছে। পেৰ’লৰ ম্যাদ উকলি যোৱাৰ পিছতো তেওঁ আত্মসমৰ্পণ কৰা নাছিল। পলাতক হৈ আছিল তেওঁ। আৰক্ষীয়ে তেওঁৰ সন্ধানত অভিযান আৰম্ভ কৰে। অৱশেষত আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত মৃত্যু হয় গোপালৰ।

Tags: Policeencounter
Share4Tweet3Send

Related Posts

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান
National-International

by News Desk
August 15, 2026
50
Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ
National-International

Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

by News Desk
August 15, 2026
50
El Nino : বছৰৰ শেষলৈকে প্ৰশান্ত মহাসাগৰত সাত দশকৰ শক্তিশালী এল নিনো, ভাৰতত কি প্ৰভাৱ পৰিব
National-International

El Nino : বছৰৰ শেষলৈকে প্ৰশান্ত মহাসাগৰত সাত দশকৰ শক্তিশালী এল নিনো, ভাৰতত কি প্ৰভাৱ পৰিব

by News Desk
August 15, 2026
50
LPG connection E-KYC : গেছৰ ই-কেৱাইচিৰ সময়সীমা বৃদ্ধি, নতুন তাৰিখসহ ডীলাৰলৈ কেন্দ্ৰীয় নিৰ্দেশনা
National-International

LPG connection E-KYC : গেছৰ ই-কেৱাইচিৰ সময়সীমা বৃদ্ধি, নতুন তাৰিখসহ ডীলাৰলৈ কেন্দ্ৰীয় নিৰ্দেশনা

by News Desk
August 15, 2026
50
Independence Day 2026 : স্বাধীনতা দিৱসত নৱ প্ৰজন্মৰ ওপৰত বিশ্বাসেৰে বছৰি ১ কোটি যুৱকক এআই প্ৰশিক্ষণৰ ঘোষণা মোদীৰ
National-International

Independence Day 2026 : স্বাধীনতা দিৱসত নৱ প্ৰজন্মৰ ওপৰত বিশ্বাসেৰে বছৰি ১ কোটি যুৱকক এআই প্ৰশিক্ষণৰ ঘোষণা মোদীৰ

by News Desk
August 15, 2026
50
CJI Surya Kant : এইটো মোৰ আৰু ছাত্ৰ-ছাত্ৰীৰ মাজৰ কথা, কোনেও হস্তক্ষেপ নকৰিব, বাৰ কাউন্সিলৰ ভূমিকাক লৈ ক্ষুব্ধ মুখ্য ন্যায়াধীশ
National-International

CJI Surya Kant : এইটো মোৰ আৰু ছাত্ৰ-ছাত্ৰীৰ মাজৰ কথা, কোনেও হস্তক্ষেপ নকৰিব, বাৰ কাউন্সিলৰ ভূমিকাক লৈ ক্ষুব্ধ মুখ্য ন্যায়াধীশ

by News Desk
August 14, 2026
50
ADVERTISEMENT
Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী
KARBI ANGLONG

Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী

August 16, 2026
50
PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান
National-International

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান

August 15, 2026
50
Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ
National-International

Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

August 15, 2026
50
Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ
Guwahati

Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ

August 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী

Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী

August 16, 2026
PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান

August 15, 2026
Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

August 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT