ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Lifestyle Health & Fitness

স্বাস্থ্য : বদহজম কমাবলৈ এই ৩ বদ অভ্যাস ত্যাগ কৰক

স্বাস্থ্য প্ৰতিবেদন :

ASSAM TIMES POST by ASSAM TIMES POST
March 29, 2022
Reading Time: 1 min read
A A
0
স্বাস্থ্য : বদহজম কমাবলৈ এই ৩ বদ অভ্যাস ত্যাগ কৰক

RELATED POSTS

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!

India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF

logo new 2 1 | ASSAM TIMES POST

আধুনিক জীৱনযাত্রাৰ কাৰণে বহু লোক কোষ্ঠকাঠিন্য, গেছ, বদহজমৰ সমস্যাত ভোগে। অস্বাস্থ্যকৰ জীৱন-যাপন, মচলাদাৰ খাদ্য খোৱাৰ প্রৱণতা, নিয়মিত শৰীৰচর্চা নকৰাৰ ফলত হজমজনিত বিভিন্ন সমস্যা দেখা যায়। কিন্তু বদহজম সংক্রান্তীয় সমস্যা সৃষ্টি হয় কিছু ভুল খাদ্যাভ্যাসৰ কাৰণে। খোৱাৰ সময়ত অসতর্কতাৰ কাৰণে কিছু কিছু ভুল হৈ যায়। যি বদহজমৰ কাৰণ হ’ব পাৰে।

হজমৰ সমস্যা দেখা দিয়াৰ কাৰণ

Digust 1908120624 | ASSAM TIMES POST১) ভোক নালাগিলেও খোৱা : ভোক লাগিলেহে খাদ্য খোৱাৰ কথা সকলো সময়তেই চিকিৎসকসকলে কৈ থাকে। খাদ্যৰ প্রয়োজন হ’লে শৰীৰে সেয়া জনাই দিব। শৰীৰৰ সংকেত অবিহনে খাদ্য খালে পাকস্থলী সেই খাদ্য ধাৰণ কৰাৰ বাবে প্রস্তুত নাথাকে। ফলত বদহজমৰ দৰে সমস্যাই দেখা দিয়ে।

২) খোৱাৰ আগতে পানী খোৱা : হজমৰ বাবে প্রয়োজন গেষ্ট্ৰিক ৰস। খোৱাৰ আগতে বা পিছত পানী খালে গেষ্ট্ৰিক ৰস পাতল হৈ যায় আৰু ৰক্তত ইনছুলিনৰ মাত্রা বাঢ়ি যায়। ইয়াৰ ফলত হজমৰ গণ্ডগোল হয়। খোৱাৰ সময়ত পানী খোৱাৰ ফলত পৰিপাক ক্রিয়াও দ্রুত হয়। সেয়ে খোৱাৰ ঠিক আগতে পানী খোৱাটো উচিত নহয়।

৩) খোৱাৰ সময়ত অন্য কাম কৰা : ব্যস্ততাময় জীৱনত টোপনি, খোৱাৰ বাবে পৃথক কোনো সময় নাথাকে। বহু সময়ত অফিচত কামৰ মাজতেই খাবলগা হয়। চিকিৎসকৰ মতে, খোৱাৰ সময়ত অন্য কাম নকৰাই ভাল। অমনোযোগী হ’লে বেছি খাদ্য খোৱাৰ আশঙ্কা থাকে। প্রয়োজনৰ তুলনাত বেছি খাদ্য খালে বদহজম হ’ব পাৰে। সেয়ে কাম কৰি কৰি খাদ্য নোখোৱাই ভাল।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Indigestionবদহজম
Share6Tweet4Send

Related Posts

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?
Health & Fitness

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

by News Desk
July 9, 2026
51
Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!
Health & Fitness

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!

by ASSAM TIMES POST
November 29, 2025
53
India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF
Health & Fitness

India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF

by ASSAM TIMES POST
September 11, 2025
58
Sugarcane Juice I  কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-
Health & Fitness

Sugarcane Juice I কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-

by Staff Reporter
May 12, 2025
57
Bat coronavirus : চীনৰ য়ুহানত নতুন ভাইৰাছ, পুনৰ আহিব নেকি ভয়ংকৰ বিপদ?
Health & Fitness

Bat coronavirus : চীনৰ য়ুহানত নতুন ভাইৰাছ, পুনৰ আহিব নেকি ভয়ংকৰ বিপদ?

by News Desk
February 22, 2025
52
Gulen Bury Syndrome : দেশত বৃদ্ধি গুলেন বেৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা, ইতিমধ্যে ৭ জনৰ
Health & Fitness

Gulen Bury Syndrome : দেশত বৃদ্ধি গুলেন বেৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা, ইতিমধ্যে ৭ জনৰ

by News Desk
February 11, 2025
57
ADVERTISEMENT
TVK leader sexual harassment : কলেজীয়া ছাত্ৰীক যৌন নিৰ্যাতন, গাড়ীৰে ঘৰলৈ নিয়াৰ অজুহাতত শ্লীলতাহানি; টিভিকে নেতাক গ্ৰেপ্তাৰ
National-International

TVK leader sexual harassment : কলেজীয়া ছাত্ৰীক যৌন নিৰ্যাতন, গাড়ীৰে ঘৰলৈ নিয়াৰ অজুহাতত শ্লীলতাহানি; টিভিকে নেতাক গ্ৰেপ্তাৰ

October 29, 2026
51
Diphu : ডিফুত ৭১ সংখ্যক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ২০২৬ আৰম্ভ
DIPHU

Diphu : ডিফুত ৭১ সংখ্যক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ২০২৬ আৰম্ভ

October 29, 2026
51
Guwahati hotel firing : হোটেলৰ দিবলগা ভাৰাৰ বাবেই ৫ জন লোকৰ মৃত্যু, হেলেনা ভৰালীৰ ভাগিনীয়েকৰ বিস্ফোৰক মন্তব্য
Guwahati

Guwahati hotel firing : হোটেলৰ দিবলগা ভাৰাৰ বাবেই ৫ জন লোকৰ মৃত্যু, হেলেনা ভৰালীৰ ভাগিনীয়েকৰ বিস্ফোৰক মন্তব্য

October 29, 2026
51
Rahul Gandhi : সকলো ছাত্ৰ সংগঠনক ‘দিল্লী চলো’ অভিযানত যোগদান কৰিবলৈ ৰাহুল গান্ধীৰ আহ্বান
National-International

Rahul Gandhi : সকলো ছাত্ৰ সংগঠনক ‘দিল্লী চলো’ অভিযানত যোগদান কৰিবলৈ ৰাহুল গান্ধীৰ আহ্বান

October 29, 2026
52
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

TVK leader sexual harassment : কলেজীয়া ছাত্ৰীক যৌন নিৰ্যাতন, গাড়ীৰে ঘৰলৈ নিয়াৰ অজুহাতত শ্লীলতাহানি; টিভিকে নেতাক গ্ৰেপ্তাৰ

TVK leader sexual harassment : কলেজীয়া ছাত্ৰীক যৌন নিৰ্যাতন, গাড়ীৰে ঘৰলৈ নিয়াৰ অজুহাতত শ্লীলতাহানি; টিভিকে নেতাক গ্ৰেপ্তাৰ

October 29, 2026
Diphu : ডিফুত ৭১ সংখ্যক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ২০২৬ আৰম্ভ

Diphu : ডিফুত ৭১ সংখ্যক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ২০২৬ আৰম্ভ

October 29, 2026
Guwahati hotel firing : হোটেলৰ দিবলগা ভাৰাৰ বাবেই ৫ জন লোকৰ মৃত্যু, হেলেনা ভৰালীৰ ভাগিনীয়েকৰ বিস্ফোৰক মন্তব্য

Guwahati hotel firing : হোটেলৰ দিবলগা ভাৰাৰ বাবেই ৫ জন লোকৰ মৃত্যু, হেলেনা ভৰালীৰ ভাগিনীয়েকৰ বিস্ফোৰক মন্তব্য

October 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d